• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩৬ জিলাৰ ১১৩ গৰাকী মহিলাক ফোনত হাৰাশাস্তি! ৰঙা ঘৰলৈ গ’ল আদহীয়া ব্যক্তি

৩৬ জিলাৰ ১১৩ গৰাকী মহিলাক ফোনত হাৰাশাস্তি! ৰঙা ঘৰলৈ গ’ল আদহীয়া ব্যক্তি

4 years ago
ভাগ্যই সহায় কৰিছে থালাপতি বিজয়ক! ৪ নম্বৰ কিয় ইমান বিশেষ?

ভাগ্যই সহায় কৰিছে থালাপতি বিজয়ক! ৪ নম্বৰ কিয় ইমান বিশেষ?

27 minutes ago
iPhone কিনিম বুলি ভাবিছে নেকি? এয়াই আপোনাৰ বাবে সোণালী সুযোগ!

iPhone কিনিম বুলি ভাবিছে নেকি? এয়াই আপোনাৰ বাবে সোণালী সুযোগ!

1 hour ago
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

2 hours ago
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

হনুমান চালিছা কি ভাষাত পঢ়াটো উত্তম? কেতিয়াও নকৰিব ভুল!

3 hours ago
হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!

হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!

4 hours ago
আজি ৪ ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ! পঢ়ক দৈনিক ৰাশিফল

আজি ৪ ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ! পঢ়ক দৈনিক ৰাশিফল

4 hours ago
এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

15 hours ago
দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব

দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব

15 hours ago
বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

15 hours ago
অসমত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতেই পদত্যাগ প্ৰভাৰী জীতেন্দ্ৰ সিঙৰ

অসমত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতেই পদত্যাগ প্ৰভাৰী জীতেন্দ্ৰ সিঙৰ

16 hours ago
ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

16 hours ago
সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?

সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

৩৬ জিলাৰ ১১৩ গৰাকী মহিলাক ফোনত হাৰাশাস্তি! ৰঙা ঘৰলৈ গ’ল আদহীয়া ব্যক্তি

editor by editor
May 7, 2022
in অপৰাধ, ভাৰত
0
৩৬ জিলাৰ ১১৩ গৰাকী মহিলাক ফোনত হাৰাশাস্তি! ৰঙা ঘৰলৈ গ’ল আদহীয়া ব্যক্তি
0
SHARES
148
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩৬ খন জিলাৰ ১১৩ গৰাকী মহিলাক ফোনত বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰি ৰঙাঘৰত সোমাবলগীয়া হৈছে এগৰাকী ব্যক্তি৷

একাংশ মহিলাৰ অভিযোগৰ ভিত্তিত উত্তৰ প্ৰদেশৰ ছাইনী আৰক্ষীয়ে বৃহস্পতিবাৰে ৰবেন্দ্ৰ কুমাৰ মৌৰ্যৰ নামৰ ৪৫ বছৰীয়া ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰিছে৷

আৰক্ষীয়ে প্ৰকাশ কৰা মতে লোকজনৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ উন্নাও, কাণপুৰ নগৰ, আম্বেদকাৰ নগৰ, প্ৰতাপগড়, প্ৰয়াগৰাজ, ৰাইবেৰেলী, হাৰ্দৈস চুলতানপুৰ, মীৰ্জাপুৰ, গোৰখপুৰ, আমেথি, গাজীপুৰ আজমগড়, কৌশাম্বী আদি জিলাৰ বিভিন্ন থানাত গোচৰ ৰুজু কৰা পিছতে লোকজনক ৱাণ্টেড অপৰাধী ঘোষণা কৰা হৈছিল৷

লগতে পঢ়ক ১ কোটি টকাৰ পুৰস্কাৰৰ লোভ! কিয় মৃত্যুদণ্ড দিয়া হ’ল আলফা(স্বা)ৰ দুই সদস্যক?

লোকজনৰ বিৰুদ্ধে লক্ষ্ণৌত সৰ্বাধিক ১৯ গৰাকী মহিলাই হাৰাশাস্তি কৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷

আৰক্ষীয়ে প্ৰকাশ কৰা মতে অভিযুক্ত মৌৰ্যই মোবাইলত বিভিন্ন নম্বৰ ডাইল কৰি ফোন কৰে আৰু সেই নম্বৰটোত কোনো মহিলা বা যুৱতীয়ে ফোন ৰিচিভ কৰিলে বিভিন্ন ধৰণৰ অশ্লীল তথা অশালীন ভাষাৰে হাৰাশাস্তি কৰিবলৈ ধৰে৷ ইয়াৰ পিছতে তেওঁ ভিডিঅ’ কল কৰিও বিভিন্ন অশ্লীল ভাৱ ভংগী কৰি সেয়া ৰেকৰ্ডিং কৰে৷

লোকজনে ভুৱা পৰিচয়েৰে বিভিন্ন মোবাইল কোম্পানীৰ পৰা ছিম কাৰ্ড উলিয়াই এইবোৰ কাণ্ড সংঘটিত কৰি আহিছিল৷

লগতে পঢ়ক ‘বিয়া পাতিলেই বৃদ্ধি কৰা হ’ব দৰমহা’, আইটি প্ৰতিষ্ঠানৰ আকৰ্ষণীয় প্ৰস্তাৱ

মহিলাসকলৰ পৰা একে অভিযোগ লাভ কৰি আৰক্ষীয়ে বিভিন্ন ছিম কাৰ্ডৰ পৰা কৰা তেনেধৰণৰ সকলোবোৰ ফোন কল ট্ৰেছ কৰিবলৈ ধৰে আৰু অৱশেষত কৌশাম্বীৰ পৰা এজন লোকে এই কাণ্ড সংঘটিত কৰা বুলি নিশ্চিত হৈ তাৰ পৰাই লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

পেচাত এজন আমৰ ব্যৱসায়ী মৌৰ্যৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৫৪, ৪১৯, ৪২০, ৬৮, ৬৭, ৭১ আৰু ২৯৪ অধীনত গোচৰ ৰুজু কৰিছে৷

আৰক্ষীয়ে প্ৰকাশ কৰা মতে লোকজনৰ অবিবাহিত আৰু তেওঁৰ ৪ গৰাকী কণিষ্ঠ ভাতৃ আছে৷ হাতাশাগ্ৰস্ততা ভুগি লোকজনে এই কাণ্ড সংঘটিত কৰা অহা বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰিছে৷ আৰক্ষীৰ মতে লোকজনক বিভিন্ন সময়ত ইয়াৰ বাবে কাউনচেলিঙৰ কৰিছিল যদিও সেই হতাশাগ্ৰস্ততাৰ পৰা মুক্তি লাভ কৰা নাই৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব
ভাৰত

দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব

May 4, 2026
বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা
অসম

বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

May 4, 2026
ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে
জীৱনশৈলী

ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

May 4, 2026
বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?
জীৱনশৈলী

বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

May 4, 2026
Next Post
উৰন্ত বিমানৰ জৰুৰীকালীন দুৱাৰ খুলি পাংখাত উঠিল যাত্ৰী, তাৰ পিছত কি ঘটিল?

উৰন্ত বিমানৰ জৰুৰীকালীন দুৱাৰ খুলি পাংখাত উঠিল যাত্ৰী, তাৰ পিছত কি ঘটিল?

কৰ্মচাৰীৰ প্ৰতি দৰদ প্ৰতিষ্ঠানৰ! ডিউটিৰ মাজতে টোপনি মাৰিবলৈ সময় দিব ৩০ মিনিট

কৰ্মচাৰীৰ প্ৰতি দৰদ প্ৰতিষ্ঠানৰ! ডিউটিৰ মাজতে টোপনি মাৰিবলৈ সময় দিব ৩০ মিনিট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.