• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উৰিষ্যাৰ বিখ্যাত মন্দিৰত প্ৰসাদ ভগাই থকা অৱস্থাত বিৰাট কোহলী নেকি ! ভাইৰেল ভিডিঅ’

উৰিষ্যাৰ বিখ্যাত মন্দিৰত প্ৰসাদ ভগাই থকা অৱস্থাত বিৰাট কোহলী নেকি ! ভাইৰেল ভিডিঅ’

1 year ago
চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

20 minutes ago
নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

56 minutes ago
১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

2 hours ago
ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

3 hours ago
২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

3 hours ago
ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

4 hours ago
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

4 hours ago
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

5 hours ago
সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

5 hours ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

7 hours ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

7 hours ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

উৰিষ্যাৰ বিখ্যাত মন্দিৰত প্ৰসাদ ভগাই থকা অৱস্থাত বিৰাট কোহলী নেকি ! ভাইৰেল ভিডিঅ’

editor by editor
May 30, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
উৰিষ্যাৰ বিখ্যাত মন্দিৰত প্ৰসাদ ভগাই থকা অৱস্থাত বিৰাট কোহলী নেকি ! ভাইৰেল ভিডিঅ’
0
SHARES
212
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উৰিষ্যাৰ বিখ্যাত মন্দিৰত প্ৰসাদ ভগাই থকা অৱস্থাত বিৰাট কোহলী নেকি ! ভাইৰেল ভিডিঅ’

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ’ , যি ভিডিঅ’ত দেখা গৈছে বিৰাটৰ দৰে এক চেহেৰা। যিয়ে এটা মন্দিৰত প্ৰসাদ ভগাই থকা অৱস্থাত দেখা গৈছে।

উৰিষ্যাৰ বিখ্যাত মন্দিৰ অনন্ত বাসুদেৱ মন্দিৰত মন্দিৰৰ প্ৰসাদ তথা ভোগ বিলাই থকা দেখা গৈছে এগৰাকী লোকক। যি গৰাকী লোক দেখাত সাইলাখ ভাৰতীয় ক্ৰিকেট দলৰ ষ্টাৰ ক্ৰিকেটাৰ বিৰাট কোহলীৰ দৰে।

টুইটাৰ হেণ্ডেল এক্সত সুনীল দা ক্ৰিকেটাৰ নামৰ এটা একাউণ্টত পোষ্ট কৰা হৈছিল এই ভিডিঅ’। যি ভিডিঅ’ লাখৰো অধকি লোকে চাইছে।

এই ভিডিঅ’টো প্ৰথমে ফুড ব্লোগাৰ প্ৰথম আৰোৰাই তেখেতৰ ইউটিউব চেনেলত শ্বেয়াৰ কৰিছিল। ভিডিঅটোটোত বিৰাটৰ দৰে দেখা এগৰাকী মন্দিৰ পৰিচালনাৰ লোকে মন্দিৰৰ ভোগ বিতৰণ কৰি আছে।

লোক গৰাকীৰ পিন্ধনত আছে ধুতি। মন্দিৰৰ ভোগ- ভাত, দাইল, তৰকাৰী আৰু পায়স বিতৰণ কৰিছে ।

ভিডিঅ’ দেখি বহু লোকেই কৈছে- UKৰ পৰা ভাৰতলৈ আহি বিৰাটে প্ৰসাদ বিলাবলৈ ধৰিছে। কোনোৱে কৈছে- এয়া বিৰাটৰ যমজ ভাতৃ।

https://youtu.be/9ILI9QAvvGs

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Social Media Viralviralviral videovirat kohli
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ
নিয়োগ

চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

September 16, 2026
নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?
অসম

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

September 16, 2026
১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক
জীৱনশৈলী

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

September 16, 2026
ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!
অসম

ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

September 16, 2026
Next Post
কাইলৈ ডাঙৰ সমস্যাৰ সন্মুখিন হোৱাৰ সম্ভৱনা ৪ ৰাশি, সাৱধানে থকা প্ৰয়োজন

কাইলৈ ডাঙৰ সমস্যাৰ সন্মুখিন হোৱাৰ সম্ভৱনা ৪ ৰাশি, সাৱধানে থকা প্ৰয়োজন

৮জুনৰ পৰা ঘূৰিব ভাগ্যৰ চকা, সূৰ্যৰ নক্ষত্ৰ সলনিত সোণৰ দৰে চমকিব ৩ ৰাশিৰ জীৱন

৮জুনৰ পৰা ঘূৰিব ভাগ্যৰ চকা, সূৰ্যৰ নক্ষত্ৰ সলনিত সোণৰ দৰে চমকিব ৩ ৰাশিৰ জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.