• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশ সংকটত, সৰ্বত্ৰে বিক্ষোভ! তাৰ মাজতে ৰাজপথত চুম্বনৰত এহাল দম্পতী

দেশ সংকটত, সৰ্বত্ৰে বিক্ষোভ! তাৰ মাজতে ৰাজপথত চুম্বনৰত এহাল দম্পতী

4 years ago
মাহত সৰ্বোচ্চ লাভ কৰিব পাৰে প্ৰায় ১.৭৬ লাখ পেঞ্চন, অষ্টম দৰমহা কমিছনত কিমান বাঢ়িব পেঞ্চন?

মাহত সৰ্বোচ্চ লাভ কৰিব পাৰে প্ৰায় ১.৭৬ লাখ পেঞ্চন, অষ্টম দৰমহা কমিছনত কিমান বাঢ়িব পেঞ্চন?

1 day ago
শিৱৰাত্ৰিত মঙ্গল, বুধ, চন্দ্ৰৰ বিশেষ গোচৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ

শিৱৰাত্ৰিত মঙ্গল, বুধ, চন্দ্ৰৰ বিশেষ গোচৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ

1 day ago
স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?

স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?

1 day ago
ইচ্ছাৰ বিৰুদ্ধে সন্তানধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব! ৩০ সপ্তাহৰ অন্তঃসত্ত্বাক গৰ্ভপাত কৰোৱাৰ অনুমতি ছুপ্ৰিম কৰ্টৰ

ইচ্ছাৰ বিৰুদ্ধে সন্তানধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব! ৩০ সপ্তাহৰ অন্তঃসত্ত্বাক গৰ্ভপাত কৰোৱাৰ অনুমতি ছুপ্ৰিম কৰ্টৰ

1 day ago
আজিয়েই সেইদিন! শতভিষাত প্ৰৱেশ বুধৰ, ৩ৰাশিয়ে সুফল পাব, দূৰ হ’ব সকলো অভাৱ

আজিয়েই সেইদিন! শতভিষাত প্ৰৱেশ বুধৰ, ৩ৰাশিয়ে সুফল পাব, দূৰ হ’ব সকলো অভাৱ

1 day ago
প্লেটলেট কাউণ্ট ঠিকে ৰাখিবলৈ কেৱল ঔষধেই যথেষ্ট নহয়, আৰু কি কি নিয়ম মানি চলাটো প্ৰয়োজন?

প্লেটলেট কাউণ্ট ঠিকে ৰাখিবলৈ কেৱল ঔষধেই যথেষ্ট নহয়, আৰু কি কি নিয়ম মানি চলাটো প্ৰয়োজন?

1 day ago
আগন্তুক সপ্তাহত সূৰ্যৰ গোচৰ, শুক্ৰাদিত্য ৰাজযোগ, চকুত লগা উন্নতি এই ৫ৰাশিৰ

আগন্তুক সপ্তাহত সূৰ্যৰ গোচৰ, শুক্ৰাদিত্য ৰাজযোগ, চকুত লগা উন্নতি এই ৫ৰাশিৰ

1 day ago
৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

2 days ago
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

2 days ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

2 days ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

3 days ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

3 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

দেশ সংকটত, সৰ্বত্ৰে বিক্ষোভ! তাৰ মাজতে ৰাজপথত চুম্বনৰত এহাল দম্পতী

editor by editor
July 15, 2022
in বিবিধ, বিশ্ব, ৰাজনীতি
0
দেশ সংকটত, সৰ্বত্ৰে বিক্ষোভ! তাৰ মাজতে ৰাজপথত চুম্বনৰত এহাল দম্পতী
0
SHARES
708
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইতিহাসৰ সবাটোতকৈ ভয়াৱহ সংকটত নিমজ্জিত হৈছে শ্ৰীলংকা৷ ইতিমধ্যে দেশৰ জনতাৰ গণ বিক্ষোভ কম্পমান হৈ দেশ এৰি পলায়ন কৰিছে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি৷ শ্ৰীলংকাৰ চাৰিওফালে কেৱল চৰকাৰ বিৰোধী আন্দোলন আৰু আন্দোল।

দেশৰ অৰ্থনৈতিক অৱস্থা সৰ্বকালৰ নিম্নতম স্তৰ প্ৰৱেশ কৰা সমগ্ৰ দ্বীপ ৰাষ্ট্ৰখনত চলি আছে জৰুৰীকালীন অৱস্থা। আৰ্থিক সংকটে এনে পৰ্যায় পাইছেগৈ যে সাধাৰণ ৰাইজে ৰাজপথলৈ ওলাই আহি প্ৰতিদিনে প্ৰতিবাদ সাব্যস্ত কৰি আছে।

বিভিন্ন স্থানত চৰকাৰী প্ৰতিনিধিকো আক্ৰমণ কৰাৰ লগতে সা-সম্পত্তিত প্ৰতিবাদী জনতাই অগ্নিসংযোগ কৰিছে। দেশবাসীয়ে দৈনন্দিন প্ৰয়োজনৰ বাবে নূন্যতম খাদ্য, ঔষধ আৰু ইন্ধন যোগান ধৰিবলৈ চৰকাৰৰ বিৰুদ্ধে অবিৰত সংগ্ৰাম কৰি আছে। প্ৰতিবাদকাৰীয়ে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাভয়া ৰাজাপাকছা আৰু প্ৰধানমন্ত্ৰী ৰাণীল উইক্ৰেমসিংহৰ প্ৰাসাদ দখল কৰিছে।

লগতে পঢ়ক Sunburnৰ পৰা ঘৰুৱা উপায়েৰে কেনেকৈ ৰক্ষা পৰিব?

মাত্ৰ চাৰিওফালে কান্দোন! আৰু তাৰ মাজতে জিলিকি আছে প্ৰেমৰ এখন ছবি! সমগ্ৰ দেশতে এনে প্ৰতিবাদৰ মাজতে ইন্টাৰনেটত ভাইৰেল হৈছে এহাল দম্পতীৰ চুম্বনৰ দৃশ্য।

ভাইৰেল ছবিখনত প্ৰতিবাদকাৰীৰ ভিৰৰ মাজত আৰু ৰাজহুৱা স্থানত এহাল দম্পতীয়ে ইজনে সিজনৰ ওঁঠত গভীৰভাৱে চুম্বন কৰি থকা দেখা গৈছে।

লগতে পঢ়ক আত্মহত্যাৰ বৰ্দ্ধিত সংখ্যাক কেনেকৈ নিয়ন্ত্ৰণ কৰিব?

চাৰিওফালে অব্যাহত থকা হিংসা, ক্ষোভৰ দাবানলৰ মাজত এই ছবিখনে যেন আন কিবা এটাহে কয়। কিন্তু এই ছবিখন তুলি লৈ দম্পতীহালে কি বাৰ্তা দিবলৈ চেষ্টা কৰিছে সেয়া স্পষ্ট হোৱা নাই।

বিক্ষোভ, হিংসা, প্ৰতিবাদৰ মাজত এই ফ’টোখন দেখি নেট-নাগৰিকে বিভিন্ন মন্তব্য কৰা দেখা গৈছে৷ নেট-নাগৰিকে যিয়েই নকওক কিয় এই ফ’টোখনে হত্যা-হিংসা, বিক্ষোভ, ক্ষোভৰ মাজতো যেন প্ৰেমৰ অবিনশ্বৰতাৰ কথাকে প্ৰমাণ কৰিছে, যিয়ে এই বিক্ষোভৰ অন্তত নতুন যুগৰ সূচনা হোৱাৰ ইংগিত বহন কৰিছে!

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamsri lanka
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?
জীৱনশৈলী

স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?

February 7, 2026
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

February 6, 2026
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?
জীৱনশৈলী

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

February 6, 2026
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
Next Post
ক্ষুধাৰ্ত কয়দীয়ে জীয়া মানুহৰ মাংস ভক্ষণ কৰা বিশ্বৰ আটাইতকৈ ভয়ংকৰ কাৰাগাৰখন ক’ত?

ক্ষুধাৰ্ত কয়দীয়ে জীয়া মানুহৰ মাংস ভক্ষণ কৰা বিশ্বৰ আটাইতকৈ ভয়ংকৰ কাৰাগাৰখন ক’ত?

ধ্বংস হ’ব প্ৰাকৃতিক ভূস্বৰ্গ কাশ্মীৰৰ সৌন্দৰ্য! কোনে লৈছে ধ্বংস যজ্ঞৰ নেতৃত্ব?

ধ্বংস হ’ব প্ৰাকৃতিক ভূস্বৰ্গ কাশ্মীৰৰ সৌন্দৰ্য! কোনে লৈছে ধ্বংস যজ্ঞৰ নেতৃত্ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.