বৃহস্পতিৰ প্ৰিয় এই ৩ৰাশি সকলোতকৈ লাকী! দেৱগুৰুৰ কৃপাত জীৱনজুৰি সুখ, সমৃদ্ধি লাভ কৰে কোন কোন ৰাশিৰ জাতকে?
দেৱগুৰু বৃহস্পতিৰ ৰাশিচক্ৰ পৰিবৰ্তন জ্যোতিষশাস্ত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰা হয়৷ বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি গুৰু বৃহস্পতিক সম্পদ, জ্ঞান, শিক্ষা, সুখ...





