• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৰুষৰ কোনবোৰ গুণে নাৰীক আকৃষ্ট কৰে? গৱেষণাই কি কয়?

পুৰুষৰ কোনবোৰ গুণে নাৰীক আকৃষ্ট কৰে? গৱেষণাই কি কয়?

4 years ago
২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

1 hour ago
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

2 hours ago
অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

3 hours ago
‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

4 hours ago
ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

4 hours ago
২১ বছৰত ২৫ বাৰ বদলি! টুকাৰাম মুণ্ডে লগাইছে তোলপাৰ, কঠোৰ উচ্চ ন্যায়ালয়

২১ বছৰত ২৫ বাৰ বদলি! টুকাৰাম মুণ্ডে লগাইছে তোলপাৰ, কঠোৰ উচ্চ ন্যায়ালয়

5 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

১৫ দিনত যমজ সূৰ্যগ্ৰহণে দেখুৱাব প্ৰকোপ! ৩টা ৰাশিৰ আহিব ডাঙৰ বিপদ

6 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

কৰ্মচাৰীসকলে পাব সকাহ! পেঞ্চনাৰ ছ’চাইটিয়ে উত্থাপন কৰিছে এই দাবী

7 hours ago
লেপটপৰ চাৰ্জাৰেৰে আপোনাৰ ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে সাৱধান!

লেপটপৰ চাৰ্জাৰেৰে আপোনাৰ ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে সাৱধান!

7 hours ago
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

8 hours ago
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

সফলতাত বাধা আৰু অৰ্থ ক্ষয়? তেন্তে আজিয়েই এইদৰে কৰক হনুমানৰ পূজা!

8 hours ago
দৈনিক ৰাশিফল- আজি বজৰংবলীৰ কৃপা বৃষ আৰু তুলা ৰাশিৰ ওপৰত, কি আছে অন্য ৰাশিৰ ভাগ্যত

আজি ৩ ৰাশিয়ে পাব নতুন সুযোগ, কিন্তু কাৰ কাৰ জীৱনত আহিব দুৰ্যোগ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পুৰুষৰ কোনবোৰ গুণে নাৰীক আকৃষ্ট কৰে? গৱেষণাই কি কয়?

editor by editor
May 6, 2022
in জীৱনশৈলী, বিবিধ
0
পুৰুষৰ কোনবোৰ গুণে নাৰীক আকৃষ্ট কৰে? গৱেষণাই কি কয়?
0
SHARES
639
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুৰুষৰ কোনবোৰ গুণে নাৰীক আকৃষ্ট কৰে? এই লৈ ৰহস্যৰ অন্ত নাই! কিন্তু এডল গৱেষকে গৱেষণা কৰি পুৰুষৰ কোনবোৰ গুণে নাৰীক আকৃষ্ট সেই বিষয়ে কিছু কথা প্ৰকাশ কৰিছে৷

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পেনচিলভেনিয়াৰ বাকনেল বিশ্ববিদ্যালয় আৰু নিউয়ৰ্ক ষ্টেট ইউনিভাৰ্চিটিৰ এটা গৱেষক দলে যুটীয়াভাৱে এই গৱেষণা চলাইছিল৷

আমেৰিকা আৰু নৱৰেৰ ১ হাজাৰ গৰাকী শিক্ষাৰ্থীৰ ওপৰত অধ্যয়ন কৰি দলটোৱে কয় যে যদি নাৰীয়ে কেৱল যৌনতা আৰু অস্থায়ী সম্পৰ্ক বিচাৰে তেনে তেওঁলোকক সেই বিষয়ে পুৰুষক স্পষ্টভাৱে প্ৰকাশ কৰে৷

লগতে পঢ়ক কেমেৰাৰ সন্মুখতে মুছলমান যুৱতীক বিয়া কৰোৱা হিন্দু যুৱকক হানি কুচি হত্যা

আনহাতে, দীৰ্ঘম্যাদী তথা স্থায়ী সম্পৰ্কৰ ক্ষেত্ৰত নাৰীয়ে পুৰুষৰ ক্ষেত্ৰত আটাইতকৈ বেছি বিচৰা গুণ দুটা হৈছে হাস্যৰস আৰু উদাৰতা৷

লিংগভেদৰ দিশটো বিচাৰ কৰি দলটোৱে আৰু কয় যে যিসকল নাৰীয়ে সহজে যৌন সম্পৰ্কৰ প্ৰতি আগ্ৰহী হৈ সেই নাৰীৰ প্ৰতি পুৰুষসকল অধিক আকৃষ্ট হয়৷ অৱশ্যে, পুৰুষৰ মন জয়ী কৰাৰ আন এক উপায়ো নাৰীৰ আছে৷ পুৰুষৰ দৰে মুকলি মনেৰে হাঁহিব আৰু কৌতুক কৰিব পৰা নাৰীৰ প্ৰতিও পুৰুষসকল আকৃষ্ট হয়৷

লগতে পঢ়ক অস্কাৰ বিজয়ী সংগীতজ্ঞ এ আৰ ৰহমানৰ কন্যাৰ বিয়া, কোন হয় দৰা?

অৱশ্যে, এইটো মনত ৰখাটো গুৰুত্বপূৰ্ণ যে এই বিষয়টো সকলোৰে ব্যক্তিগত বিষয়। গতিকে, এজন ব্যক্তিৰ বাবে যিটো আকৰ্ষণীয় যেন লাগে সেয়া আন এজনৰ বাবে আকৰ্ষণীয় যেন নালাগিবও পাৰে।

সেয়ে, এনে জৰীপক নিৰ্ঘাট সত্য বুলি গ্ৰহণ কৰাৰ পূৰ্বেও বিচাৰ কৰাৰ প্ৰয়োজনীয়তাও থাকে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?
বিনোদন

২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

August 11, 2026
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন
জীৱনশৈলী

কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

August 11, 2026
অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ
বিশ্ব

অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

August 11, 2026
‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে
প্ৰযুক্তি

‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

August 11, 2026
Next Post
‘বিয়া পাতিলেই বৃদ্ধি কৰা হ’ব দৰমহা’, আইটি প্ৰতিষ্ঠানৰ আকৰ্ষণীয় প্ৰস্তাৱ

‘বিয়া পাতিলেই বৃদ্ধি কৰা হ’ব দৰমহা’, আইটি প্ৰতিষ্ঠানৰ আকৰ্ষণীয় প্ৰস্তাৱ

১ কোটি টকাৰ পুৰস্কাৰৰ লোভ! কিয় মৃত্যুদণ্ড দিয়া হ’ল আলফা(স্বা)ৰ দুই সদস্যক?

১ কোটি টকাৰ পুৰস্কাৰৰ লোভ! কিয় মৃত্যুদণ্ড দিয়া হ’ল আলফা(স্বা)ৰ দুই সদস্যক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.