• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘বিয়া পাতিলেই বৃদ্ধি কৰা হ’ব দৰমহা’, আইটি প্ৰতিষ্ঠানৰ আকৰ্ষণীয় প্ৰস্তাৱ

‘বিয়া পাতিলেই বৃদ্ধি কৰা হ’ব দৰমহা’, আইটি প্ৰতিষ্ঠানৰ আকৰ্ষণীয় প্ৰস্তাৱ

4 years ago
ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?

ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?

6 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

নৱেম্বৰ মাহত এই ৪ ৰাশিৰ বাবে আহিব সুখবৰ!

6 hours ago
অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

6 hours ago
বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

7 hours ago
নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ

নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ

7 hours ago
পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত

পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত

8 hours ago
বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা

বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা

8 hours ago
ঠাণ্ডাৰ দিনকেইটাত উফিৰ সমস্যাত ভূগিছে নেকি? এইটো হেয়াৰ মাস্ক ব্যৱহাৰ কৰিলে সোনকালেই উপশম হ’ব এই সমস্যাৰ পৰা

আমলখি খোৱাৰ পিছত পানী খালে মিঠা কিয় লাগে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

9 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় অভিনেত্ৰীৰ মৃত্যু, বিনোদন জগতৰ পৰা আহিছে দুঃখবৰ!

10 hours ago
ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

প্ৰাণৰ শংকাত ভূগিছে ঘনকান্তৰ পত্নী, ধেমাজিৰ পৰা গুৱাহাটী আহিবলৈ বিচাৰিছে আৰক্ষীৰ নিৰাপত্তা

11 hours ago
ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

11 hours ago
ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?

ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, November 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

‘বিয়া পাতিলেই বৃদ্ধি কৰা হ’ব দৰমহা’, আইটি প্ৰতিষ্ঠানৰ আকৰ্ষণীয় প্ৰস্তাৱ

editor by editor
May 6, 2022
in নিয়োগ, প্ৰযুক্তি, বাণিজ্য
0
‘বিয়া পাতিলেই বৃদ্ধি কৰা হ’ব দৰমহা’, আইটি প্ৰতিষ্ঠানৰ আকৰ্ষণীয় প্ৰস্তাৱ
0
SHARES
87
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটা আইটি প্ৰতিষ্ঠানে প্ৰতিষ্ঠানটোত কৰ্মৰত কৰ্মচাৰীৰ বাবে অতি আকৰ্ষণীয় প্ৰস্তাৱ আগবঢ়াইছে৷ কৰ্মচাৰীলৈ আকৰ্ষণীয় প্ৰস্তাৱ আগবঢ়োৱা এই প্ৰতিষ্ঠানটোৰ নাম হৈছে মুকাম্বিকা ইনফ’ছলিউচনছ৷

মাদুৰাইস্থিত প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ কৰ্মচাৰীক বিয়া কৰালে দৰমহা বৃদ্ধিৰ প্ৰস্তাৱ দিছে৷ প্ৰতিষ্ঠানটোৱে কয় যে বিয়া কৰোৱা প্ৰতিগৰাকী কৰ্মচাৰীৰে বছৰত ৬ পৰা ৮ শতাংশ দৰমহা বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে৷ কৰ্মচাৰীসকলে চাকৰি ত্যাগ কৰিব বুলি ভাবিয়ে এই প্ৰস্তাৱ দিয়া বুলি কোৱা হৈছে৷

২০০৬ চনত শিৱকাশীত প্ৰতিষ্ঠা কৰা প্ৰতিষ্ঠানটো সম্প্ৰসাৰিত হোৱাৰ ফলত ২০১০ চনত মাদুৰাইলৈ স্থানান্তৰিত কৰা হয়৷

 

লগতে পঢ়ক পুৰুষৰ কোনবোৰ গুণে নাৰীক আকৃষ্ট কৰে? গৱেষণাই কি কয়?

প্ৰতিষ্ঠানটোৱে ইয়াৰ পূৰ্বেও নিজৰ কৰ্মচাৰীসকলক বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰি আহিছে৷ টাইমছ অৱ ইণ্ডিয়াৰ বাতৰিৰ মতে কোভিডকালীন পৰিস্থিতিৰ পিছত আইটি প্ৰতিষ্ঠানসমূহে কৰ্মচাৰী ছাটাই কৰিছিল যদিও এই প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ কৰ্মচাৰীসকলৰ দৰমহা দুগুণলৈ বৃদ্ধিহে কৰিছিল৷

ইমানেই নহয়, প্ৰতিষ্ঠানটোৱে প্ৰতি তিনিমাহৰ মূৰে মূৰে কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰা হ’ব বুলিও প্ৰতিশ্ৰুতি দিছিল৷

‘‘আমি ‘মিত্ৰতা নিৰ্মাতা’ৰ নেটৱৰ্কৰ জৰিয়তে কৰ্মচাৰীসকলক সহায় কৰো। বিবাহ হৈছে জীৱনৰ সৰ্বশ্ৰেষ্ঠ গেট-টুগেদাৰ, গোটেই দলটোৱে ভান ভাড়া কৰে আৰু উপস্থিত থাকে।’’ প্ৰতিষ্ঠানটোৱে কয়৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMookambika Infosolutions
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?
নিয়োগ

ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

October 31, 2026
শীঘ্ৰে বজাৰলৈ আহিব প্লাষ্টিক নোট, RBI য়ে দিছে আপডেট
বাণিজ্য

শীঘ্ৰে বজাৰলৈ আহিব প্লাষ্টিক নোট, RBI য়ে দিছে আপডেট

October 31, 2026
ধন তেৰাছৰ পূৰ্বে গ্ৰাহকৰ বাবে সুখবৰ, সোণ-ৰূপৰ দামত বৃহৎ পতন!
বাণিজ্য

ধন তেৰাছৰ পূৰ্বে গ্ৰাহকৰ বাবে সুখবৰ, সোণ-ৰূপৰ দামত বৃহৎ পতন!

October 31, 2026
ছত্তীশগড়ত তেজৰ দৰে হৈ পৰিছে আকাশ!
বিজ্ঞান

ছত্তীশগড়ত তেজৰ দৰে হৈ পৰিছে আকাশ!

October 31, 2026
Next Post
১ কোটি টকাৰ পুৰস্কাৰৰ লোভ! কিয় মৃত্যুদণ্ড দিয়া হ’ল আলফা(স্বা)ৰ দুই সদস্যক?

১ কোটি টকাৰ পুৰস্কাৰৰ লোভ! কিয় মৃত্যুদণ্ড দিয়া হ’ল আলফা(স্বা)ৰ দুই সদস্যক?

পবিত্ৰ গছৰ তলত উলংগ ফ’টো উঠি শ্বেয়াৰ সুন্দৰীৰ, লাভ কৰিলে ছবছৰ কাৰাদণ্ড!

পবিত্ৰ গছৰ তলত উলংগ ফ’টো উঠি শ্বেয়াৰ সুন্দৰীৰ, লাভ কৰিলে ছবছৰ কাৰাদণ্ড!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.