• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহিলালৈ উলংগ হৈ ভিডিঅ’ কলিং সাংসদৰ, স্পষ্টীকৰণত কি ক’লে অভিযুক্ত সাংসদে?

মহিলালৈ উলংগ হৈ ভিডিঅ’ কলিং সাংসদৰ, স্পষ্টীকৰণত কি ক’লে অভিযুক্ত সাংসদে?

4 years ago
ATM ৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

ATM ৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

7 minutes ago
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

41 minutes ago
কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

1 hour ago
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

3 hours ago
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

3 hours ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

4 hours ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

14 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

14 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

14 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

15 hours ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

15 hours ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

মহিলালৈ উলংগ হৈ ভিডিঅ’ কলিং সাংসদৰ, স্পষ্টীকৰণত কি ক’লে অভিযুক্ত সাংসদে?

editor by editor
August 5, 2022
in ভাৰত, ৰাজনীতি
0
মহিলালৈ উলংগ হৈ ভিডিঅ’ কলিং সাংসদৰ, স্পষ্টীকৰণত কি ক’লে অভিযুক্ত সাংসদে?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৱাই এছ আৰ কংগ্ৰেছ দলৰ সাংসদ গোৰন্তলা মাধৱৰ বিৰুদ্ধে এগৰাকী মহিলাৰ সৈতে ভিডিঅ’ কলৰ সময়ত উলংগ হৈ যৌনাংগ প্ৰদৰ্শন কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ এই গুৰুতৰ অভিযোগ পিছতে সাংসদ মাধৱে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ভিডিঅ’ কলিঙত উলংগ হোৱা পুৰুষগৰাকী তেওঁ নহয়৷ তেওঁৰ বিৰুদ্ধে এয়া এক ষড়যন্ত্ৰ বুলিও দাবী কৰে সাংসদগৰাকীয়ে৷

উল্লেখ্য যে ভাইৰেল হোৱা ভিডিঅ’টোত এজন পুৰুষে ভিডিঅ’ কলৰ সময়ত এগৰাকী মহিলাৰ সৈতে অশ্লীল কাৰ্য কৰা দেখা গৈছে৷ কলটোত দেখা পোৱা ব্যক্তিজন হিন্দুপুৰৰ লোকসভাৰ সাংসদ মাধৱ বুলি দাবী কৰা হৈছে। ইয়াৰ পিছতে সাংসদগৰাকীয়ে স্পষ্টীকৰণ দি কয় যে ভিডিঅ’ত দেখা পোৱা ব্যক্তিজন তেওঁ নহয় আৰু এয়া ভুৱা ভিডিঅ’৷

ভাইৰেল ভিডিঅ’টোত এজন পুৰুষে চাৰ্টবিহীনভাৱে ঘূৰি ফুৰিছে আৰু পিছত ভিডিঅ’ কলত এগৰাকী মহিলাক নিজৰ গুপ্তাংগ প্ৰদৰ্শন কৰিছে। কিন্তু অন্ধ্ৰ প্ৰদেশৰ সাংসদগৰাকীয়ে দাবী কৰিছে যে তেওঁ জিমত চাৰ্টবিহীন ৱৰ্কআউট কৰা এটা ভিডিঅ’ক পৰ্ণগ্ৰাফিক ভিডিঅ’লৈ ৰূপান্তৰিত কৰা হৈছে।

লগতে পঢ়ক জোতা-ছেণ্ডেল আগবঢ়ালেহে দেৱী হয় সন্তুষ্ট! কোন মন্দিৰত ভক্তই আগবঢ়াই জোতা-ছেণ্ডল?

ৱাই এছ আৰ কংগ্ৰেছ দলৰ সাংসদগৰাকীয়ে এই ভিডিঅ’টো তেওঁক বদনাম কৰাৰ ষড়যন্ত্ৰৰ অংশ বুলি অভিযোগ উত্থাপন কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মাধৱে কয় যে এই সন্দৰ্ভত তেওঁ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে। একে সময়তে তেওঁ দাবী কৰে যে এই ভিডিঅ’টো লেব টেষ্টৰ বাবে পঠিয়াব লাগে যাতে প্ৰকৃত সত্য সকলোৰে সন্মুখলৈ আহে।

ইফালে, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে এই ঘটনাক গুৰুত্বসহকাৰে লৈছে। ৱাই এছ আৰ চি পিৰ সাধাৰণ সম্পাদক তথা চৰকাৰী উপদেষ্টা সজ্জ্জলা ৰামকৃষ্ণ ৰেড্ডীয়ে কয় যে চৰকাৰে বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিছে।

তেওঁ কয় যে মাধৱে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অস্বীকাৰ কৰিছে। তেওঁ আৰক্ষীক অভিযোগ কৰিছে যে এইটো এটা মৰ্ফ কৰা ভিডিঅ’। আৰক্ষীয়ে বিষয়টোৰ তদন্ত কৰি আছে৷ যদিহে ওলাই পৰে যে ই মৰ্ফ কৰা ভিডিঅ’ নহয়, তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ৰামকৃষ্ণ ৰেড্ডীয়ে স্পষ্ট কৰি দিয়ে যে দলটোৱে এনে কাৰ্যকলাপ একেবাৰেই সহ্য নকৰে।

লগতে পঢ়ক ফেচবুকত ভাইৰেল দৃষ্টিহীন পিতৃ-মাতৃ: পাঁচবছৰীয়া সন্তান ৰাহুলেই হ’ল জীৱনৰ লাখুটি!

আনহাতে, বিৰোধী দল তেলেগু দেশম পাৰ্টিয়ে ৱাই এছ আৰ চি পিৰ একাংশ নেতাৰ আচৰণ অতি নিৰ্লজ্জ বুলি মন্তব্য কৰিছে। প্ৰাক্তন বিধায়ক তথা টিডিপিৰ জ্যেষ্ঠ নেতা বণ্ডা উমামহেশ্বৰ ৰাওৱে কয় যে ৱাই এছ আৰ চিপিৰ একাংশ নেতাৰ আচৰণ অতি নিম্নস্তৰৰ আৰু ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা হিন্দুপুৰ লোকসভাৰ সদস্য গোৰন্তলা মাধৱৰ ভিডিঅ’টোৱে তেওঁৰ দলৰ নেতাসকলৰ চৰিত্ৰৰ উমান দিছে।

উল্লেখ্য যে নিৰ্বাচনী শপতনামা অনুসৰি গোৰন্তলা মাধৱৰ বিৰুদ্ধে ৩৭৬ ধাৰা, ৩০২ ধাৰা আৰু ৫০৬ ধাৰাত গোচৰ চলি আছে। টিডিপি নেতা বণ্ডা উমাই অভিযোগ কৰে যে তেওঁৰ দলৰ সাংসদসকলৰ এনে আচৰণৰ বাবে দায়ী মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডী।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMP Gorantla MadhavMP Nude videoNude videoYSRCP MP
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
অসম

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

March 31, 2026
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ
জীৱনশৈলী

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

March 30, 2026
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?
বাণিজ্য

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

March 30, 2026
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই
জীৱনশৈলী

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

March 30, 2026
Next Post
কইনাই দৰাৰ ভাতৃসকলকো কৰাব লাগে বিবাহ! ভাৰতৰ ক’ত প্ৰচলিত আছে এই প্ৰথা?

কইনাই দৰাৰ ভাতৃসকলকো কৰাব লাগে বিবাহ! ভাৰতৰ ক’ত প্ৰচলিত আছে এই প্ৰথা?

CWG 2022ত স্তব্ধ গতি! ২০০ মিটাৰ দৌৰত ছেমিৰ পৰাই বাহিৰ ধিং এক্সপ্ৰেছ হিমা

CWG 2022ত স্তব্ধ গতি! ২০০ মিটাৰ দৌৰত ছেমিৰ পৰাই বাহিৰ ধিং এক্সপ্ৰেছ হিমা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.