• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এদিন গ্ৰেপ্তাৰ হ’বই’, অখিল গগৈৰ বিস্ফোৰক মন্তব্য

‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এদিন গ্ৰেপ্তাৰ হ’বই’, অখিল গগৈৰ বিস্ফোৰক মন্তব্য

4 years ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

43 minutes ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

1 hour ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

2 hours ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

2 hours ago
আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

3 hours ago
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

3 hours ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

4 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

5 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

6 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

7 hours ago
LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

7 hours ago
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এদিন গ্ৰেপ্তাৰ হ’বই’, অখিল গগৈৰ বিস্ফোৰক মন্তব্য

editor by editor
January 30, 2022
in অসম, ৰাজনীতি
0
‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এদিন গ্ৰেপ্তাৰ হ’বই’, অখিল গগৈৰ বিস্ফোৰক মন্তব্য
0
SHARES
392
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসল লাইভ ২৪ঃ সাম্প্ৰতিক সময়ৰ ৰাজনীতিক উত্তাল কৰি ৰখা কেবাটাও স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত বিস্ফোৰণ মন্তব্য প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে৷

দেওবাৰে অসম লাইভ ২৪ৰ সাংবাদিকৰ আগত নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদনৰ পিছতে পুনৰ দেশৰ ৰাজনীতি উত্তাল কৰা পেগাচাছ কাণ্ডৰ সন্দৰ্ভত মুখ খুলি বিধায়ক অখিল গগৈয়ে কয় যে পেগাচাছ কেলেংকাৰিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে দেশৰ জনতাৰ বিৰুদ্ধে যুদ্ধ কৰিছে৷

এই সন্দৰ্ভত তদন্তকাৰী সংস্থা NIAএ তেওঁৰ বেডৰুমত কি হৈ আছে সেয়াও জানিছিল বুলি বিস্ফোৰক মন্তব্যও কৰিছে বিধায়ক গগৈয়ে৷ পেগাচাছ কেলেংকাৰিয়ে শালীনতাৰ সীমা, ব্যক্তিগত সম্পৰ্ক, মৌলিক অধিকাৰ সকলোবোৰ চেৰাই গৈছে বুলিও গুৰুতৰ অভিযোগ কৰে বিধায়ক অখিল গগৈয়ে৷

পেগাচাছ কাণ্ডেৰে মোদী চৰকাৰে ৰাষ্ট্ৰদ্ৰোহী কাম কৰাৰ অভিযোগ কৰি ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰেপ্তাৰ হৈ এদিন হ’লেও জে’ললৈ যাব লাগিব বুলি দৃঢ়তাৰে অখিল গগৈয়ে মন্তব্য কৰিছে৷

ইফালে আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ ক্ষেত্ৰত কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ অচিৰেই বৈঠক অনুষ্ঠিত হ’ব বুলি জনায় অখিল গগৈয়ে৷ আমাৰ এজন বিধায়ক গতিকে আমি নৈতিকভাৱে প্ৰাৰ্থী দাবী কৰিব নোৱাৰো বুলি উল্লেখ কৰি তেওঁৰ ভোটটো বিজেপিক বিৰোধিতা কৰি কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থীকে দিব বুলিও প্ৰকাশ কৰিছে অখিল গগৈয়ে৷

ৰাজ্যসভাৰ নিৰ্বাচনকলৈ পুনৰ ঘোঁৰা বেচা-কিনা হ’ব নেকি বুলি কৰা এক প্ৰশ্নোত্তৰত অখিল গগৈয়ে কয়, ‘‘আৰু ঘোঁৰা কিনিব বুলি মোৰ বিশ্বাস হোৱা নাই৷ ঘোঁৰা কিনা মানুহজন হৈছে খোদ মুখ্যমন্ত্ৰী নিজেই৷’’

বদৰুদ্দিন আজমলেই এদিন হাইদৰ হুছেইনক পৰাস্ত কৰাৰ অভিযোগ কৰি বিধায়কগৰাকীয়ে এআইইউডিএফে প্ৰাৰ্থী দিলে বিজেপিৰ প্ৰাৰ্থীৰ বাবে বাট মুকলি কৰি দিয়া হ’ব বুলিহে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷

আনহাতে, সংবাদ মাধ্যমত মন্ত্ৰী পিয়ুষ হাজৰিকা আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মাজত চলি থকা তৰল বাকযুদ্ধ সম্পৰ্কেও মন্তব্য প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে৷ এই ক্ষেত্ৰত বিধায়ক গগৈয়ে কাব্য সাধনা এক মহৎ সাধনা বুলি মন্তব্য কৰি কবিতাক ৰাজনীতিলৈ আনি কাব্য সাধনাক অপমান নকৰিবলৈ দুয়োপক্ষে আহ্বান জনায়৷

ফেক এনকাউণ্টাৰ সম্পৰ্কে অখিল গগৈয়ে কয় যে ফেক এনকাউণ্টাৰ ভাৰতৰ ইতিহাসত এটা অতি জঘন্য ঘটনা আৰু মুখ্যমন্ত্ৰীৰ নাম ইয়াৰ বাবে ইতিহাসত ক’লা আখৰেৰে লিখা থাকিব৷ বিধায়ক অখিল গগৈয়ে ফেক এনকাউণ্টাৰ অতি শীঘ্ৰেই বন্ধ কৰিবলৈ দাবী জনায়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: akhil gogoiasom live 24assam live 24axom live 24cm himanta biswa sarmaMLA Akhil GogoiPegasus Scamrajya sabha election
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?
জীৱনশৈলী

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

March 19, 2026
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?
অসম

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

March 19, 2026
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

March 18, 2026
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?
জীৱনশৈলী

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

March 17, 2026
Next Post
মামাৰ জন্মদিন উপলক্ষে মাজুলীত ভাগিনহঁতৰ বিশেষ প্ৰস্তুতি, প্ৰদৰ্শন কৰিব মাটি আখৰা, গায়ন বায়ন, বৰগীত, নতুৱা নৃত্য…

মামাৰ জন্মদিন উপলক্ষে মাজুলীত ভাগিনহঁতৰ বিশেষ প্ৰস্তুতি, প্ৰদৰ্শন কৰিব মাটি আখৰা, গায়ন বায়ন, বৰগীত, নতুৱা নৃত্য…

    মে-দাম-মে-ফী

    মে-দাম-মে-ফী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.