• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চেঞ্চুৰীৰ হাফ চেঞ্চুৰী! শীৰ্ষত কোহলী, শচীনৰ সন্মুখতেই শচীনৰ ৰেকৰ্ড ভাঙি বিশ্বৰেকৰ্ড বিৰাটৰ

চেঞ্চুৰীৰ হাফ চেঞ্চুৰী! শীৰ্ষত কোহলী, শচীনৰ সন্মুখতেই শচীনৰ ৰেকৰ্ড ভাঙি বিশ্বৰেকৰ্ড বিৰাটৰ

3 years ago
জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

37 seconds ago
যিকোনো মুহূৰ্তত বন্ধ হ’ব শ শ মাদ্ৰাছা, চৰকাৰৰ কঠোৰ নিৰ্দেশ

যিকোনো মুহূৰ্তত বন্ধ হ’ব শ শ মাদ্ৰাছা, চৰকাৰৰ কঠোৰ নিৰ্দেশ

60 minutes ago
শিৱামণি বৰা, দেৱাশীষ শৰ্মাৰ সম্পত্তি কিমান?

শিৱামণি বৰা, দেৱাশীষ শৰ্মাৰ সম্পত্তি কিমান?

1 hour ago
প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

1 hour ago
প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

2 hours ago
১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

3 hours ago
প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

3 hours ago
মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

5 hours ago
এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

5 hours ago
জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

6 hours ago
নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

7 hours ago
পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

চেঞ্চুৰীৰ হাফ চেঞ্চুৰী! শীৰ্ষত কোহলী, শচীনৰ সন্মুখতেই শচীনৰ ৰেকৰ্ড ভাঙি বিশ্বৰেকৰ্ড বিৰাটৰ

editor by editor
November 15, 2023
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
চেঞ্চুৰীৰ হাফ চেঞ্চুৰী! শীৰ্ষত কোহলী, শচীনৰ সন্মুখতেই শচীনৰ ৰেকৰ্ড ভাঙি বিশ্বৰেকৰ্ড বিৰাটৰ
0
SHARES
283
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আজি দেশবাসীয়ে কৈছে, কংগ্ৰেছুলেশ্ব্যন বিৰাট। ঠিকেই বিৰাটক কংগ্ৰেছুলেশ্ব্যন দিয়াৰেই কথা। এদিনীয়া ক্ৰিকেটত শতৰানৰ নতুন বিশ্ব ৰেকৰ্ড গঢ়িলে কোহলীয়ে। বিৰাটৰ এই ৰেকৰ্ডত থিয় হৈ অভিনন্দন জনালে শচীন তেণ্ডুলকাৰেও। যাৰ শিৰত এই খিতাপ ইমান দিনে উজ্বলি আছিল সেই খিতাপ আঁজুৰি আনিলে এইবাৰ বিৰাট কোহলীয়ে।
এদিনীয়া বিশ্বকাপত আটাইতকৈ বেছি শতৰাণৰ ৰেকৰ্ড গঢ়িলে এইবাৰ বিৰাট কোহলীয়ে। বুধবাৰে বিৰাটে শচীনৰ আটাইতকৈ বেছি অৰ্ধশতকৰ ৰেকৰ্ড ভাঙিবলৈ সক্ষম হ’ল কোহলীয়ে। তাৰপিছতেই শচীনৰ এদিনীয়া বিশ্বকাপত সৰ্বোচ্চ ৬৭৩ ৰানৰ বিশ্বৰেকৰ্ডো ভাঙিলে। এদিনীয়া ক্ৰিকেটত সকলোতকৈ বেছি শতৰানৰ ৰেকৰ্ডো ভাঙিলে কোহলীয়ে। সকলো মিলি বুধবাৰে শচীনৰ তিনিটাকৈ ৰেকৰ্ড ভাঙিবলৈ সক্ষম হ’ল কোহলীয়ে।

ইডেন গাৰ্ডেন্সতেই নিজৰ ৩৬ সংখ্যক জন্ম দিনত এদিনীয়া ক্ৰিকেটত ৪৯তন শতৰান কৰি শচীনৰ ৰেকৰ্ড স্পৰ্শ কৰিছে কোহলীয়ে। বুধবাৰে বিশ্বকাপৰ ছেমিফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে কৰিলে ৫০তম শতৰান। এদিনীয়া ক্ৰিকেটত তৈয়াৰ হ’ল নতুন বিশ্বৰেকৰ্ড। ৱাংখেড়েৰ ২২ গজত কোহলীৰ দায়িত্বশীল আগ্ৰাসী বেটিঙে দলক দিলে অন্য এক মাত্ৰা। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ইডেন গাৰ্ডেন্সত শচীনৰ মাইলফলক চোৱাৰ পাছৰে পৰাই কোহলীৰ ৫০ শতৰানৰ অপেক্ষাত আছিল ক্ৰিকেট বিশ্ব। সকলোৱে আশা কৰিছিল বিশ্বকাপৰ নতুন বিশ্বৰেকৰ্ড আহিব বিৰাটৰ বেটতেই। ভাৰতৰ প্ৰাক্তন অধিনায়কে কিন্তু ক্ৰিকেট অনুৰাগীক কোনোদিনেই হতাশ কৰা নাই। এইবাৰো ৯২ ৰান কৰাৰ পাছতেই এক আশাই সকলোৰে মনত পোখা মেলিছিল। হঠাতেই কোহলীৰ ভৰি টানি ধৰাৰ বাবে খেল কিছু সময়ৰ বাবে বন্ধও কৰা হৈছিল যদিও পাছলৈ কোহলি আকৌ থিয় হৈ বেট তুলি লয়। ফিজিঅ’ৰ চিকিৎসা গৈ আকৌ বেটিং আৰম্ভ কৰে।

বিশ্বৰ প্ৰথম ক্ৰিকেটাৰ হিচাপে এদিনীয়া ক্ৰিকেটত ৫০ টা শতৰানৰ মাইলফলক স্পৰ্শ কৰে কোহলীয়ে। তাৰপূৰ্বে ৮০ ৰান কৰাৰ লগে লগেই এদিনীয়া বিশ্বকাপত শচীনৰ সকলোতকৈ বেছি ৰান কৰাৰ ৰেকৰ্ডো ভাঙিছিল কোহলীয়ে। ২০০৩ চনৰ বিশ্বকাপত শচীনে কৰিছিল সৰ্বমুঠ ৬৭৩ ৰান। এই দিনটোতেই বিশ্বৰ ষষ্ঠ ক্ৰিকেটাৰ হিচাপে এদিনীয়া বিশ্বকাপত ৭১১ ৰানৰ মাইলফলক স্পৰ্শ কৰিছে বিৰাটে। শচীন, মেথু হেডেন, ডেভিড ৱাৰ্নাৰ, ৰোহিত শৰ্মা আৰু শাকিব আল হাছানেও এই ৰেকৰ্ড গঢ়ি থৈছে।

এই বাৰৰ বিশ্বকাপত অষ্টম বাৰ ৫০ ৰানৰ গণ্ডি পাৰ কৰিলে কোহলীয়ে। তাৰ মাজতেই দুটা ইনিংছত শতৰানো কৰিছে। বাকীসমূহৰ মাজত প্ৰায় তিনি বাৰ শতৰানৰ কাষত আহিও থমকি গৈছিল। বিশ্বকাপত ভাৰতে প্ৰথম মেচ খেলিছিল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। সেই মেচত কোহলীয়ে কৰিছিল ৮৫ ৰান। তাৰপিছতেই আফগানিস্তানৰ বিৰুদ্ধে অপৰাজিত ৫৫ৰান। পুনেত বাংলাদেশৰ বিৰুদ্ধে ১০৩ ৰান কৰি অপৰাজিত থাকে। তাৰপিছতেই নিউজিলেণ্ডৰ বিৰুদ্ধে ৯৫ৰান কৰে। শ্ৰীলংকাৰ বিৰুদ্ধে ৱানখেড়েতেই ৮৮ ৰান কৰে। তাৰপিছতেই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ইডেনত অপৰাজিত ১০১ ৰান কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?
বিশ্ব

জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

September 17, 2026
যিকোনো মুহূৰ্তত বন্ধ হ’ব শ শ মাদ্ৰাছা, চৰকাৰৰ কঠোৰ নিৰ্দেশ
ভাৰত

যিকোনো মুহূৰ্তত বন্ধ হ’ব শ শ মাদ্ৰাছা, চৰকাৰৰ কঠোৰ নিৰ্দেশ

September 17, 2026
প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত
ৰাজনীতি

প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

September 17, 2026
১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়
বিনোদন

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

September 17, 2026
Next Post
ৱানখেড়েতেই মাষ্টাৰ ব্লাষ্টাৰৰ ৰেকৰ্ড ভংগ বিৰাটৰ! কোহলীৰ ৰেকৰ্ডৰ পাছতেই অনুষ্কাৰ ফ্লায়িং কিছে দৃষ্টি কাঢ়িছে কোটি কোটি ক্ৰিকেট অনুৰাগীৰ

ৱানখেড়েতেই মাষ্টাৰ ব্লাষ্টাৰৰ ৰেকৰ্ড ভংগ বিৰাটৰ! কোহলীৰ ৰেকৰ্ডৰ পাছতেই অনুষ্কাৰ ফ্লায়িং কিছে দৃষ্টি কাঢ়িছে কোটি কোটি ক্ৰিকেট অনুৰাগীৰ

এয়াই সঠিক সময় ভাৱি মই সকলো পদৰ পৰা পদত্যাগ কৰিছো! বিশ্বকাপত বেয়া পাৰ্ফৰমেন্সৰ পাছতেই অধিনায়ক পদ ত্যাগ বাবৰ আজমৰ

এয়াই সঠিক সময় ভাৱি মই সকলো পদৰ পৰা পদত্যাগ কৰিছো! বিশ্বকাপত বেয়া পাৰ্ফৰমেন্সৰ পাছতেই অধিনায়ক পদ ত্যাগ বাবৰ আজমৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.