• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়, স্থগিত ৰখা হওঁক দেশদ্ৰোহ আইন

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়, স্থগিত ৰখা হওঁক দেশদ্ৰোহ আইন

4 years ago
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

2 minutes ago
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

54 minutes ago
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

1 hour ago
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

3 hours ago
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

3 hours ago
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

4 hours ago
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

4 hours ago
খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

6 hours ago
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

6 hours ago
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

7 hours ago
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

15 hours ago
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়, স্থগিত ৰখা হওঁক দেশদ্ৰোহ আইন

editor by editor
May 11, 2022
in ভাৰত, ৰাজনীতি
0
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়, স্থগিত ৰখা হওঁক দেশদ্ৰোহ আইন
0
SHARES
237
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বুধবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে এক গুৰুত্ব ৰায় প্ৰদান কৰিছে৷ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে দেশত দেশদ্ৰোহিতাৰ আইনখন সাময়িকভাৱে স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছে৷

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই দিয়া নিৰ্দেশটোত কোৱা হৈছে যে ব্ৰিটিছ প্ৰণীত ঔপনিৱেশিক আইনখন চৰকাৰে পুনৰ পৰীক্ষণ কৰাৰ প্ৰয়োজন আছে আৰু পুনৰীক্ষণ নোহোৱা পৰ্যন্ত আইনখন স্থগিত ৰাখিব লগে৷

ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই নিৰ্দেশটোত কয় যে এই আইনখন ব্যৱহাৰ নকৰাটো উচিত হ’ব৷ আনহাতে, ইতিমধ্যে ভাৰতীয় দণ্ডবিধিৰ ১২৪এ ধাৰাৰ অধীনত গোচৰ ৰুজু হোৱা আৰু কাৰাগাৰত বন্দী হৈ থকা আৰু এনে গোচৰৰ বিচাৰ চলি থকাসকলেও ইয়াৰ পৰা ৰেহাই পাবলৈ আদালতৰ কাষ চাপিব পাৰে।

লগতে পঢ়ক সোঁত অব্যাহত, এইবাৰ উদীয়মান কণ্ঠশিল্পীৰ আলফা(স্বাঃ)লৈ গমন

‘‘আমি আশা কৰো যে কেন্দ্ৰ আৰু ৰাজ্যসমূহে আইপিচিৰ ধাৰা ১২৪এ (দেশদ্ৰোহ)ৰ অধীনত নতুন এজাহাৰ পঞ্জীয়ন কৰাত বাধা দিব,’’ মুখ্য ন্যায়াধীশৰ নিৰ্দেশটোত এইদৰে কোৱা হৈছে। অৰ্থাৎ দেশদ্ৰোহৰ আইনৰ অধীনত আৰু কোনো গোচৰ ৰুজু হ’ব নালাগে বুলি স্পষ্টভাৱে প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে৷

ইফালে, দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰক সুধিছিল যে অমীমাংসিত দেশদ্ৰোহৰ গোচৰবোৰ স্থগিত ৰাখিব পাৰিনে? এই প্ৰশ্নোত্তৰত কেন্দ্ৰই বুধবাৰে উচ্চতম ন্যায়ালয়ক জনাই যে দেশদ্ৰোহ আইনখন স্থগিত ৰখাটো সঠিক পদ্ধতি নহ’বও পাৰে।

শুনানিৰ সময়ত, কেন্দ্ৰৰ হৈ উপস্থিত থকা ছলিটিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে কেন্দ্ৰই এটা প্ৰস্তাৱ প্ৰস্তুত কৰিছে। কেন্দ্ৰৰ চৰকাৰৰ হৈ ছলিটিৰ জেনেৰেল তুষাৰ মেহতাই কয় যে কেন্দ্ৰই ৰাজ্যসমূহক ক’ব পাৰে যে নতুনকৈ দেশদ্ৰোহৰ গোচৰ ৰুজু কৰাৰ আগতে কেৱল আৰক্ষী অধীক্ষক বা তাতকৈ উচ্চ পদবীৰ এজন আৰক্ষী বিষয়াইহে এনে নতুন দেশদ্ৰোহৰ গোচৰ ৰুজু হ’ব নে নহয় সেয়া নিৰ্ণয় কৰিব৷

লগতে পঢ়ক তাজমহলৰ বিষয়ে কি ক’লে এলন মাস্ক আৰু তেওঁৰ মাতৃয়ে?

অৰ্থাৎ প্ৰস্তাৱটোৰ মতে উচ্চ পদস্থ আৰক্ষী বিষয়াই এনে অপৰাধৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱা উচিত বুলি অনুভৱ কৰিলে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰিব পাৰিব বুলি তুষাৰ মেহতাই কয়৷

মেহতাই লগতে মুখ্য ন্যায়াধীশক কয় যে ‘‘আপুনি নিৰ্দেশ দিব পাৰে যে জামিনৰ আদেশৰ ওপৰত শীঘ্ৰে সিদ্ধান্ত লোৱা উচিত।’’

ইফালে আইনখনৰ বিৰুদ্ধে আবেদনকাৰীৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা কপিল ছিব্বালে তুষাৰ মেহতাৰ প্ৰস্তাৱক তীব্ৰ বিৰোধিতা কৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamcentral govt.NV Ramanasupreme court
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ
অপৰাধ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

July 7, 2026
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে
বিনোদন

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

July 7, 2026
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?
বিনোদন

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

July 7, 2026
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

July 7, 2026
Next Post
৬০ বছৰীয়া বৃদ্ধাক মৰিয়াই মৰিয়াই হত্যা চাৰি লোকৰ, আহত পুত্ৰ

৬০ বছৰীয়া বৃদ্ধাক মৰিয়াই মৰিয়াই হত্যা চাৰি লোকৰ, আহত পুত্ৰ

আকৌ বিতৰ্কত লেডী সিংঘম জোনমণি ৰাভা, ধন সংগ্ৰহৰ অভিযোগ ৰাভাৰ বিৰুদ্ধে

আকৌ বিতৰ্কত লেডী সিংঘম জোনমণি ৰাভা, ধন সংগ্ৰহৰ অভিযোগ ৰাভাৰ বিৰুদ্ধে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.