• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক্ষুধাৰ্ত কয়দীয়ে জীয়া মানুহৰ মাংস ভক্ষণ কৰা বিশ্বৰ আটাইতকৈ ভয়ংকৰ কাৰাগাৰখন ক’ত?

ক্ষুধাৰ্ত কয়দীয়ে জীয়া মানুহৰ মাংস ভক্ষণ কৰা বিশ্বৰ আটাইতকৈ ভয়ংকৰ কাৰাগাৰখন ক’ত?

4 years ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

4 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

4 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

5 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

5 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

6 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

7 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

8 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

8 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

9 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

9 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

10 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ক্ষুধাৰ্ত কয়দীয়ে জীয়া মানুহৰ মাংস ভক্ষণ কৰা বিশ্বৰ আটাইতকৈ ভয়ংকৰ কাৰাগাৰখন ক’ত?

editor by editor
July 15, 2022
in বিবিধ, বিশ্ব
0
ক্ষুধাৰ্ত কয়দীয়ে জীয়া মানুহৰ মাংস ভক্ষণ কৰা বিশ্বৰ আটাইতকৈ ভয়ংকৰ কাৰাগাৰখন ক’ত?
0
SHARES
69.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ আটাইতকৈ অমানৱীয় তথা ভয়ংকৰ কাৰাগাৰখনৰ হৈছে গীতাৰামা (Gitarama)৷ এই ভয়ংকৰ কাৰাগাৰখন আছে আফ্ৰিকা মহাদেশৰ ৰুৱাণ্ডাত৷ যিখন কাৰাগাৰ নাম শুনিলেই তাত কটায় অহা অপৰাধীবোৰৰ বুকু কঁপি উঠে।

কাৰাগাৰখনত প্ৰয়োজনতকৈ বহু বেছি কয়দীক বন্দী কৰি ৰখোৱাৰ ফলত দৈনিক কমেও ৬ জন কয়দীৰ মৃত্যু হয় কাৰাগাৰখনত খোৱা-শোৱাৰ কোনো ব্যৱস্থা নাই। আনকি বহু বন্দীয়ে শৌচাগাৰত শুব লগা হয়। কাৰাগাৰখন ইমানেই অপৰিষ্কাৰ যে তাত থকা কয়দীৰ মলমূত্ৰৰ বাবে কয়দীৰ ভৰিত ঘা হৈ আঙুলি পৰ্যন্ত ছিঙি যায়৷

ইয়াত অনাহাৰৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে যে যদি কোনো কয়দীৰ মৃত্যু হয় তেন্তে আন বন্দীয়ে তেওঁৰ মৃতদেহটোকো খাই পেলায়। তাতোকৈ ভয়ংকৰ কথাটো হ’ল যেতিয়া খাবলৈ একো নাথাকে তেতিয়া বন্দীসকলে জীয়া মানুহৰ শৰীৰৰ মাংস এৰুৱাই লৈ ভক্ষণ কৰে।

লগতে পঢ়ক সতীয়া কন্যাৰ সৈতে প্ৰেমৰ সম্পৰ্ক! আছে দুটাকৈ সন্তান এলন মাস্কৰ পিতৃৰ এৰ’ল মাস্কৰ

ডেইলী ষ্টাৰত প্ৰকাশিত এক বাতৰি অনুসৰি সেয়ে গীতাৰাম কাৰাগাৰক বিশ্বৰ আটাইতকৈ ভয়ংকৰ কাৰাগাৰ হিচাপে গণ্য কৰা হয়। আনকি কিছুমানে কয় যে গীতাৰাম কাৰাগাখন হৈছে নৰক।

এই কাৰাগাৰৰ ভৱনটো ১৯৬০ চনত ব্ৰিটিছ শ্ৰমিকৰ জিৰণিৰ বাবেহে নিৰ্মাণ কৰা হৈছিল আৰু পিছলৈ ইয়াক কাৰাগাৰলৈ ৰূপান্তৰিত কৰি ৪০০ বন্দী ৰখা হৈছিল। বৰ্তমান গীতাৰাম কাৰাগাৰত ৭ হাজাৰৰো অধিক কাৰাবন্দী ৰখা হৈছে। ১৯৯০ চনৰ মাজভাগত ৰুৱাণ্ডাত সংঘটিত ভয়ংকৰ গণহত্যাৰ সময়ত কাৰাবন্দীৰ সংখ্যা ৫০ হাজাৰ অতিক্ৰম কৰিছিল।

প্ৰকাশিত খবৰ মতে ৰুৱাণ্ডাৰ গীতাৰামা কাৰাগাৰৰ অৱস্থা ইমানেই বেয়া তথা ভয়ংকৰ যে একাংশ কয়দী শৌচাগাৰত শুব লগা হোৱাৰ বাবে অসুস্থ হৈ পৰে। অত্যধিক কৰাবন্দীক ৰখাৰ বাবে গীতাৰাম কাৰাগাৰ প্ৰশাসনে সকলো কয়দীক চিকিৎসাৰ সুবিধা প্ৰদান কৰিবলৈ সক্ষম হোৱা নাই।

লগতে পঢ়ক Sunburnৰ পৰা ঘৰুৱা উপায়েৰে কেনেকৈ ৰক্ষা পৰিব?

গীতাৰাম কাৰাগাৰৰ অতি বিপজ্জনক পৰিৱেশত থকা বন্দীসকলক প্ৰতিদিনে অতি কম পৰিমাণৰ খাদ্যহে দিয়া হয়। কাৰাগাৰত অধিক বন্দী থকাৰ বাবে প্ৰায়ে খাদ্য দিয়াৰ সময়ত কাৰাবন্দীৰ মাজত প্ৰায়ে কাজিয়াৰ সৃষ্টি হয়। তেনেধৰণৰ কাজিয়াত যেতিয়া কোনো কয়দীৰ মৃত্যু হয়, তেতিয়া আন কাৰাবন্দীয়ে মৃত কাৰাবন্দীজনৰ মাংস খাই ভোক নিবাৰণ কৰে বুলিও কোৱা হয়। কেৱল এয়াই নহয় প্ৰকাশিত খবৰ মতে যদি বন্দীসকলে খাবলৈ নাপায়, তেন্তে জীৱিত দুৰ্বল কাৰাবন্দীৰ শৰীৰৰ পৰা মাংস এৰুৱাই খায়।

ভোকৰ বাহিৰেও কাৰাগাৰখনৰ অন্যান্য ডাঙৰ সমস্যাবোৰৰ এটা হৈছে কয়দীসকলৰ বেমাৰ। কাৰাগাৰখন অপৰিষ্কাৰ হোৱাৰ বাবে বৃহৎ সংখ্যক বন্দী বিভিন্ন ৰোগৰ চিকাৰ হৈ পৰে। আন্তঃৰাষ্ট্ৰীয় ৰেড ক্ৰছৰ সমিতিৰ মতে গীতাৰাম কাৰাগাৰত প্ৰতিদিনে কমেও ৬ জন কয়দীৰ বেমাৰত ভুগি মৃত্যু মুখত পৰে। অসুস্থ কয়দীসকলে সময়মতে চিকিৎসা লাভ নকৰাৰ বাবেই কাৰাগাৰখনত এই ভয়াৱহ পৰিস্থিতিয়ে বিৰাজ কৰিছে।

লগতে পঢ়ক আত্মহত্যাৰ বৰ্দ্ধিত সংখ্যাক কেনেকৈ নিয়ন্ত্ৰণ কৰিব?

ইয়াৰ মাজতে অতি উদ্বেগজনক কথাটো হৈছে নিজৰ মাজতে সৃষ্টি হোৱা কাজিয়াৰ ফলত হোৱা মাৰপিটত হাড় ভঙা, কটা-ছিঙা আদিকে ধৰি শৰীৰত বিভিন্ন ধৰণে আঘাতপ্ৰাপ্ত কাৰাগাৰখনৰ প্ৰায় ৩৮ শতাংশ কয়দীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷ ইয়াৰ বাহিৰেও অতি জঘন্য পৰিৱেশৰ বাবে মাটিত সিঁচৰিত হৈ থকা মলমূত্ৰ তথা বিষ্ঠাৰ বাবেই ভৰিত হোৱা ঘাৰ ফলতে প্ৰায় ৪১ শতাংশ ৰোগীয়ে চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হয়৷

এনে ভয়ংকৰ পৰিৱেশৰ বাবেই ৰুৱাণ্ডাৰ গীতাৰামা কাৰাগাৰক বিশ্বৰ আটাইতকৈ ভয়ংকৰ কাৰাগাৰ বুলি গণ্য কৰা হয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamGitarama PrisonMost Inhumane JailRwandaWorld's Most Inhumane Prison Gitarama
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ
জীৱনশৈলী

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

October 1, 2026
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?
ভাৰত

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

October 1, 2026
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?
বিজ্ঞান

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

October 1, 2026
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি
ভাৰত

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

October 1, 2026
Next Post
ধ্বংস হ’ব প্ৰাকৃতিক ভূস্বৰ্গ কাশ্মীৰৰ সৌন্দৰ্য! কোনে লৈছে ধ্বংস যজ্ঞৰ নেতৃত্ব?

ধ্বংস হ’ব প্ৰাকৃতিক ভূস্বৰ্গ কাশ্মীৰৰ সৌন্দৰ্য! কোনে লৈছে ধ্বংস যজ্ঞৰ নেতৃত্ব?

উবেৰত মহিলাক যৌন নিৰ্যাতন চালকৰ! ন্যায় বিচাৰি ৫০০ মহিলা পালেগৈ ন্যায়ালয়

উবেৰত মহিলাক যৌন নিৰ্যাতন চালকৰ! ন্যায় বিচাৰি ৫০০ মহিলা পালেগৈ ন্যায়ালয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.