• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৰুষ সংগীৰ বীৰ্য চুৰি কৰি গৰ্ভৱতী হ’ল মহিলা, অভিযুক্ত মহিলাক জে’ললৈ নিক্ষেপ আদালতৰ

পুৰুষ সংগীৰ বীৰ্য চুৰি কৰি গৰ্ভৱতী হ’ল মহিলা, অভিযুক্ত মহিলাক জে’ললৈ নিক্ষেপ আদালতৰ

4 years ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

4 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

4 hours ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

5 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

5 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

6 hours ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

7 hours ago
Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

8 hours ago
SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

8 hours ago
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

9 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

10 hours ago
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

11 hours ago
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

পুৰুষ সংগীৰ বীৰ্য চুৰি কৰি গৰ্ভৱতী হ’ল মহিলা, অভিযুক্ত মহিলাক জে’ললৈ নিক্ষেপ আদালতৰ

editor by editor
May 6, 2022
in অপৰাধ, বিশ্ব
0
পুৰুষ সংগীৰ বীৰ্য চুৰি কৰি গৰ্ভৱতী হ’ল মহিলা, অভিযুক্ত মহিলাক জে’ললৈ নিক্ষেপ আদালতৰ
0
SHARES
919
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ মানৱ সমাজত কি কি ঘটনা যে ঘটি নাথাকে! এইবাৰ পোহৰলৈ আহিছে পুৰুষ সংগীৰ বীৰ্য চুৰি কৰি গৰ্ভৱতী হোৱাৰ অপৰাধত এগৰাকী মহিলাই কাৰাদণ্ডৰ নিৰ্দেশ লাভ কৰিছে৷

ঘটনাটো পশ্চিম জাৰ্মানীৰ বেলিফিল্ডৰ৷ ঘটনাৰ বিৱৰণীৰ মতে দুগৰাকী প্ৰাপ্ত বয়স্ক পুৰুষ মহিলাই প্ৰেমৰ সম্পৰ্কৰ অবিহনে কেৱলৰ দৈহিক প্ৰয়োজনৰ বাবে নিয়মীয়া যৌন সম্পৰ্ক স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

ইয়াৰ পিছতে দুয়োৱে নিয়মতভাৱে যৌন সম্পৰ্ক স্থাপন কৰি আহিছে৷ কিন্তু ২০২১ চনত  দুয়োৰে মাজত ঘটে এক অনাকাংক্ষিত ঘটনা৷ যিটো মহিলাগৰাকীয়ে পুৰুষগৰাকীক অজ্ঞাতে ৰাখি সংঘটিত কৰে৷

 

লগতে পঢ়ক অস্কাৰ বিজয়ী সংগীতজ্ঞ এ আৰ ৰহমানৰ কন্যাৰ বিয়া, কোন হয় দৰা?

২০২১ চনত ৩৯ বছৰত ভৰি দিয়া মহিলাগৰাকীৰ ৪২ বছৰীয়া পুৰুষ সংগীগৰাকীৰ প্ৰতি প্ৰেমৰ অনুভূতি জাগ্ৰত হয়৷ এই কথাটো তেওঁ পুৰুষ সংগী গৰাকীক অৱগত কৰে যদিও পৰুষগৰাকীয়ে সম্পৰ্কত আহিবলৈ সন্মত নহয়৷ কিন্তু ইয়াৰ পিছতো তেওঁলোকৰ মাজত শাৰীৰিক সম্পৰ্ক অব্যাহত থাকে৷

কিন্তু মহিলাগৰাকীয়ে ভিতৰি ভিতৰি কেৱল ‘ফ্ৰেণ্ডছ উইথ বেনিফিটছ’ত সন্তুষ্ট থাকিবলৈ নিবিচাৰিলে৷ তাতে তেওঁৰ পুৰুষজনৰ প্ৰতি অনুৰাগ জন্ম হয়৷

ইয়াৰ পিছতে তেওঁ পুৰুষজনক অন্ধকাৰত ৰাখি হঠাতে গৰ্ভৱতী হয়৷ কথাটোত পুৰুষজনক হতবাক হৈ পৰে৷ তেওঁ জানিবলৈ বিচাৰে যে মহিলাগৰাকীৰ গৰ্ভস্থ সন্তানৰ পিতৃ কোন? মহিলাগৰাকীৰ কয় যে ইয়াৰ পিতৃ তেৱেঁ হয়৷ কথাটোত পুৰুষজন আচৰিত হৈ পৰে, সদায় গৰ্ভনিৰোধক ব্যৱহাৰ কৰাৰ পিছতো ই কেনেকৈ সম্ভৱ!!

 

লগতে পঢ়ক ১৩ মে’ত আহি আছে ‘লোকেল কুংফু’ৰ পৰিচালকৰ নতুন ছবি ‘লোকেল উৎপাত’

ইয়াৰ পিছতে পুৰুষজনে আদালতৰ কাষ চাপে৷ মহিলাগৰাকীৰ বিৰুদ্ধে আদালতত তেওঁৰ ধৰ্ষণৰ গোচৰ দাখিল কৰে৷ আদালতে ঘটনাটো তদন্ত কৰি বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে৷ আদালতত প্ৰমাণ হয় যে মহিলাগৰাকীয়ে পুৰুষগৰাকীক প্ৰতাৰণা কৰিছে৷

এইটো প্ৰতিষ্ঠা হোৱাৰ লগে লগে পৰুষজনে এইবাৰ যৌন নিগ্ৰহ আৰু বীৰ্য চুৰিৰো গোচৰ ৰুজু কৰে৷ আদালতত মহিলাগৰাকীয়ে স্বীকাৰ কৰিছে যে তেওঁলোকৰ মাজৰ মৌখিক চুক্তি ভংগ কৰি তেওঁ পুৰুষজনৰ পৰা বীৰ্য চুৰি কৰিছিল৷ অৰ্থাৎ পুৰুষজনে নজনাকৈ মহিলাগৰাকীয়ে ব্যৱহাৰ কৰিবলগীয়া গৰ্ভনিৰোধকটোত ফুটা কৰি ৰাখিছিল৷ আৰু সেইদৰে বীৰ্য চুৰি কৰি তেওঁ উক্ত পুৰুষজনৰ ঔৰসৰত গৰ্ভধাৰণ কৰে৷

এই সমগ্ৰ গোচৰটোৰ বিচাৰ কৰি আদালতে মহিলাগৰাকীক বীৰ্য চুৰি, চুক্তি ভংগ, প্ৰতাৰণা আদি অপৰাধত কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে৷ এই নিৰ্দেশ প্ৰদান কৰি আদালতে কয় যে জাৰ্মানীৰ ইতিহাসত এনে ৰায় কেতিয়াও প্ৰদান কৰা হোৱা নাছিল আৰু এই ৰায়ে জাৰ্মানীত ইতিহাস ৰচনা কৰিছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBizarre
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!
বিশ্ব

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

October 20, 2026
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স
বিশ্ব

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

October 18, 2026
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু
বিশ্ব

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

October 18, 2026
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!
প্ৰযুক্তি

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

October 18, 2026
Next Post
পুৰুষৰ কোনবোৰ গুণে নাৰীক আকৃষ্ট কৰে? গৱেষণাই কি কয়?

পুৰুষৰ কোনবোৰ গুণে নাৰীক আকৃষ্ট কৰে? গৱেষণাই কি কয়?

‘বিয়া পাতিলেই বৃদ্ধি কৰা হ’ব দৰমহা’, আইটি প্ৰতিষ্ঠানৰ আকৰ্ষণীয় প্ৰস্তাৱ

‘বিয়া পাতিলেই বৃদ্ধি কৰা হ’ব দৰমহা’, আইটি প্ৰতিষ্ঠানৰ আকৰ্ষণীয় প্ৰস্তাৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.