দেশৰ দুই শতাধিক চহৰত শতকৰ ঘৰ পাৰ হ’ল পেট্ৰ’লৰ দাম। পাছ পৰি থকা নাই ডিজেল। বিৰোধী তথা আন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও ইন্ধনৰ মূল্যবৃদ্ধিৰ ক্ষেত্ৰত নীৰৱতা অৱলম্বন কৰিছে চৰকাৰে। ১৮৯ দিনত ৭১ৰ বাৰ বৃদ্ধি হ’ল ইন্ধনৰ মূল্য।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ