• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বানপানীৰ কালসংহাৰী ৰূপ, প্ৰাণ হেৰুৱালে ৩০০ৰো অধিক লোকে

বানপানীৰ কালসংহাৰী ৰূপ, প্ৰাণ হেৰুৱালে ৩০০ৰো অধিক লোকে

2 years ago
বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

3 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

3 hours ago
বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

3 hours ago
DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

4 hours ago
দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

4 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

২৭ ছেপ্তেম্বৰত ৩ ৰাশিৰ সলনি হ’ব ভাগ্য, লাভৰ লগতে আহিব নতুন সুযোগ!

5 hours ago
অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

5 hours ago
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

7 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

8 hours ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

9 hours ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

11 hours ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

বানপানীৰ কালসংহাৰী ৰূপ, প্ৰাণ হেৰুৱালে ৩০০ৰো অধিক লোকে

editor by editor
May 12, 2024
in বিশ্ব
0
বানপানীৰ কালসংহাৰী ৰূপ, প্ৰাণ হেৰুৱালে ৩০০ৰো অধিক লোকে
0
SHARES
108
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বানপানীৰ কালসংহাৰী ৰূপ, প্ৰাণ হেৰুৱালে ৩০০ৰো অধিক লোকে

আফগানিস্তানত বানপানীৰ কালৰূপ। মৃত্যু হোৱা লোকৰ সংখ্যা ৩০০ অতিক্ৰম। আজি ১২ মে’ তাৰিখ দেওবাৰে ৱৰ্ড ফুড প্ৰগ্ৰেমে প্ৰকাশ কৰে এই তথ্য।

অস্বাভাৱিকভাৱে হোৱা বৰষুণৰ ফলত এই কৃতিম বানে এতিয়া দেশখনত সংহাৰী ৰূপ ধাৰণ কৰিছে। বহু লোকে হেৰুৱাইছে বাসস্থান। খাদ্যৰ সংকটতো পৰিছে বহু লোক।

ফলত এক বৃহৎ মানৱীয় সংকটে দেখা দিছে আফগান প্ৰদেশ বাদাখছান, ঘোৰ, বাঘলান, হেৰাটত ঠাইত। বানপানীৰ বাবে প্ৰায় ২০০০ ঘৰ ক্ষতিগ্ৰস্ত হৈছে। জীৱিতসকলক খাদ্যৰ নামত কেৱল বিস্কুট বিতৰণ কৰা হৈছে।

বাঘলানৰ চাৰিখন জিলাত হোৱা ভয়াবহ বানপানীৰ পিছত কমেও ১৩০ জন লোকৰ মৃত্যু হৈছে, আৰু প্ৰায় ১০০ জন লোক আহত হৈছে। তদুপৰি বাঘলান প্ৰদেশৰ স্থানীয় বিষয়াসকলে কয় যে মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভৱনা।

প্ৰদেশ খনৰ বিষয়াসকলে সদৰি কৰা মতে, বানপানীৰ ফলত হাজাৰৰো অধিক আৱাসিক ঘৰ, হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি, শ শ পশুধন আদিৰো ক্ষতি হৈছে বুলি প্ৰকাশ।

প্ৰদেশ খনৰ সঞ্চালক প্ৰধান ছালমা বেন আইছাই কয় যে, “এই শেহতীয়া বানপানীয়ে আফগানিস্তানত এক বৃহৎ মানৱীয় জৰুৰীকালীন অৱস্থাৰ সৃষ্টি কৰিছে”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Adganistan FloodafganistanfloodHuge damage
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া
বিশ্ব

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

September 25, 2026
এছিয়ান গেমছত ওলাইছে জলপৰী
বিনোদন

এছিয়ান গেমছত ওলাইছে জলপৰী

September 25, 2026
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?
জীৱনশৈলী

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

September 23, 2026
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম
প্ৰযুক্তি

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

September 23, 2026
Next Post
বিয়া বুলি কথা কৈ থাকোতে হঠাতে আহিল এটা পখিলা, পখিলা দেখি হুকহুকাই কান্দিলে দৰাই, ভাইৰেল ভিডিঅ’

বিয়া বুলি কথা কৈ থাকোতে হঠাতে আহিল এটা পখিলা, পখিলা দেখি হুকহুকাই কান্দিলে দৰাই, ভাইৰেল ভিডিঅ'

মঙলবাৰে গংগা সপ্তমী, এই দিনটোত বিশেষ ৫টা বস্তু দান কৰক, ভাগ্য সোণৰ দৰে জিলিকি উঠিব

মঙলবাৰে গংগা সপ্তমী, এই দিনটোত বিশেষ ৫টা বস্তু দান কৰক, ভাগ্য সোণৰ দৰে জিলিকি উঠিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.