• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিয়া বুলি কথা কৈ থাকোতে হঠাতে আহিল এটা পখিলা, পখিলা দেখি হুকহুকাই কান্দিলে দৰাই, ভাইৰেল ভিডিঅ’

বিয়া বুলি কথা কৈ থাকোতে হঠাতে আহিল এটা পখিলা, পখিলা দেখি হুকহুকাই কান্দিলে দৰাই, ভাইৰেল ভিডিঅ’

2 years ago
অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

12 minutes ago
কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

13 hours ago
Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

14 hours ago
কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

15 hours ago
তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

15 hours ago
বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

16 hours ago
পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

16 hours ago
সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

17 hours ago
২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

18 hours ago
গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

19 hours ago
ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক

ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক

20 hours ago
কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

8th Pay Commission: শীঘ্ৰে অনুষ্ঠিত হ’ব অষ্টম দৰমহা আয়োগৰ বৈঠক, দৰমহা আৰু পেঞ্চনৰ আহিব ডাঙৰ আপডেট

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিয়া বুলি কথা কৈ থাকোতে হঠাতে আহিল এটা পখিলা, পখিলা দেখি হুকহুকাই কান্দিলে দৰাই, ভাইৰেল ভিডিঅ’

editor by editor
May 12, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব
0
বিয়া বুলি কথা কৈ থাকোতে হঠাতে আহিল এটা পখিলা, পখিলা দেখি হুকহুকাই কান্দিলে দৰাই, ভাইৰেল ভিডিঅ’
0
SHARES
229
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিয়া বুলি কথা কৈ থাকোতে হঠাতে আহিল এটা পখিলা, পখিলা দেখি হুকহুকাই কান্দিলে দৰাই, ভাইৰেল ভিডিঅ’

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা এনে ভিডিঅ’, যি ভিডিঅ’ দেখি বহুতো লোকে নিজৰ মন্তব্য আগবঢ়াইছে। বিয়াৰ সুখৰ মুহুৰ্তত হঠাতে এটা পখিলা দেখি হুকহুকাই কান্দি পেলালে দৰাই।

ভাইৰেল হৈ পৰা এই ভিডিঅ’ চীনৰ বুলি জানিব পৰা গৈছে। চীনৰ ছাংহাই প্ৰদেশৰ এখন বিয়াৰ পৰা ভাইৰেল হৈছিল ভিডিঅ’ । বিয়া উপলক্ষে দৰাই কথা কৈ থাকোতেই হঠাতে এটা পখিলা আহি পৰে দৰাৰ কাপোৰৰ ওপৰত।

ভিডিঅ’ অনুসৰি, দৰাই বিয়াখনত পৰিয়ালৰ সকলোকে ধন্যবাদ জনাই আছিল। সেই মুহুৰ্ততে মনত কৰে বিগত বৰ্ষত পৰিয়ালৰ মাজৰ পৰা হেৰুওৱা আইতাকক। নাতিৰ বিয়া লৈ বহু আশা কৰিছিল আইতাকে। কিন্তু বেমাৰত পৰি মৃত্যু হয় আইতাকৰ।

সেয়ে দৰাৰূপী নাতিয়ে আইতাক মনত কৰি অতিথিৰ আগত কৈ থাকে, আইতালৈ বহুত মনত পৰে, সেয়ে আইতাক (মনত কৰি) কৈছো তুমি যদি মোক ভালপোৱা তেন্তে মোৰ বিয়াৰ সময়ত পখিলা হৈ আহিবা।

ঠিক সেই সময়তেই কৰবাৰ পৰা এটা পখিলা আহি দৰাৰ কাপোৰৰ ওপৰত পৰে। পখিলা দেখি লগে লগে কান্দি উঠে দৰা। সেই সময়ৰে ভিডিঅ’ বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: social mediaSocial Media Viral VideoVideoviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance
বাণিজ্য

অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

May 24, 2026
কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত
অসম

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

May 23, 2026
Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?
বিনোদন

Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

May 23, 2026
কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?
প্ৰযুক্তি

কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

May 23, 2026
Next Post
মঙলবাৰে গংগা সপ্তমী, এই দিনটোত বিশেষ ৫টা বস্তু দান কৰক, ভাগ্য সোণৰ দৰে জিলিকি উঠিব

মঙলবাৰে গংগা সপ্তমী, এই দিনটোত বিশেষ ৫টা বস্তু দান কৰক, ভাগ্য সোণৰ দৰে জিলিকি উঠিব

আমেৰিকা নহয়, এতিয়া ভাৰতৰ শীৰ্ষ ব্যৱসায়ীক সম্পৰ্ক চীনৰ সৈতেহে

আমেৰিকা নহয়, এতিয়া ভাৰতৰ শীৰ্ষ ব্যৱসায়ীক সম্পৰ্ক চীনৰ সৈতেহে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.