• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাতত মাত্ৰ ৮দিন! ডিচেম্বৰতেই ধনী হ’ব এইকেইটা ৰাশিৰ জাতক-জাতিকা

8 months ago
SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?

5 hours ago
মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

6 hours ago
কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

7 hours ago
পৰীক্ষামূলক ব্যৱহাৰ সফল, এইবাৰ যাত্ৰীসুৰক্ষাৰ বাবে ট্ৰেইনৰ সকলো ডবাতেই CCTV লগাব ৰে’ল মন্ত্ৰণালয়ে

শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

9 hours ago
‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

24 hours ago
ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

1 day ago
বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

ভাৰতীয় সকলৰ বাবে দুঃসংবাদ, ট্ৰাম্পে দুগুণলৈ বৃদ্ধি কৰিলে আমেৰিকাৰ ভিছাৰ মাচুল

চকু পানী টুকি চিৰ বিদায় দিলে সতীৰ্থ অভিনেতা কোটা শ্ৰীনিবাস ৰাওক

  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 14, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হাতত মাত্ৰ ৮দিন! ডিচেম্বৰতেই ধনী হ’ব এইকেইটা ৰাশিৰ জাতক-জাতিকা

হাতত মাত্ৰ ৮দিন! ডিচেম্বৰতেই ধনী হ’ব এইকেইটা ৰাশিৰ জাতক-জাতিকা

editor by editor
November 22, 2024
in জীৱনশৈলী
0
হাতত মাত্ৰ ৮দিন! ডিচেম্বৰতেই ধনী হ’ব এইকেইটা ৰাশিৰ জাতক-জাতিকা
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৫ ডিচেম্বৰত সূৰ্যই বন্ধু বৃহস্পতিৰ ৰাশিত গোচৰ কৰিব৷ আগন্তুক ১৬ ডিচেম্বৰ ২০২৪ত বৃশ্চিকতেই আকৌ সূৰ্য মাৰ্গী হ’ব৷ বছৰৰ শেষত অৰ্থাৎ ২৮ ডিচেম্বৰত শুক্ৰ শনিৰ মূল ত্ৰিকোণ ৰাশি কুম্ভত বিৰাজমান৷ শুক্ৰ, শনিৰ মহামিলনত কেইটামান ৰাশিৰ জাতক-জাতিকাৰ হাতলৈ মোটা অংকৰ ধন আহিব৷ ডিচেম্বৰত চাৰি গ্ৰহৰ মহা ৰাশি  পৰিবৰ্তনে জীৱনত বৃহৎ উন্নতি আনিব৷ ইয়াৰ ফলত ৫ৰাশিৰ জীৱনত কি কি ইতিবাচক প্ৰভাৱ কৰিব?

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ বাবে ডিচেম্বৰ মাহ অত্যন্ত ভাল হ’ব৷ শুভ সংযোগত উন্নতি৷ আৰ্থিক লাভ সম্ভৱ৷ ব্যপক উন্নতি৷ সামাজিকভাৱে মান সন্মান বাঢ়িব৷ নতুন সম্পৰ্ক গঢ়ি উঠিব৷ চাকৰিয়াল সকলৰ বাবেও ডিচেম্বৰ মাহ অত্যন্ত গুৰুত্বপূৰ্ণ৷ আত্মবিশ্বাসো বাঢ়িব৷ ব্যৱসায়ত নতুন দীগন্তৰ সন্ধান পাব৷ জীৱনসংগীৰ সৈতে বিবাদ শেষ হ’ব৷ হাতলৈ ভাল সুযোগ আহিব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে ডিচেম্বৰ ভাল হ’ব৷ কেৰিয়াৰত ব্যাপক উন্নতিৰ সৈতে জীৱনলৈ সুস্থিৰতা আহিব৷ নিজৰ ব্যৱসায়ত উন্নতি আহিব৷ হঠাৎ কাৰোবাৰ পৰা পাবলগীয়া ধন লাভ কৰিব৷ সংগীৰ সৈতে জীৱন আৰু ভাল হ’ব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে ডিচেম্বৰ মাহ অত্যন্ত সুন্দৰ হ’ব৷ সুখ আহিব৷ কামৰ বাবে বাহিৰলৈ যাব পাৰে৷ ব্যৱসায়ত উন্নতি আহিব৷ যিসকলে বিনিয়োগৰ কথা ভাৱিছে তেওঁলোকৰ বাবেও এই সময় ভাল৷

মীন ৰাশি

মীন ৰাশিৰ জাতকৰ বাবে ডিচেম্বৰ মাহ অত্যন্ত ভাল৷ নতুন বছৰ আৰম্ভ হোৱাৰ সময়তে ভাল খবৰো আহিব৷ সংগীৰ সৈতে সম্পৰ্ক উন্নত হ’ব৷ আধ্যাত্মিকতা পূৰ্বতকৈ বাঢ়িব৷ কাল্পনিক আনন্দ পাব৷ সকলো মিলি জাতক জাতিকাসকলৰ জীৱন সুন্দৰ হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?
জীৱনশৈলী

July 14, 2025
মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য
জীৱনশৈলী

মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

July 14, 2025
কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?
জীৱনশৈলী

কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

July 14, 2025
শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?
জীৱনশৈলী

শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

July 14, 2025
Next Post
প্ৰতি মাহে পাব ২০ হাজাৰতকৈয়ো বেছি ধন, জানি থওক প’ষ্ট অফিচৰ এই স্কিম কি?

ডুবাইগামী বিমান যাত্ৰীসকলৰ বাবে আহিল নতুন নিয়ম, নজনাকৈ বিমানত উঠিলেই বিপদ আপোনাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন