• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাঁচ সুন্দৰীয়ে স্থান পালে পাক মন্ত্ৰী সভাত : কোন কোন এই পাঁচ পাক সুন্দৰী?

পাঁচ সুন্দৰীয়ে স্থান পালে পাক মন্ত্ৰী সভাত : কোন কোন এই পাঁচ পাক সুন্দৰী?

4 years ago
সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

29 minutes ago
স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

1 hour ago
পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

2 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

2 hours ago
বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

3 hours ago
আমাৰ পৰা আঁতৰি জুবিনৰ লগতে ভালে থাককগৈ… পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুবিন ক্ষেত্ৰ চোৱাচিতা কৰা জ্যোষ্ণ গাৰ’ই

আমাৰ পৰা আঁতৰি জুবিনৰ লগতে ভালে থাককগৈ… পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুবিন ক্ষেত্ৰ চোৱাচিতা কৰা জ্যোষ্ণ গাৰ’ই

4 hours ago
বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

5 hours ago
চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ

চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ

6 hours ago
বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

6 hours ago
জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

6 hours ago
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

7 hours ago
বৈধৃতি যোগৰ সৈতে ৰবি যোগ, সূৰ্যৰ কৃপাত দেওবাৰে লাভাম্বিত হ’ব এই ৫ৰাশি

বৈধৃতি যোগৰ সৈতে ৰবি যোগ, সূৰ্যৰ কৃপাত দেওবাৰে লাভাম্বিত হ’ব এই ৫ৰাশি

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

পাঁচ সুন্দৰীয়ে স্থান পালে পাক মন্ত্ৰী সভাত : কোন কোন এই পাঁচ পাক সুন্দৰী?

editor by editor
April 21, 2022
in বিশ্ব, ৰাজনীতি
0
পাঁচ সুন্দৰীয়ে স্থান পালে পাক মন্ত্ৰী সভাত : কোন কোন এই পাঁচ পাক সুন্দৰী?
0
SHARES
161
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰায় এপষেক ৰাজনৈতিক অস্থিৰতাই বিৰাজ কৰি থকাৰ পিছতে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ গাদী এৰিবলৈ বাধ্য হৈ পৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানে৷ ইমৰাণ খানৰ পিছতে দেশখনৰ নতুন প্ৰধানমন্ত্ৰী ৰূপে দায়িত্ব লৈছে পাঞ্জাৱ প্ৰদেশৰ তিনিবাৰকৈ মুখ্যমন্ত্ৰী হিচাপে প্ৰতিনিধিত্ব কৰা শ্বেহবাজ শ্বৰীফে৷

বুধবাৰে দেশখনৰ নতুন প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰা শ্বেহবাজ শ্বৰীফে তেওঁৰ মন্ত্ৰীসভাখন গঠন কৰিবলৈ প্ৰায় এসপ্তাহৰো অধিক সময় লয়৷

কিন্তু শ্বৰীফৰ মন্ত্ৰী সভাখনে ৰাজনৈতিক মহলক বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে৷ ইয়াৰ মাজৰ বিশেষ দিশটো হৈছে প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে তেওঁৰ মন্ত্ৰীসভাত পাঁচগৰাকী নাৰীক স্থান দিছে৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে ইমৰাণ খানৰ মন্ত্ৰীসভাত নাৰীক বিশেষ গুৰুত্ব প্ৰদান কৰা দেখা নগৈছিল৷

লগতে পঢ়ক ঘৰে ঘৰে গৈ পিটিমৰ পিছত জুবিনৰ আকৌ অসমবাসীক ফটোৱা জাৰি! কি ক’লে জুবিনে?

শ্বেহবাজ শ্বৰীৰ মন্ত্ৰীসভাত স্থান লাভ কৰা মহিলা মন্ত্ৰীকেইগৰাকী হৈছে ক্ৰমে শ্বেৰী ৰহমান, হীনা ৰব্বানি খাৰ, চাজিয়া মাৰি, মৰিয়ম ঔৰংগজেৱ আৰু আয়েশা গাউছ পাছা৷ এই পাঁচ নাৰীয়ে শ্বেহবাজ শ্বৰীফৰ মন্ত্ৰীসভাত স্থান লাভ কৰাত পাক সংবাদ মাধ্যমত বিশেষভাৱে চৰ্চা লাভ কৰাও দেখা গৈছে৷

ইফালে প্ৰাক্তন প্ৰধানমন্ত্ৰী বেনজিৰ ভূট্টোৰ পুত্ৰ তথা পাকিস্তান পিপলছ পাৰ্টিৰ অধ্যক্ষ বিলাবল জৰ্ডাৰীয়ে শ্বৰীফৰ মন্ত্ৰীসভাত স্থান লাভ নকৰিলে৷ জৰ্ডাৰীয়ে শ্বৰীফৰ মন্ত্ৰীসভাৰ বৈদেশিক দপ্তৰটো লাভ কৰিব বুলি পাকিস্তানৰ সংবাদ মাধ্যমত চৰ্চা লাভ কৰি আহিছিল৷ কিন্তু প্ৰধানমন্ত্ৰী শ্বৰীফে বৈদেশিক দপ্তৰটো নিজৰ হাততে ৰাখিছে৷ অৱশ্যে বৈদেশিক দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীত্বৰ দায়িত্ব পিপিপিৰ নেত্ৰী হীনা ৰাব্বানি খাৰক দিছে৷

অৱশ্যে কূটনৈতিক বিশেষজ্ঞসকলৰ মতে আগন্তুক দিনত প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে বৈদেশিক দপ্তৰটো পিপিপিৰ অধ্যক্ষ বিলাবল জৰ্ডাৰীকে দিয়াৰ সম্ভাৱনা আছে৷ ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী শ্বৰীফে নিজেই প্ৰতিবেশী ৰাষ্ট্ৰৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কক পৰ্যালোচনা কৰিব খুজিছে বুলি ধাৰণা কৰা হৈছে৷

লগতে পঢ়ক কিয় হাতজোৰ কৰি দেশবাসীৰ ওচৰত ক্ষমা খুজিলে বলিউদৰ তাৰকা অক্ষয় কুমাৰে?

ইফালে পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰদূত শ্বেৰী ৰহমানক পৰিৱেশ মন্ত্ৰালয়ৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰ অপৰ্ণ কৰি প্ৰধানমন্ত্ৰী শ্বৰীফ পাক সংবাদ পত্ৰৰ প্ৰশংসাৰ পাত্ৰ হোৱা পৰিলক্ষিত হৈছে৷ ইফালে পৰিৱেশ বিশেষজ্ঞসকলৰ মতে শ্বৰীফে কৰ্মদক্ষ শ্বেৰী ৰহমানক পৰিৱেশ দপ্তৰ দি যথেষ্ট বুদ্ধিমত্তাৰ পৰিচয় দিছে৷

ইফালে পিএমএল-এনৰ নেত্ৰী মৰিয়ম ঔৰংগজেৱক তথ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে৷ অতি স্পষ্টবাদীৰূপে পৰিচিত মৰিয়মে নিজৰ দপ্তৰটো দক্ষতাৰে চম্ভালিব পাৰিব বুলিয়ে দেশখনত চৰ্চা লাভ কৰিছে৷

মন্ত্ৰীসভাত স্থান লাভ কৰা অন্য দুগৰাকী মহিলা মন্ত্ৰী হ’ল পিপিপি-ৰ নেত্ৰী চাজিয়া মাৰি আৰু পিএমএল-এনৰ আয়েশা গউচ পাছা৷ তেওঁলোক দুয়োগৰাকীয়েই প্ৰথমবাৰলৈ মন্ত্ৰীসভাত স্থান লাভ কৰিছে৷ চাজিয়াক ইনকাম চাপ’ৰ্ট প্ৰ’গ্ৰাম আৰু আয়েশাক ৰাজ্যিক বিত্ত মন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamPak Cabinet
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ
জীৱনশৈলী

চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ

March 22, 2026
ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?
জীৱনশৈলী

ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?

March 22, 2026
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?
অসম

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

March 20, 2026
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ
জীৱনশৈলী

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

March 20, 2026
Next Post
কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধমক খালে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে?

কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধমক খালে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে?

‘মোৰ বিয়া ২৬ তাৰিখে, মোক লৈ যোৱাহি’ ১০ টকীয়া নোটত বাৰ্তা লিখি প্ৰেমিকাৰ কাতৰ আহ্বান

‘মোৰ বিয়া ২৬ তাৰিখে, মোক লৈ যোৱাহি’ ১০ টকীয়া নোটত বাৰ্তা লিখি প্ৰেমিকাৰ কাতৰ আহ্বান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.