• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সোঁত অব্যাহত, এইবাৰ উদীয়মান কণ্ঠশিল্পীৰ আলফা(স্বাঃ)লৈ গমন

সোঁত অব্যাহত, এইবাৰ উদীয়মান কণ্ঠশিল্পীৰ আলফা(স্বাঃ)লৈ গমন

1 week ago
পাক ৰমনীৰ মোহত বন্দী সেনা জোৱান! গোপনীয় তথ্য সৰ্পি হ’ল গ্ৰেপ্তাৰ

পাক ৰমনীৰ মোহত বন্দী সেনা জোৱান! গোপনীয় তথ্য সৰ্পি হ’ল গ্ৰেপ্তাৰ

2 hours ago
কেচিনোৰ প্ৰাক্তন সহকৰ্মীক উপেক্ষা! কোনে ক্ষতিপূৰণ ভৰিলে ৭২ লাখ টকাৰ

কেচিনোৰ প্ৰাক্তন সহকৰ্মীক উপেক্ষা! কোনে ক্ষতিপূৰণ ভৰিলে ৭২ লাখ টকাৰ

3 hours ago
কণ্ঠ শিল্পী কণিকা কাপুৰৰ দ্বিতীয় বিবাহ! কি ক’লে ভাৱী স্বামীক?

কণ্ঠ শিল্পী কণিকা কাপুৰৰ দ্বিতীয় বিবাহ! কি ক’লে ভাৱী স্বামীক?

4 hours ago
ভাৰতৰ কিশোৰ দবাৰুৰ প্ৰদৰ্শনত স্তম্ভিত বিশ্ববাসী! পৰাস্ত কৰিলে বিশ্ব দবা চেম্পিয়নক

ভাৰতৰ কিশোৰ দবাৰুৰ প্ৰদৰ্শনত স্তম্ভিত বিশ্ববাসী! পৰাস্ত কৰিলে বিশ্ব দবা চেম্পিয়নক

5 hours ago
কাঁৰ ৰঙা দলিচাত অথন্তৰ! নগ্ন হৈ প্ৰতিবাদ যুৱতীৰ! কিন্তু কিয়?

কাঁৰ ৰঙা দলিচাত অথন্তৰ! নগ্ন হৈ প্ৰতিবাদ যুৱতীৰ! কিন্তু কিয়?

5 hours ago
দেউতাকৰ পুৰণি চাইকেল ক্ৰয়, কণমানি শিশুৰ পাৰ ভঙা আনন্দৰ বন্যা কিয়?

দেউতাকৰ পুৰণি চাইকেল ক্ৰয়, কণমানি শিশুৰ পাৰ ভঙা আনন্দৰ বন্যা কিয়?

6 hours ago
বক্স অফিচত চুপাৰ হিট ‘লোকেল উৎপাত’, প্ৰথম এসপ্তাহৰ সংগ্ৰহ কিমান?

বক্স অফিচত চুপাৰ হিট ‘লোকেল উৎপাত’, প্ৰথম এসপ্তাহৰ সংগ্ৰহ কিমান?

8 hours ago
স্কিজ’ফ্ৰেনিয়া মানসিক ৰোগ হয় নে? ইয়াৰ চিকিৎসা আছেনে?

স্কিজ’ফ্ৰেনিয়া মানসিক ৰোগ হয় নে? ইয়াৰ চিকিৎসা আছেনে?

9 hours ago
পকা আম খোৱাৰ আগতে এইবোৰ কৰিবলৈ কেতিয়াও পাহৰি নাযাব

পকা আম খোৱাৰ আগতে এইবোৰ কৰিবলৈ কেতিয়াও পাহৰি নাযাব

1 day ago
অভিনেত্ৰীক যৌন নিগ্ৰহ! পলাতক দক্ষিণৰ তাৰকা বিজয় বাবুৰ পাছপ’ৰ্ট জব্দ

অভিনেত্ৰীক যৌন নিগ্ৰহ! পলাতক দক্ষিণৰ তাৰকা বিজয় বাবুৰ পাছপ’ৰ্ট জব্দ

1 day ago
পেগাচাছ গোচৰ! আকৌ কি ক’লে দেশৰ উচ্চতম ন্যায়ালয়ে?

পেগাচাছ গোচৰ! আকৌ কি ক’লে দেশৰ উচ্চতম ন্যায়ালয়ে?

1 day ago
‘বিজেপিয়ে ২৫ বছৰলৈ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে’, প্ৰধানমন্ত্ৰী মোদী

‘বিজেপিয়ে ২৫ বছৰলৈ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে’, প্ৰধানমন্ত্ৰী মোদী

1 day ago
  • About
  • Advertise
  • Careers
Saturday, May 21, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

সোঁত অব্যাহত, এইবাৰ উদীয়মান কণ্ঠশিল্পীৰ আলফা(স্বাঃ)লৈ গমন

editor by editor
May 11, 2022
in অসম, ৰাজনীতি
0
সোঁত অব্যাহত, এইবাৰ উদীয়মান কণ্ঠশিল্পীৰ আলফা(স্বাঃ)লৈ গমন
0
SHARES
142
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চোৰাংচোৱাৰ সন্দেহত দুজনকৈ সদস্যক আলফা(স্বাঃ) মৃত্যুদণ্ড দিয়াৰ পিছতো নিষিদ্ধ ঘোষিত সংগঠনটোলৈ যোৱা যুৱক-যুৱতীৰ সোঁত স্তব্ধ হোৱা নাই৷

এইবাৰ এগৰাকী উদীয়মান কণ্ঠশিল্পীয়ে নিষিদ্ধ ঘোষিত আলফা(স্বাঃ)ত যোগদান কৰাৰ খবৰ আহি পৰিছে৷

জানিব পৰা মতে উজনি অসমৰ ডিব্ৰুগড় জিলাৰ মৰাণৰ উদীয়মান কণ্ঠশিল্পী অভিলেখ বড়া নামৰ যুৱকজনে আলফা(স্বাঃ) যোগদান কৰিছে৷

 

লগতে পঢ়ক দেশৰ কিমান পুৰুষ-মহিলাই ‘পত্নী’ৰ অসন্মতিসূচক যৌন সম্পৰ্কক স্বীকাৰ কৰে? 

মৰাণৰ ২ নং চৰাইহাবি গাঁৱৰ নিবাসী শিক্ষক উচ্চকমল বড়াৰ একমাত্ৰ পুত্ৰ অভিলেখ বড়াই পত্নী আৰু এটি দুবছৰীয়া সন্তানক এৰি আলফা(স্বাঃ)ত যোগদান কৰা বুলি খবৰ আহিছে৷

যুৱকজনে যোৱা ৫ মে’ত স্কুটি লৈ মোবাইল মেৰামতি কৰিবলৈ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা মোবাইল ফোন বন্ধ পোৱা যায়৷ সন্ধিয়ালৈকে ঘৰলৈ উভতি নহাত পিছত বন্ধুৰ জৰিয়তে অভিলেখ বড়াই আলফা(স্বা)ত যোগদান কৰা বুলি জানিব পাৰে৷

 

লগতে পঢ়ক কোভিড সংহাৰৰ নৌযাওঁতেই আকৌ নতুন ভাইৰাছৰ আতংক!

ইয়াৰ পিছতে পৰিয়ালটোত হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ মৰাণ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীৰ লাভ কৰা অভিলেখ বড়া এগৰাকী উদীয়মান কণ্ঠশিল্পীও৷ অহা ১৩ মে’ত ডিব্ৰুগড়ত অনুষ্ঠিত হ’বলগীয়া সোণোৱাল কছাৰী সাহিত্য সভাত সংগীত পৰিৱেশন কৰাৰ কথা আছিল অভিলেখ বড়াই৷

ইফালে নিজ পুত্ৰ আৰু স্বামীক আলফা(স্বাঃ)ত যোগদান কৰাৰ খবৰ লাভ কৰিয়ে মৰ্মাহত হৈ পৰিছে অভিলেখ বড়াৰ পিতৃ-মাতৃসহ পত্নীয়ে৷ তেওঁলোকে অভিলেখ বড়াক পুনৰ নিজ ঘৰলৈ ঘূৰি আহিবলৈ কাতৰ আহ্বান জনাইছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamULFA-I
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাঁৰ ৰঙা দলিচাত অথন্তৰ! নগ্ন হৈ প্ৰতিবাদ যুৱতীৰ! কিন্তু কিয়?
ৰাজনীতি

কাঁৰ ৰঙা দলিচাত অথন্তৰ! নগ্ন হৈ প্ৰতিবাদ যুৱতীৰ! কিন্তু কিয়?

May 21, 2022
বক্স অফিচত চুপাৰ হিট ‘লোকেল উৎপাত’, প্ৰথম এসপ্তাহৰ সংগ্ৰহ কিমান?
চিনেমা

বক্স অফিচত চুপাৰ হিট ‘লোকেল উৎপাত’, প্ৰথম এসপ্তাহৰ সংগ্ৰহ কিমান?

May 21, 2022
পেগাচাছ গোচৰ! আকৌ কি ক’লে দেশৰ উচ্চতম ন্যায়ালয়ে?
ৰাজনীতি

পেগাচাছ গোচৰ! আকৌ কি ক’লে দেশৰ উচ্চতম ন্যায়ালয়ে?

May 20, 2022
‘বিজেপিয়ে ২৫ বছৰলৈ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে’, প্ৰধানমন্ত্ৰী মোদী
ৰাজনীতি

‘বিজেপিয়ে ২৫ বছৰলৈ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে’, প্ৰধানমন্ত্ৰী মোদী

May 20, 2022
Next Post
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়, স্থগিত ৰখা হওঁক দেশদ্ৰোহ আইন

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়, স্থগিত ৰখা হওঁক দেশদ্ৰোহ আইন

৬০ বছৰীয়া বৃদ্ধাক মৰিয়াই মৰিয়াই হত্যা চাৰি লোকৰ, আহত পুত্ৰ

৬০ বছৰীয়া বৃদ্ধাক মৰিয়াই মৰিয়াই হত্যা চাৰি লোকৰ, আহত পুত্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.