• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
HDFC বেংকৰ পৰা ৭বছৰৰ বাবে ৮লাখৰ Personal Loan ল’লে প্ৰতি মাহে কিমান EMI দিব লাগিব?

HDFC বেংকৰ পৰা ৭বছৰৰ বাবে ৮লাখৰ Personal Loan ল’লে প্ৰতি মাহে কিমান EMI দিব লাগিব?

1 year ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

49 seconds ago
8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

43 minutes ago
পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

1 hour ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

16 hours ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

17 hours ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

17 hours ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

18 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

19 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

19 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

19 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

19 hours ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

HDFC বেংকৰ পৰা ৭বছৰৰ বাবে ৮লাখৰ Personal Loan ল’লে প্ৰতি মাহে কিমান EMI দিব লাগিব?

HDFC বেংকৰ পৰা ৭বছৰৰ বাবে ৮লাখৰ Personal Loan ল’লে প্ৰতি মাহে কিমান EMI দিব লাগিব?

editor by editor
December 10, 2024
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত, লেখা
0
HDFC বেংকৰ পৰা ৭বছৰৰ বাবে ৮লাখৰ Personal Loan ল’লে প্ৰতি মাহে কিমান EMI দিব লাগিব?
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিপদ কেতিয়াও কৈ নাহে৷ সেয়ে সকলোসময়তে কিছু ধন মানুহে জমা কৰি ৰাখিব বিচাৰে৷ যাতে প্ৰয়োজনৰ সময়ত কামত লাগে৷ অন্যথা শেষ উপায় পাৰ্ছনেল ঋণ বা লোন৷ পাৰ্ছনেল ঋণৰ সুদৰ হাৰ অলপ বেছি৷ অন্যান্য ফিও দিবলগীয়া হয়৷ অৱশ্যে এই ঋণ পাবলৈ বেছি কাগজ পত্ৰৰো প্ৰয়োজন নাই৷ কোনো বন্ধকীও দিব নালাগে৷ পাৰ্ছনেল ঋণ যি কোনো কামতেই আপুনি ব্যৱহাৰ কৰিব পাৰে৷ অৱশ্যে ক্ৰেডিট স্কোৰ, ঋণৰ ম্যাদ ইত্যাদিৰ ওপৰত সুদৰ হাৰ নিৰ্ভৰ কৰে৷ পাৰ্ছনেল ঋণত অৱশ্যে প্ৰছেচিং ফি আপুনি দিব লাগে৷ ইয়াৰ সৈতে জি এছ টিও আছে৷ সকলো মিলি এইছডি এফ চি বেংকৰ পৰা ৭ বছৰৰ ম্যাদত আপুনি যদি ৮লাখৰ পাৰ্ছনেল ঋণ লয় তেন্তে প্ৰতি মানে কিমান টকা EMI দিব লাগিব?

দেশৰ বৃহত্তং বেচৰকাৰী বেংক HDFC ত বাৰ্ষিক ১০.৮৫ শতাংশৰ পৰা আৰম্ভ কৰি ২৪ শতাংশ সুদৰ হাৰত পাৰ্ছনেল ঋণ পোৱা যায়৷ ঋণগ্ৰহীতাৰ বয়স, আয়, ক্ৰেডিট স্কোৰ, ঋণৰ ম্যাদ ইত্যাদিৰ ওপৰতেই সুদৰ হাৰ নিৰ্ভৰ কৰে৷ পাৰ্ছনেল ঋণত প্ৰছেচিং ফিও দিব লাগে৷ ইয়াৰ সৈতে আছে জিএছটিও৷ সকলো মিলি HDFC বেংক ৬৫০০ টকালৈকে দিবলগীয়া হ’ব পাৰে৷

লোন কেলকুলেটৰৰ পৰা খুব সহজেই এই হিচাপ উলিয়াব পাৰি৷ ইয়াত ঋণৰ পৰিমাণ, সুদৰ হাৰ আৰু ম্যাদ দিলেই নিৰ্ভুল EMI গণনা কৰি দিয়ে এই কেলকুলেটৰে৷  ৭বছৰৰ ম্যাদত ৮লাখৰ পাৰ্ছনেল লোনত কিমান EMI আহিব তাৰ হিচাপ EMI কেলকুলেটৰ অনুসৰি ১৩,৬৫৩৷ ৮লাখৰ ঋণত ঋণগ্ৰহীয়ে ৭ বছৰত মুঠ সুদ প্ৰায় ৩লাখ ৪৫ হাজাৰ ৩৩৫টকা বেংকক দিব লাগিব৷ অৰ্থাৎ ৮লাখৰ ঋণত বেংকক উভতাই দিব লাগিব মুঠ ১১লাখ ৪৫ হাজাৰ ৩৩৫টকা৷ পাৰ্ছনেল ঋণৰ বাবে অনলাইনতেই HDFC বেংকৰ ওচৰত আবেদন কৰিব পাৰে৷

বেংকৰ শাখালৈ গৈয়ো আবেদন জনাব পাৰে৷ পাৰ্ছনেল ঋণৰ বাবে HDFC এপ খুলি এপ্লাই নাও অপছনত ক্লিক কৰিব লাগিব৷ তাৰপাছতেই ঋণ অপছনত যাব৷ ইয়াত ক্লিক কৰিলে এখন ফৰ্ম আহিব৷ সেয়া পূৰণ কৰাৰ পাছত কেৱাইচি দি ছাবমিট অপছনত ক্লিক কৰক৷ ইয়াৰপাছতেই বেংকে সেই ফৰ্ম চেক কৰিব৷ আবেদনকাৰী যদি ঋণ পোৱাৰ যোগ্য হয় তেন্তে কেইদিনমানৰ ভিতৰতেই একাউণ্টত ঋণৰ টকা সোমোৱাই দিব বেংকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ
বিনোদন

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

April 12, 2026
8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব
বাণিজ্য

8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

April 12, 2026
পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!
জীৱনশৈলী

পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

April 12, 2026
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
Next Post
নিশ্চয় এয়া আপোনাৰ বাবেও সুখবৰ হ’ব! ৫০লাখৰ গৃহ ঋণ ল’লে EMI বহু কমিব ২০২৫ চনত, কিন্তু কেনেকৈ?

নিশ্চয় এয়া আপোনাৰ বাবেও সুখবৰ হ’ব! ৫০লাখৰ গৃহ ঋণ ল’লে EMI বহু কমিব ২০২৫ চনত, কিন্তু কেনেকৈ?

আমাৰ দেশক এতিয়া জনসংখ্যাৰ প্ৰয়োজনঃ মধুসময় কটাবলৈকে চৰকাৰী কৰ্মচাৰীক সপ্তাহত ৩দিন ছুটি, ক’ত এই নতুন নিয়ম?

আমাৰ দেশক এতিয়া জনসংখ্যাৰ প্ৰয়োজনঃ মধুসময় কটাবলৈকে চৰকাৰী কৰ্মচাৰীক সপ্তাহত ৩দিন ছুটি, ক’ত এই নতুন নিয়ম?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.