• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখথেকেচা মহাচীনৰ! ৭ দীপৰাষ্ট্ৰই চীনৰ জালত নিদিলে ভৰি!

মুখথেকেচা মহাচীনৰ! ৭ দীপৰাষ্ট্ৰই চীনৰ জালত নিদিলে ভৰি!

4 years ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

1 minute ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

1 hour ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

2 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

4 hours ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

4 hours ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

5 hours ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

6 hours ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

21 hours ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

21 hours ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

22 hours ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

23 hours ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

মুখথেকেচা মহাচীনৰ! ৭ দীপৰাষ্ট্ৰই চীনৰ জালত নিদিলে ভৰি!

editor by editor
May 30, 2022
in বিশ্ব, ৰাজনীতি
0
মুখথেকেচা মহাচীনৰ! ৭ দীপৰাষ্ট্ৰই চীনৰ জালত নিদিলে ভৰি!
0
SHARES
208
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ১০ খন দ্বীপ ৰাষ্ট্ৰক একত্ৰিত কৰাৰ বাবে চীনৰ প্ৰচেষ্টা প্ৰায় ব্যৰ্থ হৈছে। শেহতীয়াকৈ ছোলেমন দ্বীপপুঞ্জৰ সৈতে নিৰাপত্তা চুক্তি স্বাক্ষৰ কৰি আমেৰিকা, জাপান, অষ্ট্ৰেলিয়াৰ দৰে দেশৰ প্ৰত্যাহ্বান বৃদ্ধি কৰা চীনে ১০ খন দেশৰ সৈতে চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছিল।

চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িয়ে এই আশাৰে এই বৈঠকৰ বাবে ফিজিত উপস্থিত হৈছিল যদিও কোনো চুক্তিত উপনীত হ’ব নোৱাৰিলে। অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমৰ গোট এবিচি নিউজে নিজৰ প্ৰতিবেদনত কয় যে, ‘চীনে প্ৰশান্ত মহাসাগৰ অঞ্চলৰ ১০খন দ্বীপ ৰাষ্ট্ৰৰ সৈতে চুক্তিবদ্ধ হোৱাৰ পৰিকল্পনা কৰিছিল, যিটোত ব্যৰ্থ হৈছে।’

প্ৰতিবেদন অনুসৰি, বহু দ্বীপ ৰাষ্ট্ৰই চুক্তিখনৰ কিছুমান উপাদানৰ ওপৰত আপত্তি দাঙি দৰ্শাই। দৰাচলতে চীনে দক্ষিণ প্ৰশান্ত মহাসাগৰীয় অঞ্চলত নিজৰ কূটনৈতিক হস্তক্ষেপ বৃদ্ধি কৰাৰ চেষ্টা কৰি আহিছে। ইফালে অষ্ট্ৰেলিয়া আৰু আমেৰিকাই ইয়াৰ সৈতে মিলি নিজৰ আধিপত্য বজাই ৰাখিবলৈ চেষ্টা কৰি আহিছে।

লগতে পঢ়ক UPSCৰ পৰীক্ষাৰ ফলাফল ঘোষণা, প্ৰথম তিনি স্থান দখল মহিলাৰ

চীনৰ হস্তক্ষেপক লৈ উদ্বেগ প্ৰকাশ কৰা হৈছে যদিও চীনে এই দাবীক খাৰিজ কৰি কয় যে কোনো তৃতীয় দেশক লক্ষ্য কৰি লোৱা নাই। সোমবাৰে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িয়ে তেওঁৰ লিখিত বিবৃতিত কয় যে ছি জিনপিঙে আপোনালোক সকলোকে সদায় ভাল বন্ধু হিচাপে গণ্য কৰি আহিছে।

তেওঁ লগতে কয় যে ‘আমাৰ বাবে প্ৰশান্ত মহাসাগৰৰ দেশবোৰ ভাতৃ আৰু অংশীদাৰৰ দৰে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কথাবোৰ কেনেকৈ সলনি হয় তাক লৈ আমি চিন্তা নকৰো।’ চীন চৰকাৰে জাৰি কৰা এক বিবৃতিত জিনপিঙৰ উদ্ধৃতিৰে কোৱা হৈছে যে, ‘আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ কেনেদৰে সলনি হয়, সেয়া কোনো কথা নহয়। চীন সদায় আপোনালোকৰ ভাল বন্ধু হৈ থাকিব আৰু একে আদৰ্শ মানি চলিব।’

চীনে লগতে কয় যে ‘আমি সকলো দেশৰ সমতাৰ বাবে সদায় দায়বদ্ধ হৈ থাকিম। ইয়াৰ বাবে সেই দেশ কিমান ডাঙৰ সেয়া গুৰুত্বপূৰ্ণ নহয়। দ্বীপ দেশসমূহৰ সৈতে শক্তিশালী বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰখাটোৱেই আমাৰ লক্ষ্য।’

লগতে পঢ়ক মাত্ৰ ২৮ বছৰতে হত্যাৰ বলি সিদ্ধু মুছৱালা : কিয় বিখ্যাত আছিল সিদ্ধু?

বৈঠকৰ অন্তত চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িয়ে কয় যে সকলো দেশে ৫ টা বিষয়ত সহযোগিতা সম্পৰ্কে আলোচনা কৰিছে। অৱশ্যে কিছুমান বিষয় এতিয়াও আলোচনাৰ প্ৰয়োজন আছে বুলিও দোহাৰিছে।

ৰয়টাৰ্ছৰ মতে, আলোচনা কৰা ৫ টা বিষয়ৰ ভিতৰত আছে কৰ’নাৰ পিছত অৰ্থনৈতিক উত্থান, কৃষি আৰু দুৰ্যোগৰ ওপৰত নতুন কেন্দ্ৰ ইত্যাদি। অৱশ্যে ইয়াৰ লগত জড়িত নাছিল কোনো নিৰাপত্তাজনিত সমস্যা। এই বৈঠকত সামুৱা, টংগা, কিৰিবাটি, পাপুৱা নিউগিনি, ভানুৱাটু, ছোলেমন দ্বীপপুঞ্জ আদিৰ নেতাসকল উপস্থিত আছিল।

তাৎপৰ্যপূৰ্ণভাৱে আজিকালি ৭ খন দ্বীপ দেশ ভ্ৰমণত ৱাং য়িয়ে এই দেশসমূহৰ সৈতে চুক্তি স্বাক্ষৰ কৰিব নোৱাৰাটো চীনৰ বাবে এক ডাঙৰ আঘাত বুলিয়ে বিবেচিত হৈছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamchina
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’
জীৱনশৈলী

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

February 5, 2026
ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?
জীৱনশৈলী

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?

February 3, 2026
এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি
জীৱনশৈলী

এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি

February 3, 2026
৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?
জীৱনশৈলী

৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?

February 3, 2026
Next Post
ইনষ্টাগ্ৰামৰ ট্ৰেণ্ডত মালাইকা আৰোৱা! কিয় ট্ৰেণ্ড আছে বলিউদৰ তাৰকাগৰাকী?

ইনষ্টাগ্ৰামৰ ট্ৰেণ্ডত মালাইকা আৰোৱা! কিয় ট্ৰেণ্ড আছে বলিউদৰ তাৰকাগৰাকী?

ভিন্সিৰ মনালিছাক আক্ৰমণ! কোনে সানিলে মনালিছাৰ গালত কেক?

ভিন্সিৰ মনালিছাক আক্ৰমণ! কোনে সানিলে মনালিছাৰ গালত কেক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.