• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ৰাজনীতিত পৰিবাৰবাদ নচলিব’- বিহাৰৰ নেতাক কঠোৰ বাৰ্তা প্ৰধানমন্ত্ৰীৰ

‘ৰাজনীতিত পৰিবাৰবাদ নচলিব’- বিহাৰৰ নেতাক কঠোৰ বাৰ্তা প্ৰধানমন্ত্ৰীৰ

1 year ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

2 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

3 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

4 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

5 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

5 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

5 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

6 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

7 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

7 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

8 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

9 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

‘ৰাজনীতিত পৰিবাৰবাদ নচলিব’- বিহাৰৰ নেতাক কঠোৰ বাৰ্তা প্ৰধানমন্ত্ৰীৰ

editor by editor
May 30, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
‘ৰাজনীতিত পৰিবাৰবাদ নচলিব’- বিহাৰৰ নেতাক কঠোৰ বাৰ্তা প্ৰধানমন্ত্ৰীৰ
0
SHARES
462
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘ৰাজনীতিত পৰিবাৰবাদ নচলিব’- বিহাৰৰ নেতাক কঠোৰ বাৰ্তা প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী মোডী বৰ্তমান বিহাৰ ভ্ৰমণত। এইবাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব বিহাৰত, যাৰ বাবে আৰম্ভ হৈছে দল সমূহৰ কুজকাৱাজ। এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় জনতা পাৰ্টিৰ নেতাসকলক স্পষ্ট আৰু কঠোৰ বাৰ্তা দিছে।

প্ৰধানমন্ত্ৰীয়ে বিজেপি নেতাসকলক কয় যে, ৰাজনীতিত পৰিবাৰবাদ তথা নেপোটিজম নচলিব। বিহাৰ বিধানসভা নিৰ্বাচন আৰু সংগঠন সন্দৰ্ভত বিজেপি নেতাসকলক পৰামৰ্শ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কেৱল পুত্ৰ-কন্যাৰ ওপৰত গুৰুত্ব নিদিব। শ্ৰমিকজনকো আগুৱাই লৈ যাওক। ৰাজনীতিত নেপটিজিমৰ অন্ত পেলাওক। লগতে কয় যে, যেতিয়ালৈকে বুথ শক্তিশালী নহয় তেতিয়ালৈকে তেওঁলোকে নিৰ্বাচনত জয়ী হ’ব নোৱাৰিব।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি বিজেপিয়ে চাৰিটা প্ৰজন্মৰ পিছত ইয়াত উপস্থিত হৈছে। ই বিশ্বৰ সৰ্ববৃহৎ দলত পৰিণত হৈছে। আমাৰ পূৰ্বপুৰুষৰ ত্যাগ স্মৰণ কৰক। আজি আমি আমাৰ পূৰ্বপুৰুষৰ ত্যাগৰ অন্তত ইয়াত উপস্থিত হ’বলৈ সক্ষম হৈছো।

দলৰ আটাইতকৈ ডাঙৰ সম্পদ হ’ল ধৈৰ্য্য। ধৈৰ্য্য ধৰিলে সন্মান পাব। নিৰ্বাচন আহিলে আন এটা দললৈ যায় আৰু তাৰ পিছত নিজৰ দললৈ উভতি যায়। যাৰ বাবে নেতাজনৰ গুৰুত্বও কমি যায়।

বিহাৰত বিজেপিৰ টিকট লাভ কৰিব বিচৰা নেতাসকলৰ বাবেও চৰ্ত নিৰ্ধাৰণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয় যে নেতাসকল ছ’চিয়েল মিডিয়াত সক্ৰিয় হ’ব লাগিব। যিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে তেওঁৰ ছ’চিয়েল মিডিয়াত কমেও ৫০ হাজাৰ ফ’ল’ৱাৰ থাকিব লাগিব। যিয়ে চৰকাৰৰ ইতিবাচক কামৰ বিষয়ে তৃণমূল পৰ্যায়ৰ মানুহক জনাব লাগিব আৰু মানুহক সজাগ কৰিব লাগিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: biharIndian Politicsnarendra-modiNepotismPM Modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!
জীৱনশৈলী

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

October 13, 2026
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু
ভাৰত

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

October 13, 2026
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!
ৰাজনীতি

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

October 13, 2026
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?
প্ৰযুক্তি

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

October 13, 2026
Next Post
কিমান টকাৰ বিনিময়ত পাকৰ হাতত ভাৰতৰ তথ্য দিছিল ভাৰতীয় সেনা মতিৰামে?

কিমান টকাৰ বিনিময়ত পাকৰ হাতত ভাৰতৰ তথ্য দিছিল ভাৰতীয় সেনা মতিৰামে?

ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ হৈ নিহত ৫ , ৩৫ সংকটজনক

ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ হৈ নিহত ৫ , ৩৫ সংকটজনক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.