• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিচ্ছেদৰ খবৰৰ মাজতে মনৰ কথা প্ৰকাশ চহলৰ, ইনষ্টাগ্ৰাম পোষ্টে দিছে কিহৰ ইংগিত

বিচ্ছেদৰ খবৰৰ মাজতে মনৰ কথা প্ৰকাশ চহলৰ, ইনষ্টাগ্ৰাম পোষ্টে দিছে কিহৰ ইংগিত

2 years ago
কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!

কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!

28 minutes ago
চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

2 hours ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

সোণ-ৰূপে দেখুৱাইছে যাদু! এইটোৱেই গহনা ক্ৰয়ৰ সঠিক সময় নেকি?

3 hours ago
গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

4 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি গুৰু পূৰ্ণিমা, ৪ ৰাশিৰ জীৱনত আহিব ডাঙৰ পৰিৱৰ্তন!

5 hours ago
অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

14 hours ago
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

14 hours ago
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

15 hours ago
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

15 hours ago
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

16 hours ago
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

16 hours ago
শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিচ্ছেদৰ খবৰৰ মাজতে মনৰ কথা প্ৰকাশ চহলৰ, ইনষ্টাগ্ৰাম পোষ্টে দিছে কিহৰ ইংগিত

editor by editor
January 7, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
বিচ্ছেদৰ খবৰৰ মাজতে মনৰ কথা প্ৰকাশ চহলৰ, ইনষ্টাগ্ৰাম পোষ্টে দিছে কিহৰ ইংগিত
0
SHARES
823
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিচ্ছেদৰ খবৰৰ মাজতে মনৰ কথা প্ৰকাশ চহলৰ, ইনষ্টাগ্ৰাম পোষ্টে দিছে কিহৰ ইংগিত

টিম ইণ্ডিয়াৰ তাৰকা স্পিন বলাৰ যুজবেন্দ্ৰ চহল আৰু তেওঁৰ পত্নী ধনশ্ৰী বাৰ্মাৰ বিবাহ বিচ্ছেদক লৈ চৰ্চা চলিছে। অৱশ্যে বিবাহ বিচ্ছেদ সন্দৰ্ভত চাহল আৰু ধনশ্ৰী ভাৰ্মাই কোনো বক্তব্য দিয়া নাই।

আনহাতে চাহালে ধনশ্ৰীৰ সৈতে থকা সকলো ফটো নিজৰ ইনষ্টাগ্ৰামৰ পৰা আঁতৰাই পেলাইছে। তাৰে মাজতে আকৌ যুজবেন্দ্ৰ চহলৰ এক নতুন ইনষ্টাগ্ৰাম ষ্ট’ৰী পোহৰলৈ আহিছে। যিটো এতিয়া যথেষ্ট ভাইৰেল হৈ পৰিছে।

ধনশ্ৰীৰ সৈতে বিবাহ বিচ্ছেদৰ খবৰৰ মাজতে পোহৰলৈ আহিছে যুজবেন্দ্ৰ চহলৰ নতুন ইনষ্টাগ্ৰাম ষ্ট’ৰী। তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত চাহালে লিখিছে যে “Silence হৈছে সকলো হুলস্থুলৰ বাহিৰত শুনিব পৰাসকলৰ বাবে এক গভীৰ সংগীত”।

চহল আৰু ধনশ্ৰীয়ে দুয়ো ইনষ্টাগ্ৰামত ইজনে সিজনক আনফ’ল’ কৰিছে। অৱশ্যে ধনশ্ৰী বাৰ্মাৰ একাউণ্টত এতিয়াও দুয়োৰে ফটো আছে।

বিবাহ বিচ্ছেদৰ উৰাবাতৰিৰ মাজতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে যুজবেন্দ্ৰ চাহালৰ এগৰাকী ৰহস্যময়ী যুৱতীৰ সৈতে ফটো। ছ’চিয়েল মিডিয়াত দাবী কৰা হৈছে যে চাহালক সেই ছোৱালীজনীৰ সৈতে হোটেলত দেখা গৈছিল যদিও এতিয়াও জানিব পৰা হোৱা নাই সেই ছোৱালীজনী কোন?

উল্লেখ্য যে, ২০২০ চনত যুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰীৰ বিবাহ হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!
বাণিজ্য

কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!

July 29, 2026
চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ
বাণিজ্য

চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

July 29, 2026
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?
বাণিজ্য

সোণ-ৰূপে দেখুৱাইছে যাদু! এইটোৱেই গহনা ক্ৰয়ৰ সঠিক সময় নেকি?

July 29, 2026
গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল
জীৱনশৈলী

গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

July 29, 2026
Next Post
১৮২ দিনলৈ অস্ত গৈ থাকিব মংগল গ্ৰহ, ৩ ৰাশিয়ে সকোলতে পাব বাম্পাৰ লাভ

১৮২ দিনলৈ অস্ত গৈ থাকিব মংগল গ্ৰহ, ৩ ৰাশিয়ে সকোলতে পাব বাম্পাৰ লাভ

২০ বছৰে বন্ধ হৈ থকা ঘৰৰ ফ্ৰিজত ওলাল…আৰক্ষীৰ চকু কপালত, সকলোফালে চাঞ্চল্য

২০ বছৰে বন্ধ হৈ থকা ঘৰৰ ফ্ৰিজত ওলাল...আৰক্ষীৰ চকু কপালত, সকলোফালে চাঞ্চল্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.