শেহতীয়া সংযোজন

নাৰীৰ সুৰাপানৰ ক্ষেত্ৰত আগুৱালে অসম, প্ৰতিবেশী অৰুণাচল প্ৰদেশ শীৰ্ষত

নাৰীৰ সুৰাপানৰ ক্ষেত্ৰত আগুৱালে অসম, প্ৰতিবেশী অৰুণাচল প্ৰদেশ শীৰ্ষত

দেশত নাৰীৰ সুৰাপানৰ হাৰ ক্ৰমশঃ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ আধনুকি শিক্ষাৰ প্ৰসাৰ আৰু লৈংগিক সমতাৰ আন্দোলনে দেশত মৃদুভাৱে প্ৰৱাহিত হোৱাৰ...

আকৌ বিতৰ্কত লেডী সিংঘম জোনমণি ৰাভা, ধন সংগ্ৰহৰ অভিযোগ ৰাভাৰ বিৰুদ্ধে

আকৌ বিতৰ্কত লেডী সিংঘম জোনমণি ৰাভা, ধন সংগ্ৰহৰ অভিযোগ ৰাভাৰ বিৰুদ্ধে

ভাৱী স্বামীক গ্ৰেপ্তাৰেৰে কাৰাগাৰলৈ প্ৰেৰণ কৰি পুনৰ সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰা লেডী সিংঘমখ্যাত জোনমণি ৰাভা এইবাৰ নিজেই...

৬০ বছৰীয়া বৃদ্ধাক মৰিয়াই মৰিয়াই হত্যা চাৰি লোকৰ, আহত পুত্ৰ

৬০ বছৰীয়া বৃদ্ধাক মৰিয়াই মৰিয়াই হত্যা চাৰি লোকৰ, আহত পুত্ৰ

এক ভয়ংকৰ তথা লোমহৰ্ষক ঘটনা পোহৰলৈ আহিছে৷ এগৰাকী ৬০ বছৰীয়া বৃদ্ধাক মৰিয়াই মৰিয়াই হত্যা কৰিছে চাৰি লোকে৷ ঘটনাৰ বিৱৰণীৰ মতে...

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়, স্থগিত ৰখা হওঁক দেশদ্ৰোহ আইন

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়, স্থগিত ৰখা হওঁক দেশদ্ৰোহ আইন

বুধবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে এক গুৰুত্ব ৰায় প্ৰদান কৰিছে৷ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে দেশত দেশদ্ৰোহিতাৰ আইনখন সাময়িকভাৱে স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছে৷...

Page 2610 of 3696 1 2,609 2,610 2,611 3,696