নিমাতীঘাটত নাও দুৰ্ঘটনাত পতিত ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ উদ্ধাৰ। বিশ্বনাথৰ ভাচাটাপুৰ বালিচৰত উদ্ধাৰ মৃতদেহ। আঙুঠি আৰু জেপত পোৱা নথি-পত্ৰৰ পৰা মৃতদেহ চিনাক্ত।