• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তাজমহলৰ বিষয়ে কি ক’লে এলন মাস্ক আৰু তেওঁৰ মাতৃয়ে?

তাজমহলৰ বিষয়ে কি ক’লে এলন মাস্ক আৰু তেওঁৰ মাতৃয়ে?

4 years ago
প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

18 minutes ago
প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

50 minutes ago
অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

1 hour ago
১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

2 hours ago
মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

3 hours ago
ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

4 hours ago
শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

5 hours ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

6 hours ago
প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

7 hours ago
দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

8 hours ago
স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

9 hours ago
ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক

ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

তাজমহলৰ বিষয়ে কি ক’লে এলন মাস্ক আৰু তেওঁৰ মাতৃয়ে?

editor by editor
May 10, 2022
in বিশ্ব, ভাৰত
0
তাজমহলৰ বিষয়ে কি ক’লে এলন মাস্ক আৰু তেওঁৰ মাতৃয়ে?
0
SHARES
276
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তেছলাৰ চিইঅ’ তথা বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এলন মাস্কে তাজমহলক ‘সঁচা অৰ্থতে পৃথিৱীৰ আশ্বৰ্যকৰ’ বুলি অভিহিত কৰিছে৷

নিজৰ টুইটাৰ হেণ্ডলত এটা টুইট ৰিটুইট কৰি এলন মাস্কে এইদৰে কয়৷ মাস্কে ২০০৭ চনতে ভাৰত ভ্ৰমণলৈ আহি তাজমহল দৰ্শন কৰাৰ কথাও তেওঁৰ ৰিটুইটোত উল্লেখ কৰিছে৷

উল্লেখ্যে যে হিষ্টৰী ডিফাইণ্ড নামৰ এটা টুইটাৰ হেণ্ডলৰ পৰা আগ্ৰাৰ ৰেড ফ’ৰ্টটোৰ সন্মুখ ভাগৰ ধুনীয়া ফ’টো শ্বেয়াৰ কৰি এটা টুইট কৰা হৈছিল৷ উক্ত টুইটটোত ৰিটুইট কৰি মাস্কে এইদৰে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে৷

It is amazing. I visited in 2007 and also saw the Taj Mahal, which truly is a wonder of the world.

— Elon Musk (@elonmusk) May 9, 2022

লগতে পঢ়ক কোভিড সংহাৰৰ নৌযাওঁতেই আকৌ নতুন ভাইৰাছৰ আতংক!

ইয়াৰ পিছতে এলন মাস্কৰ মাতৃ মডেল তথা ডায়েটিয়ান মায়ে মাস্কেও টুইট কৰে৷ এলনৰ মাতৃয়ে দুটাকৈ টুইট কৰিছে৷

এটাত এলনৰ ককাক-আইতাকৰ তাজমহলত তোলা ফ’টো শ্বেয়াৰ কৰি কয়ে যে ১৯৫৪ চনতে তেওঁলোকে অষ্ট্ৰেলিয়ালৈ যোৱাৰ বাটত আগ্ৰাৰ তাজমহল দৰ্শন কৰি গৈছিল৷

In 1954, your grandparents flew to the Taj Mahal from South Africa, on their way to Australia. The only people to ever do this trip in a single-engine propeller plane, without a radio or GPS. Their motto “Live dangerously…. carefully.” https://t.co/JG4WQ7TbjF pic.twitter.com/YoOJP3HtSp

— Maye Musk (@mayemusk) May 9, 2022

I went to the Taj Mahal in 2007, not in a tiny plane🥺✈️ It is beautiful 🥰 https://t.co/hFAxwzZcgv pic.twitter.com/REb0yMLIOf

— Maye Musk (@mayemusk) May 9, 2022

‘‘১৯৫৪ চনত তোমাৰ ককা-আইতাই দক্ষিণ আফ্ৰিকাৰ পৰা অষ্ট্ৰেলিয়ালৈ যোৱাৰ পথত তাজমহল দৰ্শন কৰিছিল৷ তেওঁলোকে একমাত্ৰ লোক যিয়ে ৰেডিঅ’ আৰু ডিপিএছ অবিহনে ছিংগল ইঞ্জিনৰ প্লেনত গৈছিল৷’’ এলন মাস্কৰ ককাক-আইতাকৰ দুখনমান ফ’টো শ্বেয়াৰ মাতৃ মায়ে মাস্কে লিখিছে৷

লগতে পঢ়ক ৪৮ ফুট উচ্চতাৰ অমিতা গছ! ভাৰতৰ পৰা কাঢ়ি নিলে গিণিজ ৱৰ্ল্ড ৰে’কৰ্ড

ইয়াৰ পিছত আৰু এটা টুইট কৰি তাজমহলত উঠা ফ’টো এখন শ্বেয়াৰ তেওঁ লিখিছে, ‘‘২০০৭ চনত তাজমহলত মই৷ অৱশ্যে ক্ষুদ্ৰ বিমানত নহয়৷ ই সঁচাই অতি ধুনীয়া৷’’

ইয়াৰ কিছু সময়ৰ পিছত এই টুইটোকে শ্বেয়াৰ কৰি এলন মাস্কৰ মাতৃয়ে লিখিছে, ‘অঁ, ২০০৭ত নহয়, ২০১২তহে আছিল, এডিট কৰা বুটামটো ক’ত?’’ অৰ্থাৎ প্ৰথমবাৰ এলনৰ মাতৃয়ে স্মৃতিভ্ৰমত ভুগিলেও পিছত সঠিক চনটো মনলৈ আহে৷

এইদৰে এলন মাস্ক আৰু তেওঁৰ মাতৃয়ে তাজমহলৰ ৰূপ বন্দনা কৰাৰ পিছতে এতিয়া টুইটাৰ ট্ৰেণ্ডত আছে তাজমহল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamelon muskMaye Musk
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?
ভাৰত

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

June 30, 2026
মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা
বিবিধ

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

June 30, 2026
ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?
বিশ্ব

ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

June 30, 2026
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম
জীৱনশৈলী

আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

June 30, 2026
Next Post
সোঁত অব্যাহত, এইবাৰ উদীয়মান কণ্ঠশিল্পীৰ আলফা(স্বাঃ)লৈ গমন

সোঁত অব্যাহত, এইবাৰ উদীয়মান কণ্ঠশিল্পীৰ আলফা(স্বাঃ)লৈ গমন

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়, স্থগিত ৰখা হওঁক দেশদ্ৰোহ আইন

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়, স্থগিত ৰখা হওঁক দেশদ্ৰোহ আইন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.