• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১১মাৰ্চত বিয়াৰ দিন ঠিক হৈছিল, ঘৰ বনাবলৈ ককায়েকক দিছিল টকাঃ  জম্মু-কাশ্মীৰত শ্বহীদ গৌতম কুমাৰ…

১১মাৰ্চত বিয়াৰ দিন ঠিক হৈছিল, ঘৰ বনাবলৈ ককায়েকক দিছিল টকাঃ জম্মু-কাশ্মীৰত শ্বহীদ গৌতম কুমাৰ…

2 years ago
মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

20 minutes ago
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

37 minutes ago
বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

1 hour ago
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

2 hours ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

3 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

4 hours ago
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

4 hours ago
অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

5 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

5 hours ago
আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

5 hours ago
বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

7 hours ago
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

১১মাৰ্চত বিয়াৰ দিন ঠিক হৈছিল, ঘৰ বনাবলৈ ককায়েকক দিছিল টকাঃ জম্মু-কাশ্মীৰত শ্বহীদ গৌতম কুমাৰ…

৫গৰাকী সেনা জোৱানৰ ভিতৰত শ্বহীদ হোৱা এগৰাকী সেনা জোৱান আছিল গৌতম কুমাৰ

editor by editor
December 23, 2023
in ভাৰত
0
১১মাৰ্চত বিয়াৰ দিন ঠিক হৈছিল, ঘৰ বনাবলৈ ককায়েকক দিছিল টকাঃ  জম্মু-কাশ্মীৰত শ্বহীদ গৌতম কুমাৰ…
0
SHARES
10.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ  সন্ত্ৰাসবাদীৰ আক্ৰমণত জম্মু-কাশ্মীৰত শ্বহীদ হৈছিল দেশৰ ৫গৰাকী বীৰ সেনা জোৱান। সন্ত্ৰাসবাদী বিৰোধী এই অভিযানত ভাৰতীয় সেনাৰ হাততো এতিয়ালৈকে ৪টা সন্ত্ৰাসবাদীৰ প্ৰাণ গৈছে। শ্বহীদ বীৰ জোৱানসকলৰ নশ্বৰ দেহ ইতিমধ্যে সম্পূৰ্ণ মৰ্যদাৰে চমজাই দিয়া হৈছে পৰিয়ালৰ লোকক।

৫গৰাকী সেনা জোৱানৰ ভিতৰত শ্বহীদ হোৱা এগৰাকী সেনা জোৱান আছিল গৌতম কুমাৰ। কৌটদ্বাৰৰ শিৱপুৰত ঘৰ আছিল গৌতম কুমাৰৰ। মাতৃ আৰু জ্যেষ্ঠ ভাতৃৰ সৈতে গৌতম কুমাৰৰ আছিল এটি সুখী পৰিয়াল। জ্যেষ্ঠ ভাতৃয়ে জনোৱা অনুসৰি ২০২৪ৰ মাৰ্চ মাহত প্ৰেয়সীৰ সৈতে বিয়াত বহাৰ কথা আছিল গৌতম কুমাৰৰ। কিন্তু সেই শুভ ক্ষণ নৌ আহোতেই থান-বান হৈ গল সকলো সপোন।

প্ৰাপ্ত খবৰ অনুসৰি, গৌতম কুমাৰ এগৰাকী যুৱতীৰ সৈতে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কত আছিল। শেহতীয়াকৈ এই সম্পৰ্কৰ কথা ৰাজহুৱা কৰি ঘৰতো কথাতো জনাইছিল। ঘৰৰ লোকে ২০২৪ৰ মাৰ্চ মাহত দুয়োৰে বিয়াৰ কথা চিন্তা কৰিছিল। দুয়োখন ঘৰৰ মাজত কথাও হৈছিল আৰু ২৪ৰ মাৰ্চত দীঘলীয়া ছুটী লৈ বিয়া কৰোৱাৰ কথা আছিল গৌতম কুমাৰৰ।

শ্বহীদ গৌতম কুমাৰৰ জ্যেষ্ঠ ভাতৃ ৰাহুল কুমাৰে সদৰি কৰা অনুসৰি, যোৱা সপ্তাহৰ শনিবাৰে সকলো কথা পাতি চাকৰিলৈ উভতিছিল গৌতম কুমাৰ। ১১মাৰ্চত বিয়াৰ দিন ঠিক হৈছিল। ঘৰৰ অন্যান্য কাম বিয়াৰ বাবে কৰিবলৈ জ্যেষ্ঠ ভাতৃ ধনো দি গৈছিল গৌতম কুমাৰে।

২০১৪চনত সেনাত ভৰ্তি হৈছিল গৌতম কুমাৰ। দুটা বছৰৰ পূৰ্বে গৌতম কুমাৰৰ পিতৃয়েও ইহসংসাৰ ত্যাগ কৰিছে। এনে পৰিস্থিতিৰ মাজতেই সৰু পুত্ৰক হেৰুৱাই এতিয়া ভাগি পৰিছে গৌতম কুমাৰ মাতৃ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য
জীৱনশৈলী

বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

March 30, 2026
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?
জীৱনশৈলী

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

March 29, 2026
নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ
জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

March 29, 2026
Next Post
ছোৱালীয়ে মদ খোৱা মই নিজেই দেখিছো…

ছোৱালীয়ে মদ খোৱা মই নিজেই দেখিছো...

শত্ৰুৰ ৰাশিলৈ আহি আছে মঙ্গল, মঙ্গলৰ শত্ৰু ৰাশিত প্ৰৱেশে সফলতা কঢ়িয়াই আনিব ৩ ৰাশিৰ জাতকৰ জীৱনলৈ

শত্ৰুৰ ৰাশিলৈ আহি আছে মঙ্গল, মঙ্গলৰ শত্ৰু ৰাশিত প্ৰৱেশে সফলতা কঢ়িয়াই আনিব ৩ ৰাশিৰ জাতকৰ জীৱনলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.