• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অলিম্পিকত ভেজাল মেডেল, এমাহ নহওতেই এৰাই গৈছে পদকৰ ওপৰৰ ধাতু

অলিম্পিকত ভেজাল মেডেল, এমাহ নহওতেই এৰাই গৈছে পদকৰ ওপৰৰ ধাতু

5 years ago
আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং

আনৰ কাপোৰ পিন্ধাৰ অভ্যাস আছে নেকি? তেন্তে দুৰ্ভাগ্যই দেখা দিব আপোনাক!

13 seconds ago
শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ

1 hour ago
আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

15 hours ago
Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

15 hours ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

16 hours ago
বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

17 hours ago
সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

17 hours ago
গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

18 hours ago
শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

18 hours ago
Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

19 hours ago
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

19 hours ago
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

অলিম্পিকত ভেজাল মেডেল, এমাহ নহওতেই এৰাই গৈছে পদকৰ ওপৰৰ ধাতু

editor by editor
August 27, 2021
in ক্ৰীড়া, গুৱাহাটী, বিবিধ, বিশ্ব, ভাৰত
0
অলিম্পিকত ভেজাল মেডেল, এমাহ নহওতেই এৰাই গৈছে পদকৰ ওপৰৰ ধাতু
0
SHARES
257
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ অলিম্পিকৰ পদকসমূহ ভেজাল৷ নিম্নমানৰ ধাতুৰে তৈয়াৰ কৰা হৈছে টকিঅ’ অলিম্পিকৰ সোণৰ পদক৷ অলিম্পিক অন্ত পৰাৰ এমাহ নহওতেই এৰাই হৈছে পদকৰ ওপৰৰ ধাতু৷ চীনৰ স্বৰ্ণ বিজয়ী জিমনাষ্ট Zhu Xueyingয়ে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে কেইখনমান বিশেষ ফটো৷ য’ত সকলো স্পষ্টকৈ উল্লেখ কৰিছে খেলুৱৈগৰাকীয়ে৷ সোণৰ পদকৰ ধাতুৰৈ তৈয়াৰী তৰপটোৰ কিছু অংশ এৰাই যোৱা দেখা গৈছে ফটোকেইখনত৷ কিন্তু খেলুৱৈগৰাকীৰ অভিযোগ সন্দৰ্ভত টকিঅ’ অলিম্পিকৰ আয়োজক কমিটীয়ে স্পষ্টীকৰণ দাঙি ধৰিছে৷ Global Timesৰ ৰিপ’ৰ্টত আয়োজক কমিটীয়ে স্পষ্টীকৰণ অনুসৰি, এইটো এটা ধাতুৰ প্ৰলেপ নহয় বৰং এটি আৱৰণহে যিয়ে পদকটো দাগ লগা অথবা ধূলি-বালিৰ পৰা ৰক্ষা কৰিব৷ উল্লেখ্য, জাপানী নাগৰিকৰ ইলেকট্ৰ’নিক সামগ্ৰীৰ পৰা নবীকৰণৰ জৰিয়তে নিৰ্গত ধাতুৰে তৈয়াৰ কৰা হৈছে টকিঅ’ অলিম্পিক-২০২০ত প্ৰদান কৰা পদকসমূহ৷

On the evening of August 23rd, Olympic champion Zhu Xueying sent a message to Weibo, saying that her Olympic gold medal had lost a layer of skin, and the upper left had mottled visible to the naked eye. pic.twitter.com/gDPBga7rkt

— Cherry_Chen (@11240Cherry) August 24, 2021

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24tokyo olympicZhu Xueying
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং
জীৱনশৈলী

আনৰ কাপোৰ পিন্ধাৰ অভ্যাস আছে নেকি? তেন্তে দুৰ্ভাগ্যই দেখা দিব আপোনাক!

July 12, 2026
শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ

July 12, 2026
আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক
জীৱনশৈলী

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

July 11, 2026
Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!
জীৱনশৈলী

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

July 11, 2026
Next Post
আজি মহাপুৰুষ মাধৱদেৱৰ ৪২৫সংখ্যক তিৰোভাৱ তিথি

আজি মহাপুৰুষ মাধৱদেৱৰ ৪২৫সংখ্যক তিৰোভাৱ তিথি

#BoycottSalmanKhan অভিযান, টুইটাৰৰ ট্ৰেণ্ডিঙত ছুপাৰষ্টাৰ ছলমান খানৰ নাম

#BoycottSalmanKhan অভিযান, টুইটাৰৰ ট্ৰেণ্ডিঙত ছুপাৰষ্টাৰ ছলমান খানৰ নাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.