• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চন্দ্ৰগ্ৰহণেৰে আৰম্ভ হ’ব পিতৃপক্ষ, এইবাৰৰ পিতৃপক্ষত কোন ৰাশিত কি প্ৰভাৱ পৰিব?

চন্দ্ৰগ্ৰহণেৰে আৰম্ভ হ’ব পিতৃপক্ষ, এইবাৰৰ পিতৃপক্ষত কোন ৰাশিত কি প্ৰভাৱ পৰিব?

5 months ago
এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

10 minutes ago
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

2 hours ago
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

2 hours ago
২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

3 hours ago
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

5 hours ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

5 hours ago
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

6 hours ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

6 hours ago
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

7 hours ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

23 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

24 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চন্দ্ৰগ্ৰহণেৰে আৰম্ভ হ’ব পিতৃপক্ষ, এইবাৰৰ পিতৃপক্ষত কোন ৰাশিত কি প্ৰভাৱ পৰিব?

চন্দ্ৰগ্ৰহণেৰে আৰম্ভ হ’ব পিতৃপক্ষ, এইবাৰৰ পিতৃপক্ষত কোন ৰাশিত কি প্ৰভাৱ পৰিব?

editor by editor
September 4, 2025
in জীৱনশৈলী, লেখা
0
চন্দ্ৰগ্ৰহণেৰে আৰম্ভ হ’ব পিতৃপক্ষ, এইবাৰৰ পিতৃপক্ষত কোন ৰাশিত কি প্ৰভাৱ পৰিব?
0
SHARES
892
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পিতৃপক্ষ বা শ্ৰাদ্ধপক্ষ আৰম্ভ হব আগন্তুক ৭ ছেপ্টেম্বৰত৷ এই সময়ত প্ৰয়াত পিতৃপুৰুষৰ উদ্দেশ্যে তৰ্পণ কৰাৰ ৰীতি প্ৰচলিত আছে হিন্দুধৰ্মত৷ উত্তৰ পুৰুষৰ হাতৰ পৰা পানী পাই তৃপ্ত হৈ পৰলোকলৈ উভতি যায় পিতৃপুৰুষ৷ যোৱাৰ সময়ত তেওঁলোকে দি যায় সুখ, সাফল্য আৰু সমৃদ্ধিৰ আশীৰ্বাদ৷ আগন্তুক ২১ ছেপ্টেম্বৰত মহালয়া বা সৰ্বপিতৃ অমাবস্যাৰে পিতৃপক্ষৰ অৱসান ঘটিব৷ এই বছৰ পিতৃপক্ষৰ আৰম্ভণিতেই থাকিব চন্দ্ৰগ্ৰহণ আৰু পিতৃপক্ষৰ শেষ দিনত হব সূৰ্যগ্ৰহণ৷ জানি থওক বিভিন্ন ৰাশিত কি প্ৰভাৱ পেলাব পিতৃপক্ষ ২০২৫ য়ে?

মেষ ৰাশি

পিতৃপক্ষত নতুনধৰণে জীৱন আৰম্ভ কৰিব মেষ ৰাশিৰ জাতকে৷ এই সময়ত কাউৰীক খাদ্য খোৱালে প্ৰয়াত পিতৃপুৰুষ তুষ্ট হব৷ ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰত অশান্তিত সোমাই পৰিব পাৰে৷

বৃষ ৰাশি

নিজৰ ওপৰত ভৰসা ৰাখক৷ নিজৰ মনেৰে যিটো কাম সঠিক বুলি ধাৰণা হয় সেই কামেই কৰক৷ অন্যৰ পৰামৰ্শ লৈ আগুৱালে কৰ্মত ভুলো হব পাৰে৷ যাৱতীয় ৰীতি মানি পিতৃপক্ষত তৰ্পণ কৰক৷

মিথুন ৰাশি

পিতৃপক্ষত নিজৰ কামত বেছিকৈ মন দিয়ক মিথুন ৰাশিৰ জাতকে৷ কামত অৱহেলা কৰিলে টাৰ্গেট মিছ হব পাৰে৷ তৰ্পণ কৰি পিতৃপুৰুষক তুষ্ট কৰক, তেওঁলোকৰ কৃপা লাভ কৰিব৷

কৰ্কট ৰাশি

নিজৰ আবেগৰ ওপৰত নিয়ন্ত্ৰণ থাকিব কৰ্কট ৰাশিৰ জাতকৰ৷ অন্যথা পিতৃপক্ষৰ ১৫ দিন আপোনাৰ অশান্তি আহিব পাৰে৷ এই সময়ত মন অশান্ত হব পাৰে৷ কলা গৰুক খুৱালে পুৰ্বপুৰুষ তুষ্ট হব৷

সিংহ ৰাশি

কেৰিয়াৰত বৃহৎ উন্নতি দেখা পাব সিংহ ৰাশিৰ জাতকে৷ এই সময়ত কৰোবাত যাত্ৰা নকৰাটোৱেই ভাল৷ কোনো ডাঙৰ সিদ্ধান্ত নল’ব৷ পিতৃপুৰুষ উভতি যোৱাৰ সময়ত আপোনাক আশীৰ্বাদ নিশ্চয় দি যাব৷

কন্যা ৰাশি

পিতৃপক্ষৰ সময়ত স্বাস্থ্যক লৈ সচেতন হৈ থাকক কন্যা ৰাশিৰ জাতক৷ কোনো ব্ৰাহ্মণক খাদ্য আৰু বস্ত্ৰ দান কৰক৷ এই কাম কৰিলে পিতৃপুৰুষৰ আশীৰ্বাদত কামৰ পথৰ সকলো বাধা দূৰ হব৷

তুলা ৰাশি

এই সময়ত যোগাযোগৰ ক্ষমতা আৰু বঢ়াওক তুলা ৰাশিৰ জাতকে৷ চেষ্টা কৰিও নিজৰ মনৰ কথা প্ৰিয় মানুহৰ আগত প্ৰকাশ নকৰিব৷ পিতৃপক্ষত অশ্বত্থ গছৰ তলত সন্ধিয়া প্ৰদীপ জ্বলাওক৷

বৃশ্চিক ৰাশি

নিজৰ খং নিয়ন্ত্ৰণত ৰাখক বৃশ্চিক ৰাশিৰ জাতকে৷ সৰু সৰু বিষয়ত মূৰ গৰম কৰিলে সমস্যাত পৰিব পাৰে৷ এই সময়ত নতুনকৈ কাৰোবাৰ সৈতে সম্পৰ্কত নোসোমাব৷ পিতৃপুৰুষক তুষ্ট কৰিবলৈ পিতৃপূজাৰ আয়োজন কৰক৷

ধনু ৰাশি

আত্মবিশ্বাসৰ অভাৱ হব ধনু ৰাশিৰ জাতকৰ৷ প্ৰতিদ্বন্দ্বীসকলৰ হাতত পৰাজিত হব পাৰে৷ চিন্তা নকৰিব উভতি যোৱাৰ পূৰ্বে পিতৃপুৰুষে আশীৰ্বাদ কৰি যাব৷

মকৰ ৰাশি

স্বাস্থ্য বৰ এটা ভালে নাথাকিব৷ বাহিৰত খোৱাবোৱা নকৰাই ভাল৷ কেৰিয়াৰৰ দিশৰ পৰা আপোনাৰ সন্মুখত এটাৰ পাছত আনটো চেলেঞ্জ আহিব৷ কোনো পুৰোহিতৰ সহায় লৈ পিতৃ তৰ্পণ কৰিলে বাধা দূৰ হব৷

কুম্ভ ৰাশি

পৰিয়াল আৰু বন্ধুৰ সৈতে ভাল সময় কটাব৷ আপোনাৰ আশেপাশে প্ৰয়াত পিতৃ-পুৰুষৰ উপস্থিতি আপুনি অনুভৱ কৰিব৷ তেওঁলোকৰ কৃপাত আপোনাৰ জীৱনৰ সকলো বাধা দূৰ হব৷

মীন ৰাশি

পিতৃপক্ষত নিজৰ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে মীন ৰাশিৰ জাতকে৷ নতুনকৈ কিছু কাম আৰম্ভ কৰাৰ পূৰ্বে অৱশ্যেই পিতৃপুৰুষৰ আশীৰ্বাদ পাব৷ পিতৃপূজা কৰক আৰু অশ্বত্থ গছৰ তলত সৰিয়হৰ তেলেৰে প্ৰদীপ জ্বলালে উপকাৰ পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়
জীৱনশৈলী

এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

January 30, 2026
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?
জীৱনশৈলী

সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

January 30, 2026
২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ
জীৱনশৈলী

২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

January 30, 2026
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা
জীৱনশৈলী

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

January 30, 2026
Next Post
দামী হ’ল IPLৰ টিকট, নতুন GSTত কোহলী, শুভমনহঁতৰ খেল চাবলৈ কিমান খৰচ হ’ব আপোনাৰ?

দামী হ’ল IPLৰ টিকট, নতুন GSTত কোহলী, শুভমনহঁতৰ খেল চাবলৈ কিমান খৰচ হ’ব আপোনাৰ?

পূজাৰ বতৰতেই দাম কমিব হেচবেক আৰু SUVৰ! বিত্তমন্ত্ৰীৰ GST বোনাছত কোনখন বাহনৰ দাম কিমান কমিল?

পূজাৰ বতৰতেই দাম কমিব হেচবেক আৰু SUVৰ! বিত্তমন্ত্ৰীৰ GST বোনাছত কোনখন বাহনৰ দাম কিমান কমিল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.