• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেমেৰাৰ সন্মুখতে মুছলমান যুৱতীক বিয়া কৰোৱা হিন্দু যুৱকক হানি কুচি হত্যা

কেমেৰাৰ সন্মুখতে মুছলমান যুৱতীক বিয়া কৰোৱা হিন্দু যুৱকক হানি কুচি হত্যা

4 years ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

19 minutes ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

38 minutes ago
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

56 minutes ago
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

1 hour ago
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

2 hours ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

3 hours ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

3 hours ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

4 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

5 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

5 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

6 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কেমেৰাৰ সন্মুখতে মুছলমান যুৱতীক বিয়া কৰোৱা হিন্দু যুৱকক হানি কুচি হত্যা

editor by editor
May 6, 2022
in অপৰাধ, ভাৰত
0
কেমেৰাৰ সন্মুখতে মুছলমান যুৱতীক বিয়া কৰোৱা হিন্দু যুৱকক হানি কুচি হত্যা
0
SHARES
341
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক লোমহৰ্ষক হত্যা কাণ্ডৰ দৃশ্যই জোঁকাৰি গৈছে সমগ্ৰ দেশ৷ ৰাজপথত এগৰাকী হিন্দু যুৱকক চোকা অস্ত্ৰেৰে হানি কুচি হত্যা কৰা দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈছে৷

এই লোমহৰ্ষক হত্যাকাণ্ডটো হায়দৰাবাদৰ চহৰৰ ৰাজপথত সংঘটিত হৈছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি বুধবাৰে সন্ধিয়া ৮.৪৫ বজাত পাঁচজন লোকে এজন যুৱকক আগুৰি ধৰি চোকা অস্ত্ৰৰেৰে হানি কুচি হত্যা কৰে৷

আৰক্ষীয়ে মৃত যুৱকজন ২৫ বছৰীয়া বি নাগাৰাজু বুলি চিনাক্ত কৰিছে৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে তিনি মাহৰ পূৰ্বে বি নাগাৰাজুৱে ছয়িদ আশ্ৰীণ চুলতানা নামৰ এগৰাকী ইছলাম ধৰ্মাৱলম্বী যুৱতীক বিবাহ কৰাইছিল৷ অভিযোগ অনুসৰি মুছলমান যুৱতীগৰাকীক বিয়া কৰোৱাৰ বাবেই চুলতানাৰ পৰিয়ালে নাগাৰাজু হত্যা কৰে৷

 

লগতে পঢ়ক ১৩ মে’ত আহি আছে ‘লোকেল কুংফু’ৰ পৰিচালকৰ নতুন ছবি ‘লোকেল উৎপাত’

চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণীৰ মতে নৱ দম্পতীহালে নিজৰ ঘৰৰ পৰা বাইকেৰে উলাই যোৱাৰ অলপ পিছতে হাতত ৰ’ড, চুৰি আৰু লাঠি আদি লৈ থকা এটা দুৰ্বৃত্তৰ দলে ৰখাই লৈ অতৰ্কিতে আক্ৰমণ কৰে৷ দুৰ্বৃত্তৰ দলটোৰ সংগঠিত আক্ৰমণত নাগাৰাজুৰ মূৰৰ হলাহলে তেজ উলাবলৈ ধৰে আৰু পত্নী ছয়িদে সহায়ৰ বাবে চিঞৰ বাখৰ কৰে যদিও কোনো লোকে সহায়ৰ বাবে আগবাঢ়ি নাহে৷ ইয়াৰ পিছতে আক্ৰমণস্থলীতে থিতাতে তেজেৰ তুমৰলি হৈ থকা নাগাৰাজুৰ মৃত্যু হয়৷

ইফালে পত্নী ছয়িদে প্ৰকাশ কৰিছে যে আক্ৰমণকাৰীসকলৰ ভিতৰত তেওঁৰ ভাতৃও আছে৷ মাত্ৰ কেইটামান ছেকেণ্ডৰ ভিতৰতে সংঘটিত হত্যাকাণ্ডটোত কোনো লোকে নাগাৰাজুক সহায়ৰ বাবে আগবাঢ়ি অহা নাছিল যদিও কোনো লোকে সমগ্ৰ আক্ৰমণৰ ঘটনাটো মোবাইলৰ কেমেৰাৰে ৰেৰ্কড কৰে, যিটো পিছত সামাজিক মাধ্যমত ভাইৰেল হৈছে৷

‘‘ৰাজপথৰ মাজতে তেওঁলোকে মোৰ স্বামীক হত্যা কৰে৷ মোৰ ভাতৃৰ সৈতে পাঁচজন লোকে আক্ৰমণ কৰি হত্যা কৰে৷ মই সকলোৰে পৰা সহায় বিচাৰিছিলো, কোনোৱে আমাক সহায় নকৰিলে৷ মোৰ চকুৰ আগতে তেওঁক হত্যা কৰা হ’ল৷’’ সংবাদ মাধ্যমৰ আগত পত্নী চুলতানাই কয়৷

 

লগতে পঢ়ক উচ্চতা অনুসৰি আপোনাৰ ওজন কিমান হোৱা উচিত? চাওক তালিকা

উল্লেখ্য যে যোৱা ৩১ জানুৱাৰিত নাগাৰাজু আৰু চুলনাতাই বিবাহপাশত আৱদ্ধ হৈছিল৷ তেওঁলোক দশম মান শ্ৰেণীৰ পৰা পৰস্পৰৰ লগল সম্পৰ্কত আছিল যদিও চুলতানাৰ পৰিয়ালে এই সম্পৰ্কক তীব্ৰ বিৰোধ কৰি আহিছিল৷ কিন্তু চুলতানাই বিয়াৰ পিছত নিজৰ নাম পল্লৱী ৰাখে আৰু তেতিয়াৰ পৰাই চুলতানাৰ পৰিয়ালে নাগাৰাজুক মৃত্যুৰ ভাবুকি প্ৰদান কৰি আহিছিল৷

ইফালে ঘটনাৰ সন্দৰ্ভত নাগাৰাজুৰ পৰিয়ালে আৰক্ষীৰ থানাত অভিযোগ দাখিল কৰিলেও আৰক্ষীৰ বিৰুদ্ধে দায়িত্বহীনতাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ নাগাৰাজুৰ পৰিয়ালে দাবী কৰিছে যে চুলতানাৰ পৰিয়ালে নাগাৰাজুক হত্যাৰ ভাবুকি প্ৰদান কৰি অহাৰ বিষয়ে আৰক্ষীক বাৰম্বাৰ অৱগত কৰি অহাৰ পিছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এই লোমহৰ্ষক হত্যাকাণ্ডটো সংঘটিত হ’বলৈ পালে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamHydarabad murdermurder
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’
ৰাজনীতি

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

September 29, 2026
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং
অসম

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

September 29, 2026
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি
বিশ্ব

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

September 29, 2026
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?
অপৰাধ

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

September 29, 2026
Next Post
পুৰুষ সংগীৰ বীৰ্য চুৰি কৰি গৰ্ভৱতী হ’ল মহিলা, অভিযুক্ত মহিলাক জে’ললৈ নিক্ষেপ আদালতৰ

পুৰুষ সংগীৰ বীৰ্য চুৰি কৰি গৰ্ভৱতী হ’ল মহিলা, অভিযুক্ত মহিলাক জে’ললৈ নিক্ষেপ আদালতৰ

পুৰুষৰ কোনবোৰ গুণে নাৰীক আকৃষ্ট কৰে? গৱেষণাই কি কয়?

পুৰুষৰ কোনবোৰ গুণে নাৰীক আকৃষ্ট কৰে? গৱেষণাই কি কয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.