• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এখন বিশেষ বিবাহ, যি বিবাহে গঢ়িলে বিশ্ব অভিলেখ, বিবাহখনৰ বিষয়ে জানিলে আপুনিও আচৰিত হ’ব

1 year ago
সফল হ’বলৈ গৈ বাৰে বাৰে থমকি ৰ’ব লগা হৈছে? জীৱনত এই তিনিটা দিশত নজৰ দিবই

2 hours ago
এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?

3 hours ago
ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

4 hours ago
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

5 hours ago
জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

6 hours ago
প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

7 hours ago
জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

8 hours ago
৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

এখন বিশেষ বিবাহ, যি বিবাহে গঢ়িলে বিশ্ব অভিলেখ, বিবাহখনৰ বিষয়ে জানিলে আপুনিও আচৰিত হ’ব

editor by editor
December 10, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
এখন বিশেষ বিবাহ, যি বিবাহে গঢ়িলে বিশ্ব অভিলেখ, বিবাহখনৰ বিষয়ে জানিলে আপুনিও আচৰিত হ’ব
0
SHARES
484
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এখন বিশেষ বিবাহ, যি বিবাহে গঢ়িলে বিশ্ব অভিলেখ, বিবাহখনৰ বিষয়ে জানিলে আপুনিও আচৰিত হ’ব

প্ৰেম অন্ধ, প্ৰেমে নামানে জাতি-কুল, প্ৰেমে নামানে বয়স। তেনেই এক প্ৰেমে এইবাৰ সমগ্ৰ বিশ্বৰে দৃষ্টি কাঢ়িছে। কেৱল প্ৰেমেই নহয়, বিশেষ কথাটো হ’ল এই বিবাহে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডতো স্থান লাভ কৰিছে।

এই বিশেষ বিবাহ ফিলাডেলফিয়াৰ। য’ত এহাল দম্পতীয়ে সকলো সামাজিক নীতি-নিয়ম ভংগ কৰি জীৱনৰ শেষ সময়ত কাৰোবাৰ প্ৰেমত পৰাই নহয়, বিয়া হৈ ইজনে সিজনক জীৱন সংগী কৰি লৈছে। এইহাল দম্পতীৰে বয়সে এতিয়া বিশ্ব অভিলেখ কৰিছে। কিয়নো দৰাৰ বয়স ১০০ আৰু কইনাৰ বয়স ১০২ ।

ফিলাডেলফিয়াৰ এইহাল দম্পতীয়ে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম পঞ্জীয়ন কৰিছে আটাইতকৈ বয়সীয়াল নৱবিবাহিত দম্পতী হিচাপে। চলিত বৰ্ষতে ১০০ বছৰীয়া বাৰ্নি লিটমেনে ৯ বছৰীয়া প্ৰেমৰ অন্তত প্ৰেমিকা মাৰ্জাৰী (১০২ বছৰ)ৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ৩ ডিচেম্বৰত দুয়োৰে নাম গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত আটাইতকৈ বয়সীয়াল নৱবিবাহিত দম্পতী হিচাপে পঞ্জীয়ন কৰা হয়। দুয়োৰে মুঠ বয়স ২০২ বছৰ।

১০০ বছৰীয়া বাৰ্নি লিটমেনে ১০২ বছৰীয়া মাৰ্জাৰীক লগ পাইছিল এটা জ্যেষ্ঠ লোকৰ সন্মিলনত। এই প্ৰেম কাহিনীটো আৰম্ভ হৈছিল প্ৰায় ৯ বছৰ পূৰ্বে সেই জ্যেষ্ঠ সন্মিলনত। দুয়ো প্ৰথম লগ পোৱাৰ পাছত এক পাৰ্টিত ইজনে সিজনৰ প্ৰেমত পৰিছিল আৰু সময়ৰ লগে লগে তেওঁলোকৰ সম্পৰ্ক অধিক গাঢ় হৈ উঠিছিল। তেওঁলোকৰ সম্পৰ্কক আৰু এখোজ আগুৱাই লৈ গৈ দম্পতীহালে অৱশেষত ২০২৪ চনৰ মে’ মাহত বিবাহপাশত আবদ্ধ হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Gunnies World RecordmarriageSpecial Marriageworld record
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?
জীৱনশৈলী

May 26, 2026
ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?
ক্ৰীড়া

ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

May 26, 2026
হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই
জীৱনশৈলী

হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

May 26, 2026
৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?
অপৰাধ

Next Post
কল্কি অৱতাৰক সহায় কৰিবলৈ কলিযুগত আকৌ আহিব বজৰংবলী, কৰিব ধৰ্মৰক্ষা

HDFC বেংকৰ পৰা ৭বছৰৰ বাবে ৮লাখৰ Personal Loan ল’লে প্ৰতি মাহে কিমান EMI দিব লাগিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন