• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ হৈ নিহত ৫ , ৩৫ সংকটজনক

ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ হৈ নিহত ৫ , ৩৫ সংকটজনক

1 year ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

15 minutes ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

41 minutes ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

1 hour ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

2 hours ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

3 hours ago
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

4 hours ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

4 hours ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

5 hours ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

6 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

7 hours ago
দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

7 hours ago
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ হৈ নিহত ৫ , ৩৫ সংকটজনক

editor by editor
May 30, 2025
in বিশ্ব, ভাৰত
0
ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ হৈ নিহত ৫ , ৩৫ সংকটজনক
0
SHARES
250
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ হৈ নিহত ৫ , ৩৫ সংকটজনক

পাঞ্জাৱৰ চণ্ডীগড়ত থকা এটা ফটকা কাৰখানাত বৃহস্পতিবাৰে গভীৰ নিশা সংঘটিত হয় এক বৃহৎ বিস্ফোৰণ। যাৰ ফলত ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই পাঁচজন লোকে। আনহাতে প্ৰায় ৩৫ জন শ্ৰমিক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে।

আহতসকলক ভাটিণ্ডা এইমছলৈ প্ৰেৰণ কৰা হৈছে। কোৱা হৈছে যে এই বিস্ফোৰণত কাৰখানাটোৰ দুটা মহলা এক মুহূৰ্তৰ ভিতৰতে ধ্বংসাৱশেষলৈ পৰিণত হয়। নিশা প্ৰায় ১২:৩০ মান বজাত কাৰখানাটোৰ ফটকা নিৰ্মাণ ইউনিটত সংঘটিত হয় এই দুৰ্ঘটনা।

জানিব পৰা মতে, কাৰখানাটোত ফটকা নিৰ্মাণৰ কাম উত্তৰ প্ৰদেশৰ হাথৰাছ নিবাসী ঠিকাদাৰ ৰাজ কুমাৰৰ অধীনত আছিল। ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছে ঠিকাদাৰজন।

কাৰখানাটোৰ পেকিং ইউনিটত কাম কৰা প্ৰব্ৰজিত শ্ৰমিকৰ মতে, তাত প্ৰায় ৪০ জন কৰ্মচাৰীয়ে দুটা শ্বিফটত কাম কৰিছিল, ইয়াৰে কিছুমানে পৰিয়ালৰ সৈতে বাস কৰিছিল। জানিব পৰা মতে, অধিকাংশ কৰ্মচাৰী উত্তৰ প্ৰদেশ আৰু বিহাৰৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Crackers Factory BlastFire Blast
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’
জীৱনশৈলী

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

October 14, 2026
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!
বিশ্ব

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

October 14, 2026
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’
বিনোদন

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

October 14, 2026
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!
জীৱনশৈলী

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

October 14, 2026
Next Post
এটা কুকুৰ হৈ পৰিল অফিচৰ বছ, পদৰ নাম CHO, ছ’চিয়েল মিডিয়াত আলোড়ন

এটা কুকুৰ হৈ পৰিল অফিচৰ বছ, পদৰ নাম CHO, ছ’চিয়েল মিডিয়াত আলোড়ন

উৰিষ্যাৰ বিখ্যাত মন্দিৰত প্ৰসাদ ভগাই থকা অৱস্থাত বিৰাট কোহলী নেকি ! ভাইৰেল ভিডিঅ’

উৰিষ্যাৰ বিখ্যাত মন্দিৰত প্ৰসাদ ভগাই থকা অৱস্থাত বিৰাট কোহলী নেকি ! ভাইৰেল ভিডিঅ'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.