• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি

‘এক দেশ এক নিৰ্বাচন’, কেইবাখনো ৰাজ্যত একেলগে হ’বলৈ গৈ আছে লোকসভা-বিধানসভা নিৰ্বাচন

2 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

2 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

3 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘এক দেশ এক নিৰ্বাচন’, কেইবাখনো ৰাজ্যত একেলগে হ’বলৈ গৈ আছে লোকসভা-বিধানসভা নিৰ্বাচন

অতি কমেও আঠখন ৰাজ্যত এইবাৰ একেলগে বিধানসভা আৰু লোকসভা নিৰ্বাচন হোৱাৰ সম্ভাৱনাই দেখা দিছে।

editor by editor
March 13, 2024
in অসম, উত্তৰ-পূব, ভাৰত, ৰাজনীতি
0
0
SHARES
86
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘এক দেশ এক নিৰ্বাচন’, কেইবাখনো ৰাজ্যত একেলগে হ’বলৈ গৈ আছে লোকসভা-বিধানসভা নিৰ্বাচন

ভাৰতবৰ্ষৰ নিৰ্বাচনত এইবাৰ এক বিশেষ ঘটনা হ’বলৈ গৈ আছে। দেশৰ কেইবাখনো ৰাজ্যত একেলগে অনুষ্ঠিত হ’বলৈ গৈ আছে লোকসভা আৰু বিধানসভা নিৰ্বাচন। ‘এক দেশ এক নিৰ্বাচন’ এই কথা কাৰ্যতঃ সিদ্ধি হোৱাৰ দিশে।

অতি কমেও আঠখন ৰাজ্যত এইবাৰ একেলগে বিধানসভা আৰু লোকসভা নিৰ্বাচন হোৱাৰ সম্ভাৱনাই দেখা দিছে। এই আঠ ৰাজ্যৰ ভিতৰত কেন্দ্ৰীয় শাসিত অঞ্চলতো একেলগে নিৰ্বাচন হব পাৰে। এই আঠ ৰাজ্যৰ ভিতৰত অন্যতম ৰাজ্যখন হৈছে হাৰিয়ানা।

চৰকাৰ তথা নিৰ্বাচন আয়োগৰ ফালৰ পৰা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি এইদৰে একেলগে বিধানসভা আৰু লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব লগা ৰাজ্যবোৰৰ ভিতৰত হাৰিয়ানা আৰু জম্মু-কাশ্মীৰ উল্লেখযোগ্য। কিয়নো এই বৰ্ষতেই এই দুই ৰাজ্যত বিধানসভাৰ কাৰ্যকাল সম্পূৰ্ণ হ’ব।

ইয়াৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলতো একেদৰে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কাৰণো একে বুলি জানিব পৰা গৈছে।

উল্লখনীয় যে, বিগত কিইটামান লোকসভা নিৰ্বাচনৰ সময়তে উৰিষা, অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ আৰু চিকিমত একেসময়তে লোকসভা আৰু বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ আহিছে।

অসমতো ইয়াৰ এক প্ৰভাৱ দেখিবলৈ পোৱা যোৱাৰ সম্ভৱনাই দেখা দিছে। কিয়নো কেইগৰাকীমান বৰ্তমানৰ বিধায়কে লোকসভা নিৰ্বাচনত টিকট লাভ কৰাত এতিয়া সেই কেইটা সমষ্টিত একেসময়তে লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন হ’ব পাৰে বুলি ইংগিত পোৱা গৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassembly electionelectionindiaIndian Politics
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

Next Post
মৰমৰ ছাত্ৰীক চুমা দি বিপদ, হাস্পতালত ভৰ্তি প্ৰধান শিক্ষক

মহিলাই বছৰি পাব ১ লাখকৈ টকা, ৰাহুল গান্ধীয়ে দিলে ভৰষা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন