• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫শ বছৰ পূৰ্বৰ নাষ্ট্ৰাডাম’ছৰ ভৱিষ্যদ্বাণী : ৰাছিয়াই ইউক্ৰেইনত পেলাব পৰমাণু বোমা! কোন এই নাষ্ট্ৰাডাম’ছ?

৫শ বছৰ পূৰ্বৰ নাষ্ট্ৰাডাম’ছৰ ভৱিষ্যদ্বাণী : ৰাছিয়াই ইউক্ৰেইনত পেলাব পৰমাণু বোমা! কোন এই নাষ্ট্ৰাডাম’ছ?

4 years ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

3 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

4 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

5 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

6 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

6 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

7 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

8 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

8 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

8 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

9 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

9 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

৫শ বছৰ পূৰ্বৰ নাষ্ট্ৰাডাম’ছৰ ভৱিষ্যদ্বাণী : ৰাছিয়াই ইউক্ৰেইনত পেলাব পৰমাণু বোমা! কোন এই নাষ্ট্ৰাডাম’ছ?

editor by editor
March 5, 2022
in বিশ্ব, ভাৰত, ৰাজনীতি
0
৫শ বছৰ পূৰ্বৰ নাষ্ট্ৰাডাম’ছৰ ভৱিষ্যদ্বাণী : ৰাছিয়াই ইউক্ৰেইনত পেলাব পৰমাণু বোমা! কোন এই নাষ্ট্ৰাডাম’ছ?
0
SHARES
494
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে শনিবাৰে দশম দিনত প্ৰৱেশ কৰিছে৷ ৰাছিয়াৰ আক্ৰমণত বিধ্বস্ত হৈ পৰিছে ইউক্ৰেইন৷

এই যুদ্ধৰ বিষয়ে আজিৰ পৰা ৫০০ বছৰ আগতে ভৱিষ্যদ্বাণী কৰিছিল এজন ব্যক্তিয়ে৷ যিগৰাকী ব্যক্তি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ভৱিষ্যদ্ৰৰ্শী হিচাপে স্বীকৃত হৈ আহিছে৷ এই ব্যক্তি গৰাকী হ’ল নাষ্ট্ৰাডাম’ছ৷ আজিৰ পৰা ৫০০ বছৰ পূৰ্বে জামাৰ্নীৰ এই জ্যোতিষীগৰাকীয়ে ২০২২ চনৰ এটা ডাঙৰ ভৱিষ্যদ্বাণী কৰি থৈ গৈছিল।

নাষ্ট্ৰাডাম’ছে ২০২২ চনত ৰাছিয়াই ইউক্ৰেইনত পাৰমাণৱিক বোমা নিক্ষেপ কৰাৰ সন্দৰ্ভতো ভৱিষ্যদ্বাণী কৰিছিল৷ এতিয়া সেই ভৱিষ্যদ্বাণী ফলিওৱাৰ দিশে আগবাঢ়িছে৷

লগতে পঢ়ক লক্ষ্য ভাৰত সীমান্ত! জিডিপি বৃদ্ধিৰ হাৰ হ্ৰাস হ’লেও প্ৰতিৰক্ষা ব্যয় বৃদ্ধি চীনৰ

১৫০৩ চনৰ ১৪ ডিচেম্বৰত ফ্ৰান্সত জন্ম গ্ৰহণ আৰু ১৫৬৬ চনৰ ২ জুলাইত মৃত্যু ঘটা নাষ্ট্ৰাডাম’ছে বিশ্ব ৰাজনীতিৰ সম্পৰ্কীয় আৰু বহু ভৱিষ্যদ্বাণী কৰিছিল৷ যিসমূহ ফলিয়াই আহিছে বুলি দাবী কৰা হৈছে৷

বিশেষকৈ ফৰাচী বিপ্লৱ, প্ৰথম বিশ্ব যুদ্ধ, দ্বিতীয় বিশ্ব যুদ্ধ তথা হিটলাৰৰ শাসন, ৯/১১ৰ আমেৰিকাৰ সন্ত্ৰাসবাদী আক্ৰমণ সম্পৰ্কেও সঠিক ভৱিষ্যদ্বাণী কৰিছিল এই নাষ্ট্ৰাডাম’ছে৷

নষ্ট্ৰাডাম’ছে তেওঁৰ কিতাপখনত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সম্পৰ্কেও ভৱিষ্যদ্বাণীও কৰিছিল। ‘‘ইউৰোপৰ এখন দেশে সমগ্ৰ বিশ্বক ইয়াৰ শক্তিৰে প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰিব আৰু তাৰ বাবে দেশখনে ইয়াৰ সীমান্তত থকা এখন সৰু দেশৰ সৈতে যুঁজ দিব। এই যুদ্ধত হাজাৰ হাজাৰ লোক নিহত হ’ব আৰু বহুতে নিজৰ ঘৰ এৰি আন এখন দেশলৈ পলাই যাবলৈ বাধ্য হ’ব।’’ নষ্ট্ৰাডাম’ছে আৰু লিখিছিল৷

লগতে পঢ়ক সমগ্ৰ ইউক্ৰেইনতে নহয়, মাত্ৰ দুখন চহৰতে কিয় ৰাছিয়াৰ এই সাময়িক যুদ্ধবিৰতি?

‘‘মহান দেশৰ শাসকেও তেওঁৰ পৰাজয় দেখি পাৰমাণৱিক বোমা ব্যৱহাৰ কৰাৰ কথা বিবেচনা কৰিব, কিন্তু লাখ লাখ লোকৰ মৃত্যু আৰু তৃতীয় বিশ্বযুদ্ধৰ ভয়ত তেওঁ তৃণমূল পৰ্যায়ত যুঁজ অব্যাহত ৰখাৰ সিদ্ধান্ত ল’ব আৰু তেনেকৈয়ে সেই যুদ্ধত জয় লাভ কৰিব।’’ নাষ্ট্ৰাডাম’ছে এইদৰে লিখি থৈ গৈছে৷

ইফালে নাষ্ট্ৰাডাম’ছে ভাৰতৰ ৰাজনীতি সম্পৰ্কেও ভৱিষ্যদ্বাণী কৰি থৈ গৈছিল আৰু সেই ভৱিষ্যদ্বাণী ফলিয়াইছিল৷ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ বিষয়ে নষ্ট্ৰাডাম’ছৰ ভৱিষ্যদ্বাণী সঁচা বুলি প্ৰমাণিত হৈছিল।

ইফালে মহামাৰী কৰোনা ভাইৰাছ সম্পৰ্কীয় তেওঁৰ ভৱিষ্যদ্বাণীও সত্য প্ৰমাণিত হৈছিল৷ ‘‘একবিংশ শতিকাত পৃথিৱীখন এক ভয়ংকৰ ৰোগত আক্ৰান্ত হ’ব৷ আৰু এই ৰোগত পৃথিৱীজুৰি লাখ লাখ লোকৰ মৃ্ত্যু হ’ব৷’’ কৰোনা ভাইৰাছৰ সম্পৰ্কে ভৱিষ্যদ্বাণী কৰি নাষ্ট্ৰাডাম’ছে এইদৰে লিখিছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam liveaxom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assamnostradamusnostradamus predictionRussia Ukraine
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প
বাণিজ্য

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

March 27, 2026
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান
অসম

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

March 27, 2026
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?
জীৱনশৈলী

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

March 27, 2026
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন
জীৱনশৈলী

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

March 27, 2026
Next Post
গৱেষকৰ দাবী : মাত্ৰ ৩ ছেকেণ্ডতে শক্তিশালী আৰু বৃদ্ধি হ’ব পেশী!

গৱেষকৰ দাবী : মাত্ৰ ৩ ছেকেণ্ডতে শক্তিশালী আৰু বৃদ্ধি হ’ব পেশী!

সাৱধান! দিলিট কৰক এই এণ্ড্ৰয়েড এপ, নহ’লে উদং হ’ব একাউণ্টৰ সমুদায় ধন!

সাৱধান! দিলিট কৰক এই এণ্ড্ৰয়েড এপ, নহ’লে উদং হ’ব একাউণ্টৰ সমুদায় ধন!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.