• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰধানমন্ত্ৰী ধন জন যোজনাৰ একাউণ্ট আছে নেকি? শীঘ্ৰেই পাব ১.৩ লাখ টকা…

প্ৰধানমন্ত্ৰী ধন জন যোজনাৰ একাউণ্ট আছে নেকি? শীঘ্ৰেই পাব ১.৩ লাখ টকা…

7 months ago
আপুনিও হওক সাৱধান! হানি ট্ৰেপিঙৰ বলি যুৱক! বিবাহিত নাৰীৰ ফান্দত পৰি যুৱকৰ নগুৰ-নাকতি!

আপুনিও হওক সাৱধান! হানি ট্ৰেপিঙৰ বলি যুৱক! বিবাহিত নাৰীৰ ফান্দত পৰি যুৱকৰ নগুৰ-নাকতি!

4 hours ago
‘হেল্ল’ মই ৰতন টাটাই কৈছো, আমি লগ কৰিব পাৰোনে?’ এটা ফোনে কাৰ ভাগ্যৰ চকৰী সলনি কৰিলে?

‘হেল্ল’ মই ৰতন টাটাই কৈছো, আমি লগ কৰিব পাৰোনে?’ এটা ফোনে কাৰ ভাগ্যৰ চকৰী সলনি কৰিলে?

5 hours ago
ভাৰতে চীনক দিব মোক্ষম আঘাত! ১২ হাজাৰ টকাৰ তলৰ মোবাইল হ’ব নিষিদ্ধ!

ভাৰতে চীনক দিব মোক্ষম আঘাত! ১২ হাজাৰ টকাৰ তলৰ মোবাইল হ’ব নিষিদ্ধ!

6 hours ago
অশান্ত হ’ব নেকি স্বাধীনতা দিৱস? আছাম ৰাইফলছৰ শিবিৰিত আফলা(স্বা), এনএছচিএনৰ ভয়ংকৰ আক্ৰমণ

অশান্ত হ’ব নেকি স্বাধীনতা দিৱস? আছাম ৰাইফলছৰ শিবিৰিত আফলা(স্বা), এনএছচিএনৰ ভয়ংকৰ আক্ৰমণ

7 hours ago
গীৰ্জাত কন্যা শিশুক যৌন নিৰ্যাতন! গ্ৰেপ্তাৰ হ’ল গীৰ্জাৰ যাজক

গীৰ্জাত কন্যা শিশুক যৌন নিৰ্যাতন! গ্ৰেপ্তাৰ হ’ল গীৰ্জাৰ যাজক

8 hours ago
বিহাৰত বিজেপি আৰু JDUৰ মধুচন্দ্ৰিকাৰ অন্ত! RJDৰে গঢ়িব আকৌ সম্পৰ্ক! চাওক লাইভ আপডেট

বিহাৰত বিজেপি আৰু JDUৰ মধুচন্দ্ৰিকাৰ অন্ত! RJDৰে গঢ়িব আকৌ সম্পৰ্ক! চাওক লাইভ আপডেট

9 hours ago
কি এই ‘জেহাদী লাভ’? প্ৰেমত পেলাই মুছলমান যুৱকক কেনেকৈ জেহাদী কৰে মহিলাই!

কি এই ‘জেহাদী লাভ’? প্ৰেমত পেলাই মুছলমান যুৱকক কেনেকৈ জেহাদী কৰে মহিলাই!

9 hours ago
প্ৰেমিকাক ড্ৰাগছৰ অ’ভাৰড’জ দি ধৰ্ষণ প্ৰেমিকৰ, জন্মদিন উদযাপন কৰি থাকোতে প্ৰেমিকাৰ মৃত্যু

প্ৰেমিকাক ড্ৰাগছৰ অ’ভাৰড’জ দি ধৰ্ষণ প্ৰেমিকৰ, জন্মদিন উদযাপন কৰি থাকোতে প্ৰেমিকাৰ মৃত্যু

10 hours ago
চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ৮ম দৰমহা আয়োগৰ সন্দৰ্ভত কি ক’লে কেন্দ্ৰই?

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ৮ম দৰমহা আয়োগৰ সন্দৰ্ভত কি ক’লে কেন্দ্ৰই?

1 day ago
‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  

‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  

1 day ago
ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু

ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু

1 day ago
এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ

এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ

1 day ago
  • About
  • Advertise
  • Careers
Tuesday, August 9, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্ৰধানমন্ত্ৰী ধন জন যোজনাৰ একাউণ্ট আছে নেকি? শীঘ্ৰেই পাব ১.৩ লাখ টকা…

editor by editor
January 3, 2022
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত
0
প্ৰধানমন্ত্ৰী ধন জন যোজনাৰ একাউণ্ট আছে নেকি? শীঘ্ৰেই পাব ১.৩ লাখ টকা…
0
SHARES
6.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ প্ৰধানমন্ত্ৰী ধন জন যোজনা৷ দেশৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে প্ৰধানমন্ত্ৰীৰ এক বৃহৎ বিত্তীয় আঁচনি৷ এই আঁচনিৰে উপকৃত হৈছে দেশৰ লক্ষাধিক নাগৰিক৷ কোভিডৰ নতুন সংস্কৰণ অমিক্ৰণে ইতিমধ্যে ভাৰততো ভুমুকি মাৰিছে৷ আক্ৰান্ত হৈছে বহুসংখ্যক লোক৷ এনে সময়তে প্ৰধানমন্ত্ৰী ধন জন যোজনাৰ একাউণ্ট থকাসকললৈ আহিছে এটা ভাল খবৰ৷ এইবাৰ এই একাউণ্ট থকাসকলে লাভ কৰিব লক্ষাধিক টকা৷

কিন্তু কেনেকৈ?

প্ৰধানমন্ত্ৰী ধন জন যোজনাৰ অধীনত এতিয়াৰেপৰা হিতাধিকাৰীয়ে লাভ কৰিব ১.৩ লাখকৈ টকা৷ এই আঁচনিৰ অধীনত শূন্য মূলধনত বীমা কৰিব পাৰে হিতাধিকাৰীয়ে৷ ১ লাখ টকা পৰ্যন্ত দুৰ্ঘটনা বীমা আৰু ৩০ হাজাৰ টকাৰ সাধাৰণ বীমাৰ সুবিধা আছে হিতাধিকাৰীসকলৰ বাবে৷ যিসকল লোকে এতিয়াও একাউণ্ট খোলা নাই তেওঁলোকে শীঘ্ৰেই একাউণ্ট খুলিব পাৰে৷ বেংক আৰু ডাকঘৰত একাউণ্ট খোলৰ সুবিধা আছে নাগৰিকৰ বাবে৷ ১০ বছৰ ঊৰ্ধৰ শিশু তথা প্ৰতিগৰাকী ভাৰতীয়ই একাউণ্ট খুলিব পাৰে জন ধনৰ অধীনত৷ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড বা পেন কাৰ্ড আদি যাৱতীয় তথ্য পাতিৰ জৰিয়তে একাউণ্ট খুলি আপুনিও গ্ৰহণ কৰিব পাৰে এই সুবিধা৷ মধ্যভোগীৰ হাত নথকাকৈ হিতাধিকাৰীয়ে পোনে পোনেই লাভ কৰে এই আঁচনিৰ ধনৰাশি৷

এই আঁচনিৰ সুবিধাসমূহ—

  • একাউণ্ট খোলাৰ ৬ মাহৰ পাছত অভাৰড্ৰাফ্টৰ সুবিধা
  • ২ লাখ পৰ্যন্ত দুৰ্ঘটনা বীমাৰ সুবিধা
  • ৩০ হাজাৰ টকালৈ  জীৱন বীমাৰ সুবিধা
  • একাউণ্টৰ লগতে ফ্ৰী মোবাইল বেংকিঙৰ সুবিধা
  • এই একাউণ্টৰ জৰিয়তে দেশৰ যিকোনো প্ৰান্তত ট্ৰান্সফাৰৰ সুবিধা

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24narendra-modipm jon dhan yojna
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপুনিও হওক সাৱধান! হানি ট্ৰেপিঙৰ বলি যুৱক! বিবাহিত নাৰীৰ ফান্দত পৰি যুৱকৰ নগুৰ-নাকতি!
ভাৰত

আপুনিও হওক সাৱধান! হানি ট্ৰেপিঙৰ বলি যুৱক! বিবাহিত নাৰীৰ ফান্দত পৰি যুৱকৰ নগুৰ-নাকতি!

August 9, 2022
ভাৰতে চীনক দিব মোক্ষম আঘাত! ১২ হাজাৰ টকাৰ তলৰ মোবাইল হ’ব নিষিদ্ধ!
ভাৰত

ভাৰতে চীনক দিব মোক্ষম আঘাত! ১২ হাজাৰ টকাৰ তলৰ মোবাইল হ’ব নিষিদ্ধ!

August 9, 2022
অশান্ত হ’ব নেকি স্বাধীনতা দিৱস? আছাম ৰাইফলছৰ শিবিৰিত আফলা(স্বা), এনএছচিএনৰ ভয়ংকৰ আক্ৰমণ
ভাৰত

অশান্ত হ’ব নেকি স্বাধীনতা দিৱস? আছাম ৰাইফলছৰ শিবিৰিত আফলা(স্বা), এনএছচিএনৰ ভয়ংকৰ আক্ৰমণ

August 9, 2022
গীৰ্জাত কন্যা শিশুক যৌন নিৰ্যাতন! গ্ৰেপ্তাৰ হ’ল গীৰ্জাৰ যাজক
ভাৰত

গীৰ্জাত কন্যা শিশুক যৌন নিৰ্যাতন! গ্ৰেপ্তাৰ হ’ল গীৰ্জাৰ যাজক

August 9, 2022
Next Post
সৰু পথাৰত গাঁওবুঢ়াক আক্ৰমণ! আক্ৰমণ কৰিয়েই পলায়ন…

সৰু পথাৰত গাঁওবুঢ়াক আক্ৰমণ! আক্ৰমণ কৰিয়েই পলায়ন…

yogi and modi

ভাৰতীয় নিৰ্বাচনৰ গৱেষণাগাৰ! উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত শেষ হাঁহি কাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.