• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিল্লী-মহাৰাষ্ট্ৰসহ দেশৰ ৫ ৰাজ্যত অমিক্ৰণৰ ভয়াৱহ সংক্ৰমণ, অসমতো কোভিডৰ নতুন SOP

দিল্লী-মহাৰাষ্ট্ৰসহ দেশৰ ৫ ৰাজ্যত অমিক্ৰণৰ ভয়াৱহ সংক্ৰমণ, অসমতো কোভিডৰ নতুন SOP

4 years ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

4 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

5 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

5 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

6 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

7 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

8 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

8 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

9 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

9 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

9 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

10 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

দিল্লী-মহাৰাষ্ট্ৰসহ দেশৰ ৫ ৰাজ্যত অমিক্ৰণৰ ভয়াৱহ সংক্ৰমণ, অসমতো কোভিডৰ নতুন SOP

editor by editor
December 6, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, বিশ্ব, ভাৰত, স্বাস্থ্য
0
দিল্লী-মহাৰাষ্ট্ৰসহ দেশৰ ৫ ৰাজ্যত অমিক্ৰণৰ ভয়াৱহ সংক্ৰমণ, অসমতো কোভিডৰ নতুন SOP
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো বৃদ্ধি পাইছে অমিক্ৰণৰ ভয়াৱহ সংক্ৰমণ৷ বৰ্তমানলৈকে ভাৰতত অমিক্ৰণ আক্ৰান্তৰ সংখ্যা হৈছে ২১গৰাকী৷ দিল্লী আৰু মহাৰাষ্ট্ৰত এদিনতে বৃদ্ধি পাইছে ১৭ টাকৈ নতুন ঘটনা৷ দেওবাৰৰ দিনটোত চিনাক্ত হৈছে ১৭টা নতুন ঘটনা৷ ইয়াৰে ৰাজস্থানৰ ৯টা আৰু ৮ টা মহাৰাষ্ট্ৰৰ পুনেৰ, কৰ্ণাটকত ২, গুজৰাটত ১ আৰু দিল্লীত আক্ৰান্ত হৈছে এজন ব্যক্তি৷ তথ্য অনুসৰি অমিক্ৰণ চিনাক্ত অধিকতৰ লোক দক্ষিণ আফ্ৰিকাৰ পৰা অহা ব্যক্তি৷ দেশৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰিছে কেতবোৰ নতুন নীতি-নিৰ্দেশনা৷ ইফালে অসমতো জাৰি কৰা হৈছে কোভিডৰ নতুন SOP৷ অমিক্ৰনক লৈ ৰাজ্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা —

  • আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰী নিগেটিভ ওলালেও থাকিব লাগিব কোৱাৰেণ্টাইনত
  • ৭ দিনৰ কোৱাৰেণ্টাইন বাধ্যতামূলক
  • কোভিড পজিটিভ হ’লে প্ৰ’ট’কল অনুসৰি চিকিৎসাধীন হ’ব লাগিব
  • তেনে যাত্ৰীৰ নমুনা জেন’মিক পৰীক্ষাৰ বাবে পৰীক্ষাগাৰলৈ প্ৰেৰণ হ’ব
  • সকলো ভ্ৰমণকাৰীৰ rtpcr বাধ্যতামূলক
  • ৫ বছৰৰ তলৰ শিশু ভ্ৰমণকাৰীয়ে ৰেহাই পাব
  • লক্ষণ থাকিলে কৰিব লাগিব শিশুৱে কোভিড পৰীক্ষা
  • বিমানবন্দৰত অৱতৰণৰ পাছতে নিৰীক্ষণত থাকিব যাত্ৰী

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelcovid 19 assamomicron
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প
বাণিজ্য

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

March 27, 2026
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান
অসম

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

March 27, 2026
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ
উত্তৰ-পূব

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

March 27, 2026
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?
জীৱনশৈলী

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

March 27, 2026
Next Post
new-excise-policy-liquor-price-rise

বৃদ্ধি হ’ল সুৰাৰ দাম!

assamese-language-and-char-chapori

অসমীয়া ভাষা আৰু অসমৰ চৰ-চাপৰিবাসী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.