• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাইৰে মানৱতা! আই চি ইউত কোমা অৱস্থাত থকা এয়াৰ হোষ্টেজকো নেৰিলে…

হাইৰে মানৱতা! আই চি ইউত কোমা অৱস্থাত থকা এয়াৰ হোষ্টেজকো নেৰিলে…

1 year ago
‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

10 minutes ago
শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

54 minutes ago
টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

3 hours ago
পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

3 hours ago
ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

4 hours ago
টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

4 hours ago
আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

5 hours ago
এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

14 hours ago
ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

15 hours ago
SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

15 hours ago
ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

16 hours ago
১লাখ টকাকৈ ৫টা FD নে ৫ লাখ টকাৰ ১টা FD? ১০ বছৰীয়া বিনিয়োগত কোনটো বেছি লাভজনক?

১লাখ টকাকৈ ৫টা FD নে ৫ লাখ টকাৰ ১টা FD? ১০ বছৰীয়া বিনিয়োগত কোনটো বেছি লাভজনক?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

হাইৰে মানৱতা! আই চি ইউত কোমা অৱস্থাত থকা এয়াৰ হোষ্টেজকো নেৰিলে…

editor by editor
April 16, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
হাইৰে মানৱতা! আই চি ইউত কোমা অৱস্থাত থকা এয়াৰ হোষ্টেজকো নেৰিলে…
0
SHARES
5.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাইৰে মানৱতা! আই চি ইউত কোমা অৱস্থাত থকা এয়াৰ হোষ্টেজকো নেৰিলে…

মানুহৰ মানসিকতা কিমান তললৈ যাব পাৰে সেয়া দিল্লীৰ এখন হাস্পতালত সংঘটিত এক ঘটনাই পোহৰলৈ আনিছে। যি হাস্পতাল ৰোগীৰ বাবে মন্দিৰ স্বৰূপ, সেই হাস্পতালেই এগৰাকী ৰোগীৰ সৈতে সংঘটিত হৈছে এক অতিকে জঘন্য ঘটনা।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, হাৰিয়ানা-দিল্লীৰ গুৰুগ্ৰামস্থিত ‘মেদান্তা’ নমাৰ এখন ডাঙৰ হাস্পতালত আই চি ইউত জীৱন-মৃত্যুৰে যুঁজ দি থকা এগৰাকী এগৰাকী মহিলাৰ সৈতে জঘন্য ঘটনা সংঘটিত কৰে হাস্পতালৰে ষ্টাফে।

যি সময়ত মহিলাগৰাকীয়ে জীৱন -মৃত্যুৰে যুঁজ দি ভেন্টিলেটৰত কোমা অৱস্থাত পৰি আছে, শৰীৰ অচল , চকু মেলিব নোৱাৰা, কথা কব নোৱাৰা , যদিও মন মগজু তেতিয়াও সক্ষম। সেই সময়তে মহিলাৰ সৈতে অপকৰ্ম কৰে কোনো পাষণ্ডই।

এই ঘটনা সংঘটিত হৈছে ৬ এপ্ৰিল তাৰিখে। পেছাত এগৰাকী এয়াৰ হোষ্টেজ মহিলাগৰাকী এক ট্ৰেইনিঙৰ সময়ত চুইমিং পুলত পৰি যায়। পিছত যেতিয়া মহিলাগৰাকীক পানীৰ পৰা উঠাই অনা হয়, তেতিয়ালৈ কিছু পলম হৈ যায়।

লগে লগে মহিলাগৰাকীৰ স্বামীয়ে মেদান্ত হাস্পতাললৈ লৈ যায় যদিও পৰিস্থিতি দেখি ভেন্টিলেটৰত ৰাখে। এই ঘটনা ৫ এপ্ৰিলৰ, আৰু হাস্পতালত ভৰ্তি হোৱাৰ এদিন পিছতে ৬ এপ্ৰিল তাৰিখে মহিলাগৰাকীৰ সৈতে অপকৰ্ম সংঘটিত হয়।

পাছত ১৩ এপ্ৰিল তাৰিখে মহিলাগৰাকীৰ সম্বিৎ ঘূৰি অহাত স্বামীৰ আগত ব্যক্ত কৰে কোনো লোকে অপকৰ্ম কৰাৰ কথা। লগতে ইয়াকো কয় যে, অপকৰ্ম কৰাৰ সময়ত আই চি ইউত নাৰ্চ দুগৰাকী মানো উপস্থিত আছিল। মাত কথাৰে জানিব পাৰে সেই কথা। কিন্তু তাৰ পাছতো ৰক্ষা নকৰে মহিলাগৰাকীক।

স্বামীয়ে ঘটনাৰ বিষয়ে জানিব পৰা লগে লগে কাষ চাপে আৰক্ষীৰ। আৰক্ষীয়ে ঘটনাসন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। ঘটনাৰ বিষয়ে জানিব পাৰি সকলো লোক আচৰিত হৈ পৰিছে। কিদৰে এগৰাকী জীৱন-মৃত্যুৰে যুঁজ দি থকা মহিলাকো ৰক্ষা নিদিলে কোনো পাষণ্ডই।

আৰক্ষীয়ে বৰ্তমানে তদন্তৰ বাবে হাস্পতালৰ চিচি টিভি ফুটেজ পৰীক্ষা কৰি আছে, লগতে আৰক্ষীক খবৰ নকৰাকৈ হাস্পতালৰ কোকো কৰ্মচাৰীকে গুৰুগ্ৰাম এৰি নাযাবলৈ নিৰ্দেশনা দিয়া হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: GurugramGurugram HospitalMedanta Hospitalrape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
অসম

‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

May 20, 2026
শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়
জীৱনশৈলী

শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

May 20, 2026
টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!
জীৱনশৈলী

টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

May 20, 2026
পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?
জীৱনশৈলী

পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

May 20, 2026
Next Post
শাহুৰ সৈতে প্ৰেম কৰি পলায়ন কৰা জোঁৱাই অৱশেষত নেপাল সীমান্তত আৰক্ষীৰ জালত

শাহুৰ সৈতে প্ৰেম কৰি পলায়ন কৰা জোঁৱাই অৱশেষত নেপাল সীমান্তত আৰক্ষীৰ জালত

সঁচাকৈয়ে বিচ্ছেদ হ’ব নেকি টেলিভছন জগতৰ জনপ্ৰিয় যুটি দিব্যাংকা-বিবেকৰ

সঁচাকৈয়ে বিচ্ছেদ হ'ব নেকি টেলিভছন জগতৰ জনপ্ৰিয় যুটি দিব্যাংকা-বিবেকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.