• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধ্বংস হ’ব প্ৰাকৃতিক ভূস্বৰ্গ কাশ্মীৰৰ সৌন্দৰ্য! কোনে লৈছে ধ্বংস যজ্ঞৰ নেতৃত্ব?

ধ্বংস হ’ব প্ৰাকৃতিক ভূস্বৰ্গ কাশ্মীৰৰ সৌন্দৰ্য! কোনে লৈছে ধ্বংস যজ্ঞৰ নেতৃত্ব?

4 years ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

13 minutes ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

22 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

23 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

1 day ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

1 day ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

1 day ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

1 day ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

1 day ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

2 days ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

2 days ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

2 days ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ধ্বংস হ’ব প্ৰাকৃতিক ভূস্বৰ্গ কাশ্মীৰৰ সৌন্দৰ্য! কোনে লৈছে ধ্বংস যজ্ঞৰ নেতৃত্ব?

ভূ-স্বৰ্গ থাকিব আপেল-আখৰোট নাথাকিব; ভয়ংকৰ তথ্যই তোলপাৰ লগাইছে দেশ

editor by editor
July 15, 2022
in ভাৰত, ৰাজনীতি
0
ধ্বংস হ’ব প্ৰাকৃতিক ভূস্বৰ্গ কাশ্মীৰৰ সৌন্দৰ্য! কোনে লৈছে ধ্বংস যজ্ঞৰ নেতৃত্ব?
0
SHARES
6.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাৰ দাসঃ বিশ্বত ভূ-স্বৰ্গ হিচাপে পৰিচিত কাশ্মীৰক লৈ চলিছে ভয়ংকৰ ষড়যন্ত্ৰ৷ তেনে এক ষড়যন্ত্ৰৰ তথ্য সম্প্ৰতি পোহৰলৈ আহিছে৷ কাশ্মীৰৰ শেহতীয়া পৰিস্থিতিক লৈ ৰমন শৰ্মা নামৰ সমাজকৰ্মী এগৰাকীয়ে তথ্য জনাৰ অধিকাৰ আইন (RTI)ৰ অধীনত লাভ কৰিছে এই বিস্ফোৰক তথ্য৷ তাকো এই তথ্য সদৰি কৰিছে খোদ ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে৷

এক RTIৰ আবেদনৰ উত্তৰত প্ৰাধিকৰণে সদৰি কৰিছে যে যোৱা ৩ বছৰত কাশ্মীৰৰ ৫ খন জিলাত ১ লাখ ১০ হাজাৰতকৈও মূল্যৱান গছ কাটি পেলোৱা হৈছে৷ এই গছসমূহৰ ভিতৰত আপেল আৰু আখৰোটৰ গছৰ লগতে বহু লাখটকীয়া মছলাৰ গছো আছে৷ যিসমূহ গছ ধ্বংস কৰা হ’ল, সেই গছৰ আনুমানিক মূল্য প্ৰায় ১৫ কোটি টকা৷

উল্লেখযোগ্য যে অনুৰূপ ধৰণে দেশৰ ৰাজধানী দিল্লীতো যোৱা ৩ বছৰত ৭৭ হাজাৰতকৈও অধিক জোপা গছ ধ্বংস কৰা হৈছিল৷ দেশত উন্নয়ন আৰু পথ সম্প্ৰসাৰণৰ নামত যি হাৰত বনাৱৰণ ধ্বংস কৰা হৈছে তাক লৈ ন্যায়ালয়ে হস্তক্ষেপ কৰিব লগীয়া পৰিস্থিতি আহি পৰিছে৷ কিন্তু তাৰ পাছতো যেন আজি নীৰৱ-নিৰ্বিকাৰ হৈ ৰৈছে চৰকাৰ৷ উন্নয়নৰ অভিশাপত ধ্বংস হ’ব লাগিছে পাৰিপাৰ্শ্বিকতা৷

লগতে পঢ়ক দেশ সংকটত, সৰ্বত্ৰে বিক্ষোভ! তাৰ মাজতে ৰাজপথত চুম্বনৰত এহাল দম্পতী

কুৰি বছৰ পূৰ্বে ৪ লেন ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰসংগ আহিছিল৷ কিন্তু এতিয়া ৬ লেন আৰু ৮ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ হ’ব লাগিছে৷ আৰু ইয়াৰ বাবে বিপদগ্ৰস্ত হৈ পৰিছে প্ৰকৃতি৷ ভাৰতৰ প্ৰাকৃতিক বৈচিত্ৰৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চল আৰু কাশ্মীৰৰ স্থান সদায় সুকীয়া৷ তৎসত্ত্বেও আজি অস্তিত্বৰ সংকটত দেশৰ প্ৰাকৃতিক বৈচিত্ৰ৷

প্ৰাপ্ত তথ্য অনুসৰি শ্ৰীনগৰ ৰিং ৰোড নিৰ্মাণৰ পৰিকল্পনা লৈছে ভাৰতৰ ৰাষ্ট্রীয় ঘাইপথ প্ৰাধিকৰণে৷ প্ৰস্তাৱিত ৰিং ৰোডৰ দৈৰ্ঘ  হ’ব ৪২.১০ কিলোমিটাৰ৷ আৰু সেই প্ৰকল্পৰ বাবে প্ৰাৰম্ভিক ব্যয় নিৰ্ধাৰণ কৰা হৈছে ৯৩৯.৪১ কোটি টকা৷ অৱশ্যে এই ব্যয় ২০১৯ চনতে নিৰ্ধাৰণ কৰা হৈছিল৷ সম্প্ৰতি ব্যয় হ’বলগীয়া ধনৰ পৰিমাণ ১২০০ কোটি টকাৰো অধিক হ’ব বুলি খোদ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ সূত্ৰই প্ৰকাশ কৰিছে৷ প্ৰস্তাৱিত এই প্ৰকল্পৰ ফলত ক্ষতিগ্ৰস্ত হ’ব কাশ্মীৰৰ ৫২ খন কৃষি প্ৰধান গাঁও৷

লগতে পঢ়ক সতীয়া কন্যাৰ সৈতে প্ৰেমৰ সম্পৰ্ক! আছে দুটাকৈ সন্তান এলন মাস্কৰ পিতৃৰ এৰ’ল মাস্কৰ

এই গাঁওসমূহত বসবাস কৰা লোকসকলৰ মূল কৃষি হৈছে ফলৰ উৎপাদন৷ মূলত আপেল আৰু আখৰোট অন্যতম প্ৰধান বাণিজ্যিক ফল৷ কিন্তু ৫২ খন গাঁৱত ১ লাখ ১০ হাজাৰকৈও অধিক আপেল আৰু আখৰোটৰ গছ ধ্বংস কৰা হ’ল৷ ইয়াৰ ফলত ৫২ খন গাঁৱৰ সহস্ৰাধিক পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে৷ এই প্ৰকল্পৰ অধীনত পুলৱামা, বুৰগাম, বাৰমূলা, শ্ৰীনগৰ আৰু বান্দিপুৰা জিলা বেয়া ধৰণে ক্ষতিগ্ৰস্ত হ’ব৷ উল্লেখযোগ্য যে বিশ্বৰ ফলৰ বজাৰত কাশ্মীৰী আপেলৰ এক সুকীয়া পৰিচয় আছে৷ কিন্তু সেই পৰিচয়ো আজি সংকটৰ গৰাহত৷ কিয়নো খোদ চৰকাৰী কৰ্তৃপক্ষই পথ নিৰ্মাণৰ নামত ধ্বংস লক্ষাধিক গছ কৰিছে৷

ফল আৰু প্ৰাকৃতিক নৈসৰ্গিক পটভূমিৰ বাবে বিখ্যাত কাশ্মীৰ পৰ্যটনৰো এক অন্যতম কেন্দ্ৰ৷ ইতিমধ্যে অৰ্ধশতিকাজোৰা সন্ত্ৰাসবাদৰ জৰ্জৰিত হোৱা কাশ্মীৰত পৰ্যটকৰ সংখ্যাও চকুত লগা ধৰণে হ্ৰাস হৈছে৷ তাৰ পাছত আৰম্ভ হৈছে বন ধ্বংসৰ অভিযান৷ এনে প্ৰতিকূল পৰিৱেশত প্ৰকৃতিৰ ৰম্যভূমি কাশ্মীৰে ভূ-স্বৰ্গৰ মৰ্যাদা আৰু কিমান দিনলৈ ৰাখিব পাৰিব সেইটোৱো এতিয়া জটিল প্ৰশ্ন হৈ উঠিছে৷ হয়তো এতিয়াৰে পৰা কাশ্মীৰ থাকিব কিন্তু নাথাকিব আপেল আৰু আখৰোট৷ হয়তো প্ৰকৃতিৰ লীলাও এক ইতিহাসত পৰিণত হ’ব৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamkashmirKashmir Valley
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?
জীৱনশৈলী

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

February 6, 2026
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব
জীৱনশৈলী

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

February 5, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

February 5, 2026
Next Post
উবেৰত মহিলাক যৌন নিৰ্যাতন চালকৰ! ন্যায় বিচাৰি ৫০০ মহিলা পালেগৈ ন্যায়ালয়

উবেৰত মহিলাক যৌন নিৰ্যাতন চালকৰ! ন্যায় বিচাৰি ৫০০ মহিলা পালেগৈ ন্যায়ালয়

৬ বছৰীয়া শিশুক ধৰ্ষণ ৬৫ বছৰীয়া বৃদ্ধৰ, পলাতক লম্পট বৃদ্ধ অভিযুক্ত

৬ বছৰীয়া শিশুক ধৰ্ষণ ৬৫ বছৰীয়া বৃদ্ধৰ, পলাতক লম্পট বৃদ্ধ অভিযুক্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.