• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিনেশৰ পৰা শিকি ১০ ঘণ্টাত ৪.৬ কেজি হ্ৰাসেৰে অমনে জয় কৰিলে দেশৰ হৈ ষষ্ঠটো অলিম্পিক

বিনেশৰ পৰা শিকি ১০ ঘণ্টাত ৪.৬ কেজি হ্ৰাসেৰে অমনে জয় কৰিলে দেশৰ হৈ ষষ্ঠটো অলিম্পিক

1 year ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

16 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

17 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

18 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

18 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

19 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

21 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

22 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

22 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

22 hours ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

23 hours ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

2 days ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিনেশৰ পৰা শিকি ১০ ঘণ্টাত ৪.৬ কেজি হ্ৰাসেৰে অমনে জয় কৰিলে দেশৰ হৈ ষষ্ঠটো অলিম্পিক

editor by editor
August 10, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
বিনেশৰ পৰা শিকি ১০ ঘণ্টাত ৪.৬ কেজি হ্ৰাসেৰে অমনে জয় কৰিলে দেশৰ হৈ ষষ্ঠটো অলিম্পিক
0
SHARES
342
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিনেশৰ পৰা শিকি ১০ ঘণ্টাত ৪.৬ কেজি হ্ৰাসেৰে অমনে জয় কৰিলে দেশৰ হৈ ষষ্ঠটো অলিম্পিক

মাত্ৰ ১০০ গ্ৰাম অতিৰিক্ত ওজনৰ বাবে মহিলাৰ ৫০ কেজি মল্লযুঁজৰ ফাইনেলৰ পৰা অযোগ্য ঘোষণা কৰাৰ বিপৰীতে অমন ছেহৰাৱাটে ১০ ঘণ্টাত ৪.৫ কেজি ওজন কমাই পুৰুষৰ ৫৭ কেজি ওজনৰ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে। বৃহস্পতিবাৰে ছেমি ফাইনেলত পৰাস্ত হোৱাৰ পাছত অমন ছেহৰাৱাটৰ ওজন আছিল ৬১.৫ কিলোগ্ৰাম। যিটো পুৰুষৰ ৫৭ কেজিৰ শাখাত গ্ৰহণযোগ্য সীমাতকৈ ৪.৫ কিলোগ্ৰাম বেছি আছিল। কিন্তু তাৰ পিছৰ ১০ ঘণ্টাত ভাৰতীয় প্ৰশিক্ষকৰ সৈতে অক্লান্তভাৱে কাম কৰি ৪.৬ কেজি ওজন কমালে।

ছয়জনীয়া মল্লযুঁজৰ দলটোৰ সৈতে জড়িত ভাৰতীয় জ্যেষ্ঠ প্ৰশিক্ষক দুগৰাকী জগমন্দৰ সিং আৰু বীৰেন্দ্ৰ দহিয়াৰ এতিয়া মাত্ৰ এটা ‘মিছন’হে আছিল। বিনেশ ফ’গাটৰ যি হ’ল তাৰ পিছত তেওঁলোকে আৰু এটা তেনেধৰণৰ দুখ সহ্য কৰিব নোৱাৰিব। সেয়ে অক্লন্ত ভাৱে যুঁজ দিলে অমনেও।

উল্লেখযোগ্য যে সন্ধিয়া প্ৰায় ৬.৩০ বজাত জাপানৰ ৰেই হিগুচিৰ বিৰুদ্ধে ছেমি ফাইনেলত পৰাস্ত হয় ২১ বছৰীয়া আমান। কিন্তু ভাৰতীয় দলৰ অপচয় কৰিবলৈ সময় নাছিল। ছেমি ফাইনেলৰ সেই খেলত পৰাস্ত হৈ সোণ-ৰূপৰ পৰা বাহিৰ হলেও আশা বাকি আছিল ব্ৰঞ্জত।

সেয়ে ওজন হ্ৰাসৰ বাবে আৰম্ভ হৈছিল ‘মিছন’ৰ। মিছনৰ আৰম্ভণিতে ডেৰ ঘণ্টাৰ মেট চেচনত দুজন জ্যেষ্ঠ প্ৰশিক্ষকে তেওঁক ষ্টেণ্ডিং ৰেছলিং কৰিবলৈ বাধ্য কৰাইছিল। ইয়াৰ পিছত এঘণ্টা ধৰি গৰম ভাপৰ গা ধোৱাৰ কাৰ্য। নিশা ১২.৩০ বজাত জিমলৈ গা অমনে এঘণ্টা ধৰি ট্ৰেডমিলত ননষ্টপ দৌৰে। যাৰ বাবে শৰীৰৰ পৰা ওলোৱা ঘামে ওজন কমাবলৈ সহায় কৰিছিল অমনৰ।

পিছত তেওঁলোকক ৩০ মিনিটৰ বিৰতি লৈ, পুনৰ ৫ মিনিটকৈ পাঁচটাকৈ ছাউনা বাথৰ কাম কৰিছিল। এই সকলোৰে শেষলৈকে অমনৰ ওজন তেতিয়াও ৯০০ গ্ৰাম বেছি আছিল। সেয়েশেষত অমনক মালিচ কৰা হৈছিল আৰু তাৰ পিছত প্ৰশিক্ষকসকলে ছাত্ৰছালৰ প্ৰশিক্ষাৰ্থীজনক পুনৰ লাইট জগিং কৰিবলৈ দিছিল। ইয়াৰ পিছত ১৫ মিনিটৰ বাবে দৌৰিছিল। শেষত পুৱা ৪.৩০ বজালৈকে অমনৰ ওজন হৈছিল ৫৬.৯ কেজি। যিটো নিৰ্ধাৰিত ওজনতকৈ ১০০ গ্ৰাম কম আছিল।

শেষত প’ৰ্ট’ ৰিকোৰ ডাৰিয়ান ক্ৰুজক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতৰ আটাইতকৈ কম বয়সীয়া অলিম্পিক পদক বিজয়ী হিচাপে পৰিগণিত হয় অমন শ্বেৰগিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Aman ShergilbronzeolympicOlympic 2024Peris Olympic
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

January 16, 2026
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব
জীৱনশৈলী

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

January 16, 2026
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

January 15, 2026
এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?
জীৱনশৈলী

এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

January 15, 2026
Next Post
সকলো মহিলাক হৰুৱাই পুৰুষৰ পৰা মহিলা হোৱা ইমানে লাভ কৰিলে সোণ, বিশ্বজুৰি বিতৰ্ক

সকলো মহিলাক হৰুৱাই পুৰুষৰ পৰা মহিলা হোৱা ইমানে লাভ কৰিলে সোণ, বিশ্বজুৰি বিতৰ্ক

ৰক্ষা নাপালে মহিলা চিকিৎসকো, ন/গ্ম অৱস্থাত উদ্ধাৰ দেহ, মৰণোত্তৰ পৰীক্ষাত শিহৰণকাৰী তথ্য

ৰক্ষা নাপালে মহিলা চিকিৎসকো, ন/গ্ম অৱস্থাত উদ্ধাৰ দেহ, মৰণোত্তৰ পৰীক্ষাত শিহৰণকাৰী তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.