• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুগুণে বৃদ্ধি পাব গাহৰি মাংসৰ দাম, ১ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী

দুগুণে বৃদ্ধি পাব গাহৰি মাংসৰ দাম, ১ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী

1 year ago
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

37 minutes ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

1 hour ago
মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

1 hour ago
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

2 hours ago
মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

2 hours ago
সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

2 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

3 hours ago
ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

3 hours ago
শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

4 hours ago
সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

4 hours ago
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

5 hours ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

দুগুণে বৃদ্ধি পাব গাহৰি মাংসৰ দাম, ১ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী

editor by editor
January 7, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
দুগুণে বৃদ্ধি পাব গাহৰি মাংসৰ দাম, ১ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী
0
SHARES
484
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুগুণে বৃদ্ধি পাব গাহৰি মাংসৰ দাম, ১ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী

গাহৰীপ্ৰেমীৰ বাবে বেয়া খবৰ, মাঘ বিহুৰ পাছৰে পৰা বৃদ্ধি পাব গাহৰি মাংসৰ মূল্য। ভোগালী বিহুৰ পূৰ্বে ৰাজ্যবাসীলৈ দুখবৰ। ৰাজ্যত বৃদ্ধি পাব গাহৰি মাংসৰ দাম।

১ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাহৰি মাংসৰ দাম। এতিয়াৰে পৰা সুলভ নহ’ব গাহৰি মাংস।

জানিব পৰা মতে, ১কেজি গাহৰিৰ দাম হ’বগৈ ৮০০টকা। আধাকেজি গাহৰিৰ দাম হ’ব ৪০০টকা।

প্ৰতিটো গাহৰি কটাৰ বাবদ দিব লাগিব ১২০০টকা।

মহানগৰী গুৱাহাটীত গাহৰি মাংস খাবলৈ এতিয়াৰে পৰা ১০বাৰ চিন্তা কৰিব লাগিব।

১ফেব্ৰুৱাৰীৰ পৰা পাঞ্জাবাৰীৰ পশুধন চৌহদৰ PORK LOTAS HOUSEত কাটিব লাগিব গাহৰি। গুৱাহাটীত বিক্ৰী হোৱা মাংস কাটিব লাগিব এই নিৰ্দিষ্ট স্থানত।

পৌৰ নিগমৰে হোৱা বৈঠকত সিদ্ধান্ত সদৌ গুৱাহাটী পায়কাৰী আৰু খুচুৰা গাহৰি মাংস ব্যৱসায়ী সন্থাৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamguwahatiPork Meat
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?
অসম

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

March 31, 2026
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
অসম

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

March 31, 2026
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?
অসম

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

March 29, 2026
Next Post
বিচ্ছেদৰ খবৰৰ মাজতে মনৰ কথা প্ৰকাশ চহলৰ, ইনষ্টাগ্ৰাম পোষ্টে দিছে কিহৰ ইংগিত

বিচ্ছেদৰ খবৰৰ মাজতে মনৰ কথা প্ৰকাশ চহলৰ, ইনষ্টাগ্ৰাম পোষ্টে দিছে কিহৰ ইংগিত

১৮২ দিনলৈ অস্ত গৈ থাকিব মংগল গ্ৰহ, ৩ ৰাশিয়ে সকোলতে পাব বাম্পাৰ লাভ

১৮২ দিনলৈ অস্ত গৈ থাকিব মংগল গ্ৰহ, ৩ ৰাশিয়ে সকোলতে পাব বাম্পাৰ লাভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.