• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লেহেংগাত কাশীৰ মন্দিৰ, ব্লাউজত পৰিয়ালৰ নাম, অনন্তৰ বিয়াৰ মাতৃ নীতাই পিন্ধা পোছাকৰ ডিজাইনাৰ কোন?

লেহেংগাত কাশীৰ মন্দিৰ, ব্লাউজত পৰিয়ালৰ নাম, অনন্তৰ বিয়াৰ মাতৃ নীতাই পিন্ধা পোছাকৰ ডিজাইনাৰ কোন?

2 years ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

24 minutes ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

58 minutes ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

3 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

4 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

4 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

4 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

5 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

5 hours ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

19 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

19 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

19 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

লেহেংগাত কাশীৰ মন্দিৰ, ব্লাউজত পৰিয়ালৰ নাম, অনন্তৰ বিয়াৰ মাতৃ নীতাই পিন্ধা পোছাকৰ ডিজাইনাৰ কোন?

লেহেংগাত কাশীৰ মন্দিৰ, ব্লাউজত পৰিয়ালৰ নাম, অনন্তৰ বিয়াৰ মাতৃ নীতাই পিন্ধা পোছাকৰ ডিজাইনাৰ কোন?

editor by editor
July 15, 2024
in জীৱনশৈলী, বিনোদন, ভাৰত
0
লেহেংগাত কাশীৰ মন্দিৰ, ব্লাউজত পৰিয়ালৰ নাম, অনন্তৰ বিয়াৰ মাতৃ নীতাই পিন্ধা পোছাকৰ ডিজাইনাৰ কোন?
0
SHARES
5.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজকীয় আয়োজনেৰে সম্পূৰ্ণ হ’ল মুকেশ আম্বানী আৰু নীতা আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ বিবাহৰ সকলো অনুষ্ঠান৷ বিয়াৰ সাজেৰে ন বোৱাৰী ৰাধিকা যিমান চৰ্চাত আহিছে তাতোকৈ বেছি চৰ্চা হৈছে শাহুৱেক নীতা আম্বানীৰহে৷ নীতাৰ সাজ পোছাক, অলংকাৰে নজৰ কাঢ়িছে প্ৰায়সংখ্যক লোকৰ৷ বিয়াৰ সকলো অনুষ্ঠানতেই ভিন্ন ভিন্ন পোছাকেৰে ধৰা দিছে নীতাই৷ সংগীত, মেহেন্দী, হালধি, বিয়া, বিদায় সকলোবোৰতেই পৃথক পৃথক পোছাকত দেখা গৈছে নীতাক৷ নীতাৰ প্ৰতিযোৰ পোছাকতেই আছে চমক৷

অনন্ত-ৰাধিকাৰ আশীৰ্বাদ অনুষ্ঠানত নীতাই পৰিধান কৰা গোলপীয়া ৰঙৰ লেহেঙ্গাৰ ব্লাউজৰ ডিজাইনে দিছে আন এক চমক৷ সেই সাজত সকলোতকৈ বেছি আকৰ্ষণীয় দিশটোৱেই ব্লাউজটো৷ বিশেষ অনুষ্ঠান উপলক্ষে নীতাৰ পোছাকৰ নক্সা তৈয়াৰ কৰিছে আবু জানি আৰু সন্দীপ খোছলাই৷

ব্লাউজৰ নক্সাত সন্তান আৰু নাতি-নাতিনীৰ লগতে দেশীয় শিল্পৰ প্ৰতি নীতাৰ ভালপোৱা ফুঁটি উঠিছে৷ নীতাৰ লেহেংগাৰ থিম আছিল কাশী বিশ্বনাথৰ মন্দিৰ৷ লেহেঙ্গাৰ ব্লাউজৰ পিঠিত আছিল কাশী বিশ্বনাথ মন্দিৰৰ আৰ্হি৷ পিঠিৰ ফালে লিখা আছে সন্তান আৰু নাতি-নাতিনীৰ নাম৷ ব্লাউজৰ হাতৰ ফালে লিখা আছে সংস্কৃতৰ শ্লোক৷

এইয়াই প্ৰথম নহয়, বিয়াৰ অনুষ্ঠানৰ সূচনাৰ পূৰ্বেও নীতাই এখন ৰঙা বেনাৰছি শাৰী পৰিধান কৰিছিল৷ সেই শাৰিত লিখা আছিল গায়ত্ৰী মন্ত্ৰৰ শ্লোক৷ কনিষ্ঠ পুত্ৰৰ বিয়া উপলক্ষে নীতাই লগোৱা মেহেন্দীতো তেওঁৰ পৰিয়ালৰ প্ৰতি থকা প্ৰেম ফুটি উঠিছে৷ নীতাৰ এখন হাতত মেহেন্দীৰে লিখিছে পুত্ৰ অনন্ত আৰু ৰাধিকাৰ নাম৷ অন্য হাতত জ্যেষ্ঠ পুত্ৰ আকাশ আৰু শ্লোকাৰ নাম৷ নাতি-নাতিনীকেইটাও খুবেই মৰমৰ নীতাৰ৷ আটাইকেইটা নাতি-নাতিনীৰ নামো মেহেন্দীৰে লিখিছে নীতাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি
ভাৰত

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

October 2, 2026
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন
অপৰাধ

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

October 2, 2026
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ
জীৱনশৈলী

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

October 2, 2026
Next Post
এই ৫ঘটনা ঘটিলে বুজিব আপোনাৰ ওপৰত ক্ষুদ্ধ হৈ আছে লক্ষ্মী, সুখী কৰাৰ উপায় কি?

এই ৫ঘটনা ঘটিলে বুজিব আপোনাৰ ওপৰত ক্ষুদ্ধ হৈ আছে লক্ষ্মী, সুখী কৰাৰ উপায় কি?

সদ্যোজাতৰ জণ্ডিছ কিয় হয়? কি কি লক্ষণে দেখা দিলে তাৎক্ষণিক চিকিৎসকৰ সহায় ল’ব?

সদ্যোজাতৰ জণ্ডিছ কিয় হয়? কি কি লক্ষণে দেখা দিলে তাৎক্ষণিক চিকিৎসকৰ সহায় ল’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.