• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পবিত্ৰ গছৰ তলত উলংগ ফ’টো উঠি শ্বেয়াৰ সুন্দৰীৰ, লাভ কৰিলে ছবছৰ কাৰাদণ্ড!

পবিত্ৰ গছৰ তলত উলংগ ফ’টো উঠি শ্বেয়াৰ সুন্দৰীৰ, লাভ কৰিলে ছবছৰ কাৰাদণ্ড!

4 years ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

8 hours ago
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

8 hours ago
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

8 hours ago
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

9 hours ago
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

10 hours ago
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

10 hours ago
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

11 hours ago
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

11 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

12 hours ago
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

13 hours ago
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

13 hours ago
‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

পবিত্ৰ গছৰ তলত উলংগ ফ’টো উঠি শ্বেয়াৰ সুন্দৰীৰ, লাভ কৰিলে ছবছৰ কাৰাদণ্ড!

editor by editor
May 7, 2022
in অপৰাধ, বিশ্ব
0
পবিত্ৰ গছৰ তলত উলংগ ফ’টো উঠি শ্বেয়াৰ সুন্দৰীৰ, লাভ কৰিলে ছবছৰ কাৰাদণ্ড!
0
SHARES
838
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিজকে ভাইৰেল কৰিবলৈ এইখন পৃথিৱীত মানুহে আৰু কিমান আজৱ কাণ্ড-কাৰাখানা সংঘটিত কৰি নুফুৰে!

এইবাৰ এগৰাকীৰ সুন্দৰী যুৱতীয়ে এজোপা পবিত্ৰ তথা প্ৰায় ৭০০ বছৰীয়া পুৰণি প্ৰকাণ্ড গছৰ গুৰিত উলংগ ফ’টো উঠি সামাজিক মাধম্যত শ্বেয়াৰ কৰি কাৰাদণ্ডৰ ৰায় লাভ কৰিছে৷

এই  সুন্দৰী যুৱতীগৰাকী আন কোনো নহয়, তেওঁ হৈছে ৰাছিয়াৰ এগৰাকী প্ৰভাৱশালী নাৰী এলিনা ফাজলীভা৷ এলিনাই ইন্দোনেছিয়াৰ বালিৰ ৭০০ বছৰীয়া পুৰণি এজোপা পবিত্ৰ বুলি পৰিচিত গছৰ তলত উলংগ হৈ ফ’টো উঠে৷

লগতে পঢ়ক ‘বিয়া পাতিলেই বৃদ্ধি কৰা হ’ব দৰমহা’, আইটি প্ৰতিষ্ঠানৰ আকৰ্ষণীয় প্ৰস্তাৱ

ইমানেই নহয়, ফ’টো উঠি এলিনাই সেই ফ’টো ইনষ্টাগ্ৰাম হেণ্ডলতো শ্বেয়াৰ কৰে৷ ইয়াৰ পিছতে বালিৰে এজন উদ্যোগী নিলুহ ডজেলান্তিকে এলিনাৰ উক্ত ফ’টোসমূহৰ বিৰুদ্ধে প’ৰ্ণগ্ৰাফিক শ্ৰেণীৰ ফ’টো বুলি আৰক্ষীক অভিযোগ দাখিল কৰে৷

উদ্যোগীজনে কয় যে বালিৰ টাবানাৰ বাবাকন মন্দিৰত থকা উক্ত ৭০০ বছৰীয়া পুৰণি প্ৰকাণ্ড গছজোপাক স্থানীয় লোকে পবিত্ৰ বুলি গণ্য কৰাই নহয়, ইয়াক পূজা কৰিও আহিছে৷

আৰক্ষীক অভিযোগ দাখিল কৰাৰ পিছতে এলিনাৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হয়৷ ইন্দোনেছিয়াৰ ইনফ’ৰমেচন এণ্ড ইলেক্ট্ৰণিক ট্ৰেনছেকচনছ আইন(ITE)ৰ অধীনত দোষী সাব্যস্ত কৰি এলিকাক ৭৮,০০০ ইউৰো জৰিমনাৰ লগতে ছবছৰ কাৰাদণ্ড বিহা হৈছে৷

লগতে পঢ়ক পুৰুষৰ কোনবোৰ গুণে নাৰীক আকৃষ্ট কৰে? গৱেষণাই কি কয়?

অৱশ্যে স্থানীয় লোকৰ প্ৰতিক্ৰিয়াৰ পিছতে এলিনাই ইনষ্টাগ্ৰামৰ পৰা উক্ত ফ’টোসমূহ দিলিট কৰি ক্ষমা ভীক্ষাও কৰিছে৷

‘‘বালি আৰু ইন্দোনেছিয়াৰ লোকসকলৰ ওচৰত মই ক্ষমা বিচাৰিছো৷ মোৰ কামৰ বাবে মই অনুতপ্ত৷’’ এটা ভিডিঅ’ত এলিনা ফাজলীভাই কয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 700 years old treeAlina Fazleevaasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBalibest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য
অসম

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

October 11, 2026
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?
প্ৰযুক্তি

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

October 11, 2026
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল
বিশ্ব

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

October 11, 2026
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!
অপৰাধ

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

October 11, 2026
Next Post
৩৬ জিলাৰ ১১৩ গৰাকী মহিলাক ফোনত হাৰাশাস্তি! ৰঙা ঘৰলৈ গ’ল আদহীয়া ব্যক্তি

৩৬ জিলাৰ ১১৩ গৰাকী মহিলাক ফোনত হাৰাশাস্তি! ৰঙা ঘৰলৈ গ’ল আদহীয়া ব্যক্তি

উৰন্ত বিমানৰ জৰুৰীকালীন দুৱাৰ খুলি পাংখাত উঠিল যাত্ৰী, তাৰ পিছত কি ঘটিল?

উৰন্ত বিমানৰ জৰুৰীকালীন দুৱাৰ খুলি পাংখাত উঠিল যাত্ৰী, তাৰ পিছত কি ঘটিল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.