• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জিভা পিছলি বিশ্বজুৰি হাঁহিয়াতৰ পাত্ৰ পাকিস্তানী এংকৰ, ইজেকচন হ’লগৈ ইজেক্যুলেচন

জিভা পিছলি বিশ্বজুৰি হাঁহিয়াতৰ পাত্ৰ পাকিস্তানী এংকৰ, ইজেকচন হ’লগৈ ইজেক্যুলেচন

11 months ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

29 minutes ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

49 minutes ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

1 hour ago
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

2 hours ago
বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

2 hours ago
২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

2 hours ago
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

2 hours ago
মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

2 hours ago
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

13 hours ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

14 hours ago
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

14 hours ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

জিভা পিছলি বিশ্বজুৰি হাঁহিয়াতৰ পাত্ৰ পাকিস্তানী এংকৰ, ইজেকচন হ’লগৈ ইজেক্যুলেচন

editor by editor
May 1, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
জিভা পিছলি বিশ্বজুৰি হাঁহিয়াতৰ পাত্ৰ পাকিস্তানী এংকৰ, ইজেকচন হ’লগৈ ইজেক্যুলেচন
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জিভা পিছলি বিশ্বজুৰি হাঁহিয়াতৰ পাত্ৰ পাকিস্তানী এংকৰ, ইজেকচন হ’লগৈ ইজেক্যুলেচন

পাকিস্তানী নিউজ চেনেলৰ জ্ঞান তথা বিশ্বাসযোগ্যতাক লৈ বহু সময়ত প্ৰশ্ন উত্থাপন হৈ আহিছে। বাৰে বাৰে পাকিস্তানী সংবাদ মাধ্যম বিশ্ব দৰবাৰত হাঁহিয়াতৰ পাত্ৰ হৈ আহিছে। এইবাৰ এগৰাকী মহিলা এংকৰৰ জিভা পিছলি যোৱাৰ ফলত সমগ্ৰ ছ’চিয়েল মিডিয়া তোলপাৰ লাগি গৈছে।

কাৰণ মহিলা এংকৰৰ সম্যক জ্ঞানৰেই অভাৱ নে জিভা পিছলি ভুল, কিন্তু এটা মাৰাত্মক ভুলৰ বাবে এতিয়া বেয়াকৈ ট্ৰোলৰ সন্মুখিন হৈছে। মহিলা পাকিস্তানী এংকৰগৰাকীয়ে ইজেকচন শব্দ ক’বলৈ চেষ্টা কৰাৰ সময়তে মুখেৰে ওলাই ইজেক্যুলেচন। যি শব্দ দুটাৰ অৰ্থ আকাশ-পাতাল পাৰ্থক্য।

বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে পাকিস্তানী মহিলা এংকৰ গৰাকীৰ এই ভুলৰ ভিডিঅ’ । অৱশ্যে এই ভাইৰেল ক্লিপ পুৰণি, কিন্তু ভাৰতত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত এই ভিডিঅ’টো পুনৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

এই ভিডিঅ’ ২০২০ চনৰ ১১ মাৰ্চৰ। সেইদিনটোত ইছলামবাদত এফ-১৬ যুঁজাৰু বিমান দুৰ্ঘটনা সংঘটিত হৈছিল, সেই দুৰ্ঘটনাৰেই বাতৰিৰ কভাৰেজৰ এই ভাইৰেল ক্লিপটো।

ভিডিঅ’টো চাবলৈ এই লিংকত ক্লিক কৰক- https://x.com/shiv_cybersurg/status/1917415206311059780

সামৰিক পেৰেডৰ আখৰাৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত বিমানখন জনবসতিপূৰ্ণ অঞ্চলৰ পৰা আঁতৰাই অৰণ্যৰ ফালে নি বিমান খনৰ পাইলটে নিজৰ জীৱন উচ্চৰ্গা দি বহু লোকৰ প্ৰাণ ৰক্ষা কৰিছিল। পাকিস্তান বায়ুসেনাৰ সাহসী পাইলট নৌমান আক্ৰামৰ সেই দুৰ্ঘটনাত মৃত্যু হৈছিল। ইচ্ছা কৰিলে পাইলটে সময়মতে বিমানখনৰ পৰা জপিয়াই প্ৰাণ ৰক্ষা কৰিব পাৰিলেহেঁতেন। কিন্তু সাধাৰণ নাগৰিকৰ প্ৰাণ ৰক্ষাৰ বাবে নিজকে উচ্চৰ্গা কৰি দিয়ে।

সেই দুৰ্ঘটনাৰেই কভাৰেজ কৰি আছিল পাকিস্তানী এংকৰে। তেতিয়াই শব্দৰ উচ্চাৰণত মাৰাত্মক ভুল কৰে। ‘ইজেকচন’ আৰু ‘ইজেক্যুলেচন’। শব্দ দুটাৰ পাৰ্থক্য বুজি নোপোৱাৰ বাবে এংকৰ বেয়াকৈ ট্ৰোলৰ সন্মুখিন হয়।

ইজেকচন হৈছে এটা টেকনিকেল শব্দ, ইয়াৰ অৰ্থ সামৰিক বিমানৰ পৰা পাইলট বাহিৰ হোৱাৰ প্ৰক্ৰিয়া। আনহাতে এংকৰে ব্যৱহাৰ কৰা ইজেক্যুলেচন শব্দ শাৰীৰিক সম্পৰ্কৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা শব্দ, ইয়াৰ অৰ্থ বীৰ্যস্খলন।

এই মাৰাত্মক পাৰ্থক্যৰ বাবেই বেয়াকৈ ট্ৰোল খাইছে এংকৰ গৰাকীয়ে। বহু সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে লিখিছে- ‘এই কাৰণতেই আটাইতকৈ অজ্ঞান দেশ।’ আন এজন ব্যৱহাৰকাৰীয়ে ঠাট্টা কৰি লিখে, ‘এই জ্ঞানী লোকসকলে আমাৰ দেশৰ বিৰুদ্ধে যুঁজিব।’ আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘এই মহিলা এংকৰ গৰাকীয়ে হয়তো যথেষ্ট p**n চায়।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Pahalgam AttackPakistani News Anchorviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

March 20, 2026
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল
জীৱনশৈলী

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

March 20, 2026
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?
জীৱনশৈলী

শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

March 20, 2026
মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?
জীৱনশৈলী

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

March 20, 2026
Next Post
মে’ মাহত জেকপট লাগিব ৫ ৰাশিৰ, সকলো ইচ্চা হ’ব পূৰণ

মে' মাহত জেকপট লাগিব ৫ ৰাশিৰ, সকলো ইচ্চা হ'ব পূৰণ

আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, পুৱা ১০:৩০ বজালৈ ১৪ জিলাৰ ভোটদানৰ হাৰ

আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, পুৱা ১০:৩০ বজালৈ ১৪ জিলাৰ ভোটদানৰ হাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.