• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
OPS আৰু NPS ক লৈ বাজেটত ডাঙৰ খবৰ, দৰমহা বাঢ়িব আশাকৰ্মী, অঙ্গনবড়ী কৰ্মীৰো

1 year ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

1 hour ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

2 hours ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

3 hours ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

5 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

6 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

7 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

8 hours ago
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

OPS আৰু NPS ক লৈ বাজেটত ডাঙৰ খবৰ, দৰমহা বাঢ়িব আশাকৰ্মী, অঙ্গনবড়ী কৰ্মীৰো

OPS আৰু NPS ক লৈ বাজেটত ডাঙৰ খবৰ, দৰমহা বাঢ়িব আশাকৰ্মী, অঙ্গনবড়ী কৰ্মীৰো

editor by editor
March 10, 2025
in অসম, জীৱনশৈলী, ভাৰত
0
OPS আৰু NPS ক লৈ বাজেটত ডাঙৰ খবৰ, দৰমহা বাঢ়িব আশাকৰ্মী, অঙ্গনবড়ী কৰ্মীৰো
0
SHARES
3.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম চৰকাৰৰ কৰ্মচাৰীৰ পেঞ্চন স্কিমক লৈ বাজেটত ডাঙৰ ঘোষণা।

কোনে কোনে লাভ কৰিব OPSৰ সুবিধা সেই সম্পৰ্কে স্পষ্টকৈ প্ৰকাশ বাজেটত।

২০০৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা নিয়মীয়া কৰ্মচাৰীয়ে লাভ কৰিব OPSৰ সুবিধা।

অৱশ্যে NPS তহবিলত জমা হোৱা চৰকাৰী ধন উভতাই দিব লাগিব কৰ্মচাৰীয়ে।

এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা নীতি অনুসৰণ কৰিব ৰাজ্য চৰকাৰে।

নতুন পেঞ্চন অঁচনিয়ে সামৰি লোৱা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে পাব UPSৰ সুবিধা।

UPSপেঞ্চন নীতিয়ে সামৰি লব ৰাজ্যৰ ২.৮ লাখ কৰ্মচাৰীক।

অসম চৰকাৰৰ অধীনত কৰ্মৰত কৰ্মচাৰীয়ে লাভ কৰিব আয়ুষ্মান অসম, মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ সুবিধা।

ৰাজ্যৰ চৰকাৰী হাস্পতাল, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছন কেন্দ্ৰ, বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত নগদবিহিনী চিকিৎসা সেৱা লাভ কৰিব।

আশাকৰ্মী, ৰান্ধনী, অঙ্গনবড়ী কৰ্মীৰ দৰমহা বৃদ্ধিৰ বিষয়কলৈয়ো বাজেটত আলোচনা।

এইসকল কৰ্মচাৰীৰ পাৰিতোষিক ১ অক্টোবৰৰ পৰা বৃদ্ধি কৰাৰ সিদ্ধান্ত।

তেওঁলোকক এককালীন সাহাৰ্য্যও প্ৰদান কৰা হব।

নিৰ্দিষ্ট বেতন, মাষ্টাৰৰোলত কৰ্মৰত লোকে মাহিলী ঘৰভাড়াৰ ৫০শতাংশ চৰকাৰৰ পৰা লাভ কৰিব।

প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফট বিজলি যোজনাৰ প্ৰতি উৎসাহিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক প্ৰদান কৰা হব ৰাজসাহাৰ্য্য।

প্ৰতি কিলোৱাটত ২০০০ টকাকৈ সৰ্বোচ্চ ৩ কিলোৱাটত ৬০০০ টকা পৰ্যন্ত ৰাজসাহাৰ্য্য প্ৰদান কৰা হব।

সৌৰ শক্তি চালিত বিদ্যুত আহৰণ ব্যৱস্থা গঢ়ি তোলা ৫০০০০ লোকৰ বাবে প্ৰথমে এই সুবিধা উপলব্ধ হব।

আপোন ঘৰ আঁচনিৰ অধীনত ৪০,০৫৮জন কৰ্মচাৰী আৰু আপোন বাহন আঁচনিৰ অধীনত ৩১৯০ জন কৰ্মচাৰীৰ সুদৰ হাৰত ৰেহাই দিয়া হব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে
জীৱনশৈলী

March 19, 2026
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?
জীৱনশৈলী

চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

March 19, 2026
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?
জীৱনশৈলী

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

March 19, 2026
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?
জীৱনশৈলী

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

March 19, 2026
Next Post
কৰ্কট ৰোগীৰ সুবিধাৰ বাবে বাজেটত ডাঙৰ ঘোষণাঃ গুৱাহাটীত স্থাপন কৰা হ’ব পূব ভাৰতৰ প্ৰথমখন প্ৰটন থেৰাপী কেন্দ্ৰ

কৰ্কট ৰোগীৰ সুবিধাৰ বাবে বাজেটত ডাঙৰ ঘোষণাঃ গুৱাহাটীত স্থাপন কৰা হ'ব পূব ভাৰতৰ প্ৰথমখন প্ৰটন থেৰাপী কেন্দ্ৰ

ৰাজ্যৰ ৫০ হাজাৰ লোকলৈ ভালখবৰ! ৰাজ্যত কোনে কোনে লাভ কৰিব বিনামূলীয়া বিজুলীৰ সুবিধা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন