মই জুবিন গাৰ্গৰ স্থান কাহানিও পূৰণ কৰিব নোৱাৰিম৷ থাকোতেই জুবিন দাই কৈ গৈছে তেওঁ কি হয়? যোৱাৰ পাছতো জুবিনে দেখুৱাইছে তেওঁ কি আছিল? জুবিন নোহোৱাটো কি ক্ষতি আজি পৃথিৱীয়ে দেখিছে৷ যোৱাৰ পিছতো যি জনসমুদ্ৰ হৈছে. পৃথিৱীত খুব কম শিল্পীয়েই এনেকুৱা সমাদৰ মৃত্যুৰ পাছতো পায়৷
আমি জীয়াই থাকোতেও দেখিছো জুবিনৰ সমাজৰ লগত ৰিলেছন কি৷ জুবিন গুচি গ’ল৷ মইয়ো খুব অসুস্থ৷ গৰিমাৰ সৈতে মোৰ কনটেক্ট হৈ আছিল৷ মই গৰিমাক মেছেজ কৰিছো৷ তাই কৈছিল আহিবি৷ গৰিমাৰ শোক দেখিছে, তাইৰো সৰু কালৰ প্ৰেম আছিল জুবিন৷ তাই যি দায়িত্ব লৈছে৷ কঠিন দায়িত্ব তাই লৈছে৷ গোটেই অসমবাসীৰ দায়িত্ব এতিয়া তাই লৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















