• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপুনি নিজে আহি দেখুৱাই দিয়ক,কিদৰে সুকলমে জুবিনদাৰ পাৰ্থিৱ শৰীৰটো হেলিকপ্টাৰত উঠাব পাৰি। আমি হেলিকপ্টাৰ ৰেডী ৰাখিম, অখিল গগৈক কিয় উভতি ধৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকাই?

আপুনি নিজে আহি দেখুৱাই দিয়ক,কিদৰে সুকলমে জুবিনদাৰ পাৰ্থিৱ শৰীৰটো হেলিকপ্টাৰত উঠাব পাৰি। আমি হেলিকপ্টাৰ ৰেডী ৰাখিম, অখিল গগৈক কিয় উভতি ধৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকাই?

1 year ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

9 minutes ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

34 minutes ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

1 hour ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

2 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

3 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

3 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

4 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

4 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

6 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

6 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপুনি নিজে আহি দেখুৱাই দিয়ক,কিদৰে সুকলমে জুবিনদাৰ পাৰ্থিৱ শৰীৰটো হেলিকপ্টাৰত উঠাব পাৰি। আমি হেলিকপ্টাৰ ৰেডী ৰাখিম, অখিল গগৈক কিয় উভতি ধৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকাই?

'আপুনি নিজে আহি দেখুৱাই দিয়ক,কিদৰে সুকলমে জুবিনদাৰ পাৰ্থিৱ শৰীৰটো হেলিকপ্টাৰত উঠাব পাৰি। আমি হেলিকপ্টাৰ ৰেডী ৰাখিম, অখিল গগৈক কিয় উভতি ধৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকাই?

editor by editor
September 22, 2025
in জীৱনশৈলী
0
আপুনি নিজে আহি দেখুৱাই দিয়ক,কিদৰে সুকলমে জুবিনদাৰ পাৰ্থিৱ শৰীৰটো হেলিকপ্টাৰত উঠাব পাৰি। আমি হেলিকপ্টাৰ ৰেডী ৰাখিম, অখিল গগৈক কিয় উভতি ধৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকাই?
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ যোৰহাটলৈ নিয়াৰ সন্দৰ্ভত বিধায় অখিল গগৈয়ে কৰি অহা আহ্বান আৰু ফেচবুক প’ষ্টক লৈ উভতি ধৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকাই। জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ বিশেষ বিমান তথা হেলিকপ্টাৰেৰে যোৰহাটলৈ নিয়াৰ সন্দৰ্ভত অখিল গগৈক উভতি ধৰি মন্ত্ৰী হাজৰিকাই কয় যে, ‘আপুনি নিজে আহি দেখুৱাই দিয়ক,কিদৰে সুকলমে জুবিনদাৰ পাৰ্থিৱ শৰীৰটো হেলিকপ্টাৰত উঠাব পাৰি। আমি হেলিকপ্টাৰ ৰেডী ৰাখিম।’ লগতে মন্ত্ৰী পীয়ুষ হাজৰিকাই কয়-
‘অসমৰ সম্পদ, আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ পাৰ্থিৱ শৰীৰ থকা বিশেষ কফিনটো আমি দিল্লীত চাৰ্টাৰ্ড প্লেনতেই উঠাবলৈ সক্ষম নহ’লোঁ। আশ্চৰ্যজনকভাৱে অখিল গগৈ ডাঙৰীয়াই সামাজিক মাধ্যমযোগে এতিয়া হেলিকপ্টাৰৰ কথা কৈ বিভ্ৰান্তিৰ সৃষ্টিৰে একাংশ লোকক উচটাবলৈ আৰু আমাৰ প্ৰাণৰ শিল্পীজনৰ মৃত্যুক লৈও ৰাজনীতি কৰা কাৰ্যত মই আচলতে অত্যন্ত দুখ পাইছোঁ।
জুবিনদাৰ পাৰ্থিৱ শৰীৰৰ স্থিতি আদিৰ বিষয়ে নাভাবি, নুবুজি এই শোকাকুল পৰিৱেশত ৰাজনীতি কৰি কি বাৰ্তা দিলে আপুনি। ইয়াৰ পাছতো যদি আপোনাৰ ৰাজনীতি কৰাৰ ইচ্ছা আছে তেন্তে আপুনি নিজে সৰুসজাইলৈ আহি দেখুৱাই দিয়ক, কিদৰে সুকলমে জুবিনদাৰ পাৰ্থিৱ শৰীৰটো হেলিকপ্টাৰত উঠাব পাৰি। মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হেলিকপ্টাৰ সাজু কৰি থ’ব বুলি জনাইছে।
গগৈ ডাঙৰীয়া, আপুনি অতিশীঘ্ৰে সামাজিক মাধ্যমতেই ইয়াৰ উত্তৰ দিয়ক, যাতে আমি হেলিকপ্টাৰখন সাজু কৰিব পাৰোঁ! আৰু যদি নোৱাৰে, তেনেহলে দুখত ভাৰাক্ৰান্ত ৰাইজক উচটাই নাথাকিব।
(ৰাইজে অখিল গগৈ ডাঙৰীয়াৰ এই সম্পৰ্কীয় ভিডিঅ’টো চাব পাৰে, আমি কিয় এনে এক দুখৰ সময়ত এই আহ্বান জনাবলগীয়া হ’ল)’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

October 5, 2026
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক
জীৱনশৈলী

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

October 5, 2026
Next Post
বিদায় বেলাৰ সুৰ…মানুহ ভালপাইছিল জুবিনে সেয়েতো বিদায় বেলাতো জুবিনৰ কাষত হাজাৰ হাজাৰ মানুহ

বিদায় বেলাৰ সুৰ...মানুহ ভালপাইছিল জুবিনে সেয়েতো বিদায় বেলাতো জুবিনৰ কাষত হাজাৰ হাজাৰ মানুহ

তেজ মঙহৰে পৃথিৱী নেওচি জ্বলি জ্বলি ৰ’ল মাথো ছাই…মৃত্যু সত্য, চিৰদিনৰ বাবে চিতাত শুই পৰিল জুবিন

তেজ মঙহৰে পৃথিৱী নেওচি জ্বলি জ্বলি ৰ’ল মাথো ছাই...মৃত্যু সত্য, চিৰদিনৰ বাবে চিতাত শুই পৰিল জুবিন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.