• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গাদী ৰক্ষা কৰিবলৈ ইমৰাণ খানৰ অন্তিমটো প্ৰচেষ্টা! বিৰোধীক কি প্ৰস্তাৱ দিছে ইমৰাণে?

গাদী ৰক্ষা কৰিবলৈ ইমৰাণ খানৰ অন্তিমটো প্ৰচেষ্টা! বিৰোধীক কি প্ৰস্তাৱ দিছে ইমৰাণে?

5 years ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

7 minutes ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

44 minutes ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

1 hour ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

2 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

3 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

4 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

4 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

4 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

5 hours ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

7 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

7 hours ago
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

গাদী ৰক্ষা কৰিবলৈ ইমৰাণ খানৰ অন্তিমটো প্ৰচেষ্টা! বিৰোধীক কি প্ৰস্তাৱ দিছে ইমৰাণে?

editor by editor
March 31, 2022
in বিশ্ব, ৰাজনীতি
0
গাদী ৰক্ষা কৰিবলৈ ইমৰাণ খানৰ অন্তিমটো প্ৰচেষ্টা! বিৰোধীক কি প্ৰস্তাৱ দিছে ইমৰাণে?
0
SHARES
139
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে তেওঁৰ গাদী বচাবলৈ এক নতুন পদক্ষেপ লৈছে। ইমৰান খানে বিৰোধী দলৰ নেতালৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰিছে যে যদি তেওঁৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱ প্ৰত্যাহাৰ কৰা হয় তেনে তেওঁ এছেম্বলী ভংগ কৰিব। উল্লেখ্য যে পাকিস্তানৰ সংসদত ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ সন্দৰ্ভ আজিৰ পৰা আলোচনা আৰম্ভ হৈছে।

পাকিস্তানৰ জিঅ’ নিউজৰ মতে ইমৰান খানে তেওঁৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ প্ৰত্যাহাৰ কৰিলে এছেম্বলী ভংগ কৰাৰ প্ৰস্তাৱ দিছে। সূত্ৰ অনুসৰি, এজন বিশ্বস্তনীয় ব্যক্তিয়ে বিৰোধী শিবিৰৰ নেতা শ্বাহবাজ শ্বৰীফলৈ ইমৰান খানৰ প্ৰস্তাৱটো প্ৰেৰণ কৰিছে। ইফালে প্ৰধানমন্ত্ৰী ইমৰান খানে বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় সুৰক্ষা সমিতিৰ (এনএছচি) এখন বৈঠক অনুষ্ঠিত কৰিছিল।

লগতে পঢ়ক জঘন্য! ৰক্ষা নপৰিল গৰ্ভৱতী ছাগলীও, ধৰ্ষণ কৰি হত্যা তিনি লোকৰ, এজনক গ্ৰেপ্তাৰ

বিৰোধী নেতা শ্বৰীফে পাকিস্তানী সংবিধানৰ অনুচ্ছেদ এ-৯৫ ৰ অধীনত ইমৰাণ খানৰ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছে য’ত ১৬১ জন সদস্যই স্বাক্ষৰ কৰিছে। অনাস্থা প্ৰস্তাৱৰ ওপৰত ভোটগ্ৰহণ ৩ এপ্ৰিলত অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে৷ ভোটগ্ৰহণৰ পূৰ্বে সংসদত আজিৰে পৰা দুয়োপক্ষৰ মাজত প্ৰস্তাৱ সন্দৰ্ভত বিতৰ্কৰ আৰম্ভ হৈছে।

ইফালে ইমৰাণ খানৰ চৰকাৰৰ দুই গুৰুত্বপূৰ্ণ অংশীদাৰ দল ক্ৰমে মুত্তাহিদা কৌমি মুভমেণ্ট (এমকিউএম) আৰু বেলুচিস্তান আৱামী পাৰ্টি (বিএপি)য়ে ইমৰাণ খানৰ সংগ ত্যাগ কৰি বিৰোধী মৰ্চাত যোগদান কৰাৰ পিছতে বিৰোধীৰ স্থিতি অধিক শক্তিশালী হৈছে।

লগতে পঢ়ক প্ৰাণনাশৰ আশংকা! তথাপিও বুলেটপ্ৰুফ বৰ্ম পিন্ধিবলৈ ৰাজী নহয় ইমৰাণ খান

আনহাতে, প্ৰধানমন্ত্ৰী ইমৰান খানৰ ওপৰত পদত্যাগৰ বাবে বৰ্ধিত চাপৰ মাজত তেওঁৰ মন্ত্ৰীসকলে কৈছে যে পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘অন্তিম অভাৰৰ শেষ বল’লৈকে যুঁজ অব্যাহত ৰাখিব।

বিৰোধীয়ে ইমৰাণ খানৰ চৰকাৰ পতন ঘটাবলৈ ৩৪২ জনীয়া নিম্ন সদনত ১৭২ টা ভোটৰ প্ৰয়োজন হ’ব। জমিয়ত উলেমা-ই-ইছলাম ফজল (জেইউআই-এফ)ৰ মুৰব্বী মৌলানা ফজলুৰ ৰেহমানে দাবী কৰিছে যে বিৰোধীৰ ১৭৫ জন সাংসদৰ সমৰ্থন আছে আৰু প্ৰধানমন্ত্ৰী ইমৰাণ খানে পদত্যাগ কৰা উচিত।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamPak PM Imran Khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ
বিশ্ব

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

September 29, 2026
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড
বিনোদন

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

September 28, 2026
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!
প্ৰযুক্তি

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

September 28, 2026
আমেৰিকাৰ অস্ত্ৰ বিচাৰিছে চীনে, ট্ৰাম্পে দিলে ছি জিনপিঙক অফাৰ
বিশ্ব

আমেৰিকাৰ অস্ত্ৰ বিচাৰিছে চীনে, ট্ৰাম্পে দিলে ছি জিনপিঙক অফাৰ

September 28, 2026
Next Post
কেনেকৈ প্ৰৱঞ্চকৰ জালত পৰি ৪ কোটি টকা হেৰুৱালে বলিউদৰ অভিনেত্ৰীয়ে?

কেনেকৈ প্ৰৱঞ্চকৰ জালত পৰি ৪ কোটি টকা হেৰুৱালে বলিউদৰ অভিনেত্ৰীয়ে?

অস্কাৰৰ মঞ্চত চৰ, স্মিথক গ্ৰেপ্তাৰ কৰিবলৈ সাজু আৰক্ষী! গ্ৰেপ্তাৰ হ’ব নেকি স্মিথ?

অস্কাৰৰ মঞ্চত চৰ, স্মিথক গ্ৰেপ্তাৰ কৰিবলৈ সাজু আৰক্ষী! গ্ৰেপ্তাৰ হ’ব নেকি স্মিথ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.