• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেন্দ্ৰীয় মন্ত্ৰী তেলীৰ ভাষণৰ মাজতে চলিল প’ৰ্ণ ক্লীপ! কোনে সংঘটিত কৰিলে এই কাণ্ড?

কেন্দ্ৰীয় মন্ত্ৰী তেলীৰ ভাষণৰ মাজতে চলিল প’ৰ্ণ ক্লীপ! কোনে সংঘটিত কৰিলে এই কাণ্ড?

4 years ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

5 minutes ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

29 minutes ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

1 hour ago
বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

1 hour ago
কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

2 hours ago
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

4 hours ago
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

6 hours ago
স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

6 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

7 hours ago
LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

7 hours ago
বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

8 hours ago
কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কেন্দ্ৰীয় মন্ত্ৰী তেলীৰ ভাষণৰ মাজতে চলিল প’ৰ্ণ ক্লীপ! কোনে সংঘটিত কৰিলে এই কাণ্ড?

editor by editor
May 4, 2022
in অপৰাধ, অসম, ভাৰত
0
কেন্দ্ৰীয় মন্ত্ৰী তেলীৰ ভাষণৰ মাজতে চলিল প’ৰ্ণ ক্লীপ! কোনে সংঘটিত কৰিলে এই কাণ্ড?
0
SHARES
153
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ এক অনুষ্ঠান Zoom মিটিঙৰ আইডিৰে সামাজিক মাধ্যমত সম্প্ৰচাৰ কৰাৰ সময়ত তেওঁৰ পিছফালৰ স্ক্ৰীণত প’ৰ্ণগ্ৰাফী ম’ভীৰ ক্লীপ প্ৰদৰ্শন হোৱা কাণ্ডক গুৰুত্বসহকাৰে লৈছে তিনিচুকীয়া আৰক্ষীয়ে৷

ইতিমধ্যে আৰক্ষীয়ে অনুষ্ঠানটোৰ প্ৰজেক্টৰ অ’পাৰেটৰগৰাকীক আটক কৰি সমগ্ৰ ঘটনাটোৰ অনুসন্ধান আৰম্ভ কৰিছে৷

উল্লেখ্য যে অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, নীতি আয়োগৰ সদস্য ডঃ ভি কে ছাৰাছৱট, ভাৰতীয় তেল নিগমৰ অধ্যক্ষ এছ এম বৈদ্য, আছাম পেট্ৰ’কেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা উপস্থিত থকা উক্ত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ইণ্ডিয়ান অইল, তিনিচুকীয়াৰ এম ১৫ পেট্ৰ’ল ৰোলআউট পাইলট প্ৰজেক্ট উদ্বোধন কৰিছিল৷

লগতে পঢ়ক ‘সংকটত ভাৰতৰ মুছলমান সমাজ’, ঈদৰ দিনাই বিধায়ক অখিল গগৈৰ মন্তব্য

উক্ত অনুষ্ঠানটো অইল ইণ্ডিয়াই Zoom মিটিঙৰ আইডিৰে প্ৰতিষ্ঠানটোৰ অফিচিয়েল টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰি সামাজিক মাধ্যমত লাইভ-ষ্ট্ৰীমডত সামাজিক মাধ্যমত লাইভ সম্প্ৰচাৰ কৰিছিল৷

অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰদান কৰি থাকোতে প্ৰজেক্টৰ স্ক্ৰীণত হঠাতে প’ৰ্ণগ্ৰাফীৰ ম’ভী চলিবলৈ আৰম্ভ কৰে৷ কিছু ছেকেণ্ডৰ বাবে প্ৰদৰ্শন হোৱা পিছতে উক্ত ক্লীপটো আঁতৰাই দিয়া হয় যদিও বহু লোকে স্মাৰ্ট ফোনৰ জৰিয়তে সেয়া প্ৰত্যক্ষ কৰে৷

লগতে পঢ়ক প্ৰাক্তন প্ৰেমিকৰ সৈতে পত্নীৰ যৌনালাপ! ইয়াৰ পিছত কি কৰিলে স্বামীয়ে?

এই দুৰ্ভাগ্যজনক ঘটনাটোৰ পিছতে তিনিচুকীয়া আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত অনুষ্ঠানটোৰ প্ৰজেক্টৰ অ’পাৰেটৰগৰাকীক আটক কৰিছে৷

ইফালে ঘটনাটোৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ ‘‘মই উক্ত ক্লীপটো দেখা নাছিলো৷ কিন্তু মোৰ ব্যক্তিগত সহায়কজনে কথাটো মোক অৱগত কৰিছিল৷  সমগ্ৰ ঘটনাটোত জড়িত থকাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি শাস্তি প্ৰদান কৰিবলৈ মই নিৰ্দেশ দিছো৷’’ কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে কয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamIOCUnion Minister Rameswar Teli
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

April 6, 2026
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে
জীৱনশৈলী

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

April 6, 2026
বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট
জীৱনশৈলী

বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

April 6, 2026
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ
ভাৰত

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

April 6, 2026
Next Post
বয়স মাত্ৰ ১৬ বছৰ! ইণ্টাৰনেট চাঞ্চল্য-অভিনেত্ৰী কাইলিয়া প’ছীৰ কৰুণ মৃত্যু!

বয়স মাত্ৰ ১৬ বছৰ! ইণ্টাৰনেট চাঞ্চল্য-অভিনেত্ৰী কাইলিয়া প’ছীৰ কৰুণ মৃত্যু!

Twitter ব্যৱহাৰ কৰিবলৈ ভৰিব লাগিব ধন! কিহৰ ইংগিত দিলে এলন মাস্ক-এ

Twitter ব্যৱহাৰ কৰিবলৈ ভৰিব লাগিব ধন! কিহৰ ইংগিত দিলে এলন মাস্ক-এ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.