কোনেও কেতিয়াও কল্পনা কৰিব নোৱাৰা, কোনেও কেতিয়াও ভবিব নোৱাৰা, কোনেও বিশ্বাস কৰিব নোৱাৰা ঘটনাটোৱে ঘটি গ’ল। জুবিন গাৰ্গ আৰু নাই। অসমবাসীয়ে কাহানিও মানি ল’ব নোৱৰা এই খবৰে সকলোকে জোঁকাৰি গৈছে৷ ইতিমধ্যে জুবিন গাৰ্গৰ নশ্বৰ দেহৰ কাষত উপস্থিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা৷ ধাৰণা কৰা অনুসৰি আজি নিশাই অসমলৈ লৈ অনা হ’ব পাৰে জুবিন গাৰ্গৰ নশ্বৰ দেহ৷

ছিংগাপুৰলৈ নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল অসমৰ প্ৰাণৰ শিল্পীগৰাকী। সাগৰত স্কুভাড্ৰাইভিং কৰিবলৈ যোৱাৰ সময়তে অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ৷ লগে লগেই হাস্পতালত ভৰ্তি কৰোৱা হৈছিল জুবিন গাৰ্গক৷ কিন্তু হাৰ্টস্তব্ধ হৈ মৃত্যুক সাবটি লয় জুবিন গাৰ্গে৷