• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৫ নম্বৰ কিস্তিৰ ধন মুকলি কৰিলে প্রধানমন্ত্ৰীয়ে! আপোনাৰ একাউণ্টত এতিয়াও PM কিষাণ যোজনাৰ ধন সোমোৱা নাই যদি কৰক এই কাম

১৫ নম্বৰ কিস্তিৰ ধন মুকলি কৰিলে প্রধানমন্ত্ৰীয়ে! আপোনাৰ একাউণ্টত এতিয়াও PM কিষাণ যোজনাৰ ধন সোমোৱা নাই যদি কৰক এই কাম

2 years ago
এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?

এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?

9 minutes ago
যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

36 minutes ago
নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

12 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

12 hours ago
১৩৮ দিন ৩ৰাশিৰ জীৱনত ভাগ্যোদয়ৰ সুযোগ, ৩ মাহৰ পাছত আৰম্ভ হ’ব শনি বক্ৰীৰ এফেক্ট

১৩৮ দিন ৩ৰাশিৰ জীৱনত ভাগ্যোদয়ৰ সুযোগ, ৩ মাহৰ পাছত আৰম্ভ হ’ব শনি বক্ৰীৰ এফেক্ট

13 hours ago
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?

13 hours ago
পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

14 hours ago
বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

14 hours ago
৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

15 hours ago
প্ৰতিকী ছবি

বিমানৰ উৰণৰ পাছতেই যাত্ৰীৰ মৃত্যু, ১৩ ঘণ্টা মৃ**তকক লৈ আকাশপথত যাত্ৰী, ভয়াৱহ অভিজ্ঞতা বৰ্ণনা কৰিছে যাত্ৰীয়ে, ক’ত এই ঘটনা?

16 hours ago
বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

16 hours ago
৫মাহ পাছত উদয় হ’ব মঙ্গল, সাহসেৰে গ্ৰহৰ শক্তি বাঢ়িলেই সাফল্যৰ মুখ দেখিব এই ৪ৰাশিয়ে

৫মাহ পাছত উদয় হ’ব মঙ্গল, সাহসেৰে গ্ৰহৰ শক্তি বাঢ়িলেই সাফল্যৰ মুখ দেখিব এই ৪ৰাশিয়ে

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৫ নম্বৰ কিস্তিৰ ধন মুকলি কৰিলে প্রধানমন্ত্ৰীয়ে! আপোনাৰ একাউণ্টত এতিয়াও PM কিষাণ যোজনাৰ ধন সোমোৱা নাই যদি কৰক এই কাম

editor by editor
November 15, 2023
in জীৱনশৈলী, ভাৰত, লেখা
0
১৫ নম্বৰ কিস্তিৰ ধন মুকলি কৰিলে প্রধানমন্ত্ৰীয়ে! আপোনাৰ একাউণ্টত এতিয়াও PM কিষাণ যোজনাৰ ধন সোমোৱা নাই যদি কৰক এই কাম
0
SHARES
428
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাইফোটাৰ দিনাই কৃষকৰ অপেক্ষাৰ অৱসান। বিগত বেছ কিছু মাহ ধৰি কৃষকে প্রধানমন্ত্ৰী কৃষক সন্মান নিধি যোজনাৰ ১৫তম কিস্তিৰ বাবে অপেক্ষা কৰিছিল তেওঁলোকৰ আশা পূৰ্ণ হ’ল। পি এম কিষাণ যোজনাৰ আওতাত ৪ কোটিৰো বেছি কৃষকৰ একাউণ্টত দিয়া হ’ল ২০০০কৈ টকা। যোজনাৰ ১৫ সংখ্যক কিস্তিৰ আওতাত প্ৰায় ১৪ কোটি টকা কৃষকৰ একাউণ্টত পঠোৱা হৈছে বুলি এক ৰিপৰ্টত প্ৰকাশ কৰা হৈছে। বুধবাৰে ঝাৰখণ্ডৰ খুন্তিত আয়োজিত এক অনুষ্ঠানত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিমোটৰ মাধ্যমেৰে বুটাম টিপি কৃষকৰ একাউণ্টত এই ধন ট্ৰেন্সফাৰ কৰা হৈছে। এই প্ৰকল্পৰ উদ্দেশ্য হৈছে কৃষকক আৰ্থিকভাৱে সহায় কৰা। কৃষি সামগ্ৰী আৰু অন্যান্য জৰুৰী প্ৰয়োজন পুৰণ কৰিবলৈ যাতে কৃষকৰ কোনো সমস্যা নহয় তাৰবাবেই এই ধন প্ৰদান কৰা হয়। যদি কোনো কৃষকে এই স্কিমৰ বিষয়ে আৰু তথ্য বিচাৰে তেন্তে pmkisan-ict@gov.in-ত মেইল কৰিব পাৰে। ইয়াৰোপৰি কৃষকে হেল্পলাইন নম্বৰ 155261, 1800115526, 011-23381092 নম্বৰতো যোগাযোগ কৰিব পাৰে।

PM কিষাণ যোজনাৰ স্কিমৰ বিষয়ে জানি থওক সবিশেষ

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ আওতাত চৰকাৰে দেশৰ সমস্ত কৃষক পৰিয়ালক আৰ্থিক সাহায্য আগবঢ়াইছে। এই প্ৰকল্পৰ আওতাত প্ৰতিটো কৃষক পৰিয়ালক বছৰি তিনিটা কিস্তিত ২০০০ টকাকৈ মুঠ ৬০০০ দিয়া হৈছে। কৃষকৰ আয় বৃদ্ধি কৰা, কৃষকৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি কৰা আৰু কৃষকৰ জীৱনযাত্ৰাৰ মান উন্নত কৰাৰ লক্ষ্যৰেই কেন্দ্ৰীয় চৰকাৰে কৃষকক এই ধন প্ৰদান কৰি আহিছে। প্ৰতি বছৰে দিয়া তিনিটা কিস্তিৰ মাজত প্ৰথম কিস্তি দিয়া হয় এপ্ৰিল মাহত, দ্বিতীয় কিস্তি দিয়া হয় জুলাই মাহত আৰু তৃতীয় কিস্তি নৱেম্বৰত দিয়া হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত এই যোজনা আৰম্ভ কৰিছিল।

PM কিষাণ যোজনাৰ ধন লাভ কৰিবলৈ কি কৰিব?

PM কিষাণ যোজনাৰ ধন লাভ কৰিবলৈ www.pmkisan.gov.in-ত গৈ নতুন ৰেজিষ্ট্ৰেছনৰ অপশ্ব্যনত ক্লিক কৰিব। ইয়াৰ পাছতেই নিজৰ পছন্দৰ ভাষা বাচি লওক। পাছৰ পৰ্যায়ত চহৰৰ কৃষকে আৰবান ফাৰ্মৰ অপশ্ব্যন বাচি ল’ব আৰু গ্ৰামীণ এলেকাৰ কৃষকে গ্ৰামীণ কৃষক অপশ্ব্যনত ক্লিক কৰিব। ইয়াৰপাছতেই আধাৰ নম্বৰ আৰু ফোন নম্বৰ তাত এড কৰিব। কৃষকে মাটিৰ নথিও পৰ্টেলত জমা দিব লাগিব। ইয়াৰপাছতেই কেপছা কোড দিব। তেতিয়াই আপোনাৰ ফোন নম্বৰলৈ OTP আহিব। সেই OTP ছাবমিট কৰিলেই আপোনাৰ ৰেজিষ্ট্ৰেছন সম্পূৰ্ণ হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?
জীৱনশৈলী

এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?

March 27, 2026
যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য
জীৱনশৈলী

যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

March 27, 2026
নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?
জীৱনশৈলী

নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

March 26, 2026
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?
জীৱনশৈলী

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

March 26, 2026
Next Post
চেঞ্চুৰীৰ হাফ চেঞ্চুৰী! শীৰ্ষত কোহলী, শচীনৰ সন্মুখতেই শচীনৰ ৰেকৰ্ড ভাঙি বিশ্বৰেকৰ্ড বিৰাটৰ

চেঞ্চুৰীৰ হাফ চেঞ্চুৰী! শীৰ্ষত কোহলী, শচীনৰ সন্মুখতেই শচীনৰ ৰেকৰ্ড ভাঙি বিশ্বৰেকৰ্ড বিৰাটৰ

ৱানখেড়েতেই মাষ্টাৰ ব্লাষ্টাৰৰ ৰেকৰ্ড ভংগ বিৰাটৰ! কোহলীৰ ৰেকৰ্ডৰ পাছতেই অনুষ্কাৰ ফ্লায়িং কিছে দৃষ্টি কাঢ়িছে কোটি কোটি ক্ৰিকেট অনুৰাগীৰ

ৱানখেড়েতেই মাষ্টাৰ ব্লাষ্টাৰৰ ৰেকৰ্ড ভংগ বিৰাটৰ! কোহলীৰ ৰেকৰ্ডৰ পাছতেই অনুষ্কাৰ ফ্লায়িং কিছে দৃষ্টি কাঢ়িছে কোটি কোটি ক্ৰিকেট অনুৰাগীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.