• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জে’লতে সুৰাৰ পাৰ্টী, ছ’চিয়েল মিডিয়াত ভাইৰেল এই ভিডিঅ’ সন্দৰ্ভত তদন্ত অব্যাহত দিল্লী আৰক্ষীৰ

জে’লতে সুৰাৰ পাৰ্টী, ছ’চিয়েল মিডিয়াত ভাইৰেল এই ভিডিঅ’ সন্দৰ্ভত তদন্ত অব্যাহত দিল্লী আৰক্ষীৰ

5 years ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

37 seconds ago
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

48 minutes ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

17 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

18 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

18 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

20 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

20 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

21 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

22 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

22 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

23 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

জে’লতে সুৰাৰ পাৰ্টী, ছ’চিয়েল মিডিয়াত ভাইৰেল এই ভিডিঅ’ সন্দৰ্ভত তদন্ত অব্যাহত দিল্লী আৰক্ষীৰ

editor by editor
August 26, 2021
in অপৰাধ, অসম, উত্তৰ-পূব, গুৱাহাটী, বিবিধ, ভাৰত
0
জে’লতে সুৰাৰ পাৰ্টী, ছ’চিয়েল মিডিয়াত ভাইৰেল এই ভিডিঅ’ সন্দৰ্ভত তদন্ত অব্যাহত দিল্লী আৰক্ষীৰ
0
SHARES
46
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কাৰাগাৰৰ ভিতৰত সুৰাৰ পাৰ্টী৷ ছ’চিয়েল মিডিয়াত ভাইৰেল কাৰাগাৰৰ ভিতৰত সুৰাৰ পাৰ্টীত মত্ত গেংষ্টাৰৰ এটি বিশেষ ভিডিঅ’৷ দিল্লীৰ মাণ্ডোলী জে’লৰ ভিতৰৰ এই দৃশ্য ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত৷ দৃশ্যত প্ৰত্যক্ষ কৰা লোককেইজন ম’ষ্ট ৱাণ্টেড অপৰাধী নীৰজ বাৱানাৰ গ্ৰুপৰ বুলি জনা গৈছে৷ ভাইৰেল ভিডিঅ’টোত দেখা পোৱা গৈছে ৪-৫ গৰাকী ব্যক্তিক৷ এই সকলৰ ভিতৰত আছে অপৰাধী ৰাহুল কালা আৰু নবীন বালী৷ এই দুয়োগৰাকী অপৰাধী নীৰজ বাৱানাৰ গ্ৰুপৰ৷ কাৰাগাৰত বন্দী অন্য অপৰাধীয়ে ৰেকৰ্ড কৰিছে ভিডিঅ’টো৷ ভিডিঅ’টোৰ সত্যতা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে দিল্লী আৰক্ষীয়ে৷ মাণ্ডোলী জে’লৰ স্পেচিয়েল চেলৰ বিষয়ায়ো অব্যাহত ৰাখিছে তদন্ত৷ ইয়াৰ বিপৰীতে একাংশৰ মতে, ভিডিঅ’টো তিহাৰ জে’লৰ এটি পুৰণি ভিডিঅ’৷ এই সন্দৰ্ভত তিহাৰ জে’লৰ ডিজি সন্দীপ গোৱেলে অনুসন্ধানৰ নিৰ্দেশ দিয়ে জে’ল কৰ্তৃপক্ষক৷ ভিডিঅ’টো ক’ত, কেতিয়া, কেনেকৈ ৰেকৰ্ড কৰা হৈছিল এই সন্দৰ্ভত সম্প্ৰতি বিভিন্ন পৰ্যায়ত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ বিশেষ শাখাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24jailparty with wine
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত
ভাৰত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

May 1, 2026
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!
বাণিজ্য

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

May 1, 2026
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!
জীৱনশৈলী

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

April 30, 2026
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা
ভাৰত

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

April 30, 2026
Next Post
কাইলৈৰ পৰা ৰাজ্যত আৰম্ভ হ’ব অত্যাধুনিক সুবিধাসম্পন্ন ভিষ্টাদ’ম ৰে’ল সেৱা

কাইলৈৰ পৰা ৰাজ্যত আৰম্ভ হ’ব অত্যাধুনিক সুবিধাসম্পন্ন ভিষ্টাদ’ম ৰে’ল সেৱা

অলিম্পিকত ভেজাল মেডেল, এমাহ নহওতেই এৰাই গৈছে পদকৰ ওপৰৰ ধাতু

অলিম্পিকত ভেজাল মেডেল, এমাহ নহওতেই এৰাই গৈছে পদকৰ ওপৰৰ ধাতু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.